Class 6 Social Science Sankardev School | Chapter 24 | কেন্দ্ৰীয় আৰু ৰাজ্য়িক চৰকাৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 24

কেন্দ্ৰীয় আৰু ৰাজ্য়িক চৰকাৰ

১। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?

(ক)ডঃ ৰাজেন্দ্ৰ প্ৰসাদ

(খ)জৱাহৰলাল নেহৰু

(গ)গোপীনাথ বৰদলৈ

উত্তৰঃ (ক)ডঃ ৰাজেন্দ্ৰ প্ৰসাদ

২। ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন ?

(ক)ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণণ

(খ)নেতাজী সুভাষ চন্দ্ৰ বসু

(গ)জৱাহৰলাল নেহৰু

উত্তৰঃ (গ)জৱাহৰলাল নেহৰু

৩। ভাৰতবৰ্ষত কেই প্ৰকাৰৰ চৰকাৰ আছে ?

(ক)২ প্ৰকাৰৰ

(খ)৩ প্ৰকাৰৰ

(গ)৫ প্ৰকাৰৰ

উত্তৰঃ (খ)৩ প্ৰকাৰৰ

৪। লোকসভাৰ আৰু বিধানসভাৰ কাৰ্যকাল কেইবছৰ ?

(ক)৫ বছৰ

(খ)১০ বছৰ

(গ)১৫ বছৰ

উত্তৰঃ (ক)৫ বছৰ

৫। ৰাজভৱন, সংসদ আৰু উচ্চতম ন্য়ায়ালয় ক’ত আছে ?

(ক)যোৰহাট

(খ)দিল্লী

(গ)গুজৰাট

উত্তৰঃ (খ)দিল্লী

৬। ৰাজ্য়সভাক কি বুলি কোৱা হয় ?

(ক)উচ্চ সদন

(খ)নিম্ন সদন

(গ)এটাও নহয়

উত্তৰঃ (ক)উচ্চ সদন

৭। বৰ্তমান ভাৰতবৰ্ষত কিমান খন ৰাজ্য় আছে ?

(ক)২৮ খন

(খ)২৯ খন

(গ)৩০ খন

উত্তৰঃ (খ)২৯ খন

৮। ৰাজ্য়পালক কোনে নিযুক্তি দিয়ে ?

(ক)ৰাষ্ট্ৰপতি

(খ)উপ-ৰাষ্ট্ৰপতি

(গ)প্ৰধান মন্ত্ৰী

উত্তৰঃ (ক)ৰাষ্ট্ৰপতি

৯। ৰাজ্য়সভাৰ সদস্য়ৰ সংখ্য়া কিমান জন থাকে  ?

(ক)২০০ জন

(খ)২৫০ জন

(গ)২৭৫ জন

উত্তৰঃ (খ)২৫০ জন

১০। ৰাজ্য়সভাত ২৫০ জন সদস্য়ৰ ভিতৰত কিমানজন সদস্য়ক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে ?

(ক)৫ জন

(খ)৭ জন

(গ)১২ জন

উত্তৰঃ (গ)১২ জন