Class 6 Social Science Sankardev School | Chapter 25 | স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 25

স্থানীয় স্বায়ত্ত শাসন ব্য়ৱস্থা

১। গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান কেইটা ?

(ক)২ টা

(খ)৩ টা

(গ)৪ টা

উত্তৰঃ (খ)৩ টা

২। কিমান চনত গুৱাহাটীত প্ৰথম পৌৰ নিগম গঠন কৰা হৈছিল ?

(ক)১৯৫০ চনত

(খ)১৯৫২ চনত

(গ)১৯৭৪ চনত

উত্তৰঃ (গ)১৯৭৪ চনত

৩। স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ ?

(ক)৩ বছৰ

(খ)৫ বছৰ

(গ)৬ বছৰ

উত্তৰঃ (খ)৫ বছৰ

৪। নিগমৰ সদস্য়সকলক কি বুলি কোৱা হয় ?

(ক)মেয়ৰ

(খ)পৌৰপতি

(গ)কাউন্সিল

উত্তৰঃ (গ)কাউন্সিল

৫। গাঁও পঞ্চায়তৰ সদস্য় সংখ্য়া কিমান ?

(ক)১০ জন

(খ)১২ জন

(গ)৩০ জন

উত্তৰঃ (ক)১০ জন

৬। গাওঁ পঞ্চায়তে কৰিব লগা কাম কি ?

(ক)হাট- বজাৰ

(খ)জনস্বাস্থ্য় শিক্ষা সম্প্ৰসাৰণ

(গ)জব কাৰ্ড

উত্তৰঃ (গ)জব কাৰ্ড

৭। জিলাৰ এখনৰ সামগ্ৰীৰ উন্নয়নৰ দায়িত্ব কাৰ ?

(ক)জিলা পৰিষদ

(খ)আঞ্চলিক পঞ্চায়ত

(গ)গাঁও পঞ্চায়ত

উত্তৰঃ (ক)জিলা পৰিষদ

৮। গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ ব্য়ৱস্থাটো কেই খলপীয়া ?

(ক)দুইখলপীয়া

(খ)তিনিখলপীয়া

(গ)চাৰিখলপীয়া

উত্তৰঃ (খ)তিনিখলপীয়া

৯। প্ৰতিটো উন্নয়ন খণ্ডতে কি গঠন কৰা হয় ?

(ক)আঞ্চলিক পঞ্চায়ত

(খ)গাওঁ পঞ্চায়ত

(গ)জিলা পৰিষদ

উত্তৰঃ (ক)আঞ্চলিক পঞ্চায়ত

১০। পৌৰসভাৰ সদস্য় সংখ্য়া কিমান জন থাকে ?

(ক)১০ৰ পৰা ২০ৰ ভিতৰত

(খ)১০ৰ পৰা ৩০ৰ ভিতৰত

(গ)২০ৰ পৰা ৪০ৰ ভিতৰত

উত্তৰঃ (খ)১০ৰ পৰা ৩০ৰ ভিতৰত