Class 7 Assamese Book | Chapter 15 | অধ্যায় ১৫ | গড়গাঁও | MCQs Short Question Answer |

Chapter 15

গড়গাঁও

১। গড়গাঁও নামৰ কবিতাটো কোনে ৰচনা কৰিছিল?

(ক) বিনন্দ্ৰচন্দ্ৰ বৰুৱাই

(খ) মিত্ৰদেৱ মহন্তই

(গ) নলিনীবালা দেৱীয়ে

উত্তৰঃ (ক) বিনন্দ্ৰচন্দ্ৰ বৰুৱাই

২। গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়?

(ক) বিহগী কবি বুলি

(খ) ধব্বনি কবি বুলি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ধব্বনি কবি বুলি

৩। মাৰ-নাও বুলিলে কি বুজা?

(ক) এখনৰ দাঁতিত আন এখন বান্ধি দিয়া যোৰ নাওঁ

(খ) মাকে বনাই দিয়া নাও

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) এখনৰ দাঁতিত আন এখন বান্ধি দিয়া যোৰ নাওঁ

৪। গড়গাঁও বৰ্তমান কোন জিলাত অৱস্থিত?

(ক) মাজুলী জিলাত

(খ) শিৱসাগৰ জিলাত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) শিৱসাগৰ জিলাত

৫। সাঁজ শব্দৰ অৰ্থ কি?

(ক) বাচন

(খ) পোছাক

(গ) গধূলি

উত্তৰঃ (গ) গধূলি

৬। গড় শব্দৰ অৰ্থ কি?

(ক) আবাদ

(খ) নাকৰ ওপৰত খড়গ থকা জন্তু

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আবাদ

৭। হোলোং-নাও বুলিলে কি বুজা?

(ক) চৈ দিয়া নাও

(খ) পাল-নাও

(গ) এডাল কাঠ খুলি সজা ডাঙৰ নাও

উত্তৰঃ (গ) এডাল কাঠ খুলি সজা ডাঙৰ নাও

৮। ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল?

(ক) স্বৰ্গদেউ গদাধৰ সিংহই

(খ) কাম-কাজ নকৰি শুই বহি থকা এচাম ধোদে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) কাম-কাজ নকৰি শুই বহি থকা এচাম ধোদে

৯। বিনন্দচন্দ্ৰ বৰুৱাৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯০০ চনত

(খ) ১৯০২ চনত

(গ) ১৯০১ চনত

উত্তৰঃ (গ) ১৯০১ চনত

১০। শংখধব্বনি নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল?

(ক) মিত্ৰদেৱ মহন্তই

(খ) বিনন্দ্ৰচন্দ্ৰ বৰুৱাই

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বিনন্দ্ৰচন্দ্ৰ বৰুৱাই

১১। গঁড় শব্দৰ অৰ্থ কি?

(ক) নাকৰ ওপৰত খড়গ থকা জন্তু

(খ) আবাদ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) নাকৰ ওপৰত খড়গ থকা জন্তু

১২। বিদেশ বিশেষণ পদলৈ নিলে কি হ’ব?

(ক) বিদেশৰ

(খ) বিদেশী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বিদেশী

১৩। দেশৰ আন্ত্যধব্বনি মিল থকা শব্দ কি?

(ক) বিদেশ

(খ) বেশ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বেশ

১৪। ভটীয়নী শব্দৰ অৰ্থ কি?

(ক) শক্তি পোৱা

(খ) মূৰ

(গ) নৈৰ ভাটি বা নামনিলৈ বৈ থকা

উত্তৰঃ (গ) নৈৰ ভাটি বা নামনিলৈ বৈ থকা

১৫। বিদেশী শব্দৰ অৰ্থ কি?

(ক) যি নিজৰ দেশৰ

(খ) যিটো নিজৰ দেশৰ নহয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) যিটো নিজৰ দেশৰ নহয়

১৬। কোঢ়াল শব্দৰ অৰ্থ কি?

(ক) বহুলোকে একেলগে কৰা হাই-উৰুমি

(খ) এলেহুৱা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বহুলোকে একেলগে কৰা হাই-উৰুমি

১৭। ধোদ শব্দৰ অৰ্থ কি?

(ক) প্ৰস্তুত কৰা

(খ) পৰদেশৰ

(গ) বন বাৰী নকৰি বহি থকা মানুহ

উত্তৰঃ (গ) বন বাৰী নকৰি বহি থকা মানুহ

১৮। ওলট -পালট শব্দৰ অৰ্থ কি?

(ক) মূৰ

(খ) তল ওপৰ হোৱা বা কৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) তল ওপৰ হোৱা বা কৰা

১৯। সুখ বিশেষণ পদলৈ নিলে কি হ’ব?

(ক) দুখ

(খ) সুখ

(গ) সুখী

উত্তৰঃ (গ) সুখী

২০। বিনন্দ্ৰচন্দ্ৰ বৰুৱাৰ কিমান চনত মৃত্যু হৈছিল?

(ক) ১৯০১ চনত

(খ) ১৯০৬ চনত

(গ) ১৯৯৪ চনত

উত্তৰঃ (গ) ১৯৯৪ চনত