Class 7 Niti Mallika Sankardev School | Chapter 1 | মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

মাতৃভাষাৰ প্ৰতি অগাধ শ্ৰদ্ধা

1.মহাত্মা গান্ধীৰ জন্ম কিমান চনত হয়।

(ক)1870

(খ)1950

(গ)1869

উত্তৰঃ (গ)1869

2. মহাত্মা গান্ধী কোনখন ৰাজ্য়ত জন্ম লাভ কৰিছিল।

(ক)মুম্বাই

(খ)দিল্লী

(গ)গুজৰাট

উত্তৰঃ (গ)গুজৰাট

3. কিমান চনত মাক-দেউতাকৰ লগত তেওঁ ৰাজকোটলৈ যায় আৰু তাতে প্ৰাথমিক পঢ়াশালিত ভৰ্ত্তি হয়।

(ক)2006

(খ)1850

(গ)1876

উত্তৰঃ (গ)1876

4. কিমান চনত মোহনে আইন বিদ্য়াশেষ কৰি বেৰিষ্টাৰ হৈ নিজ  দেশলৈ উভতি আহে।

(ক)1860

(খ)1891

(গ)1966

উত্তৰঃ (খ)1891

5. গান্ধীজীয়ে আহমদাবাদক কি স্থাপন কৰে।

(ক)বিদ্ধা আশ্ৰম

(খ)সবৰমতী আশ্ৰম

(গ)অনাথ আশ্ৰম

উত্তৰঃ (খ)সবৰমতী আশ্ৰম

6. মহাত্মা গান্ধীৰ পিতৃ কোন আছিল।

(ক)গোকুল

(খ)কৰমচাঁদ

(গ)মোহন

উত্তৰঃ (খ)কৰমচাঁদ

7. মহাত্মা গান্ধীৰ মাতৃ নাম কি আছিল।

(ক)সৰুজনী নাইদো

(খ)মোলাগাভোৰু

(গ)পুতলীবাই

উত্তৰঃ (গ)পুতলীবাই

8. গান্ধীজীয়ে কোন চনত কলকতাৰ সোদপুৰ আশ্ৰমলৈ আহোঁতে এগৰাকী নেতৃস্থানীয় মহিলাই গান্ধীজীৰ লগত হিন্দিতে কথা-বতৰা পাতিছিল যদিও মাজে মাজে ইংৰাজী শব্দ ব্য়ৱহাৰ কৰিছিল।

(ক)2004

(খ)1945

(গ)1985

উত্তৰঃ (খ)1945

9. দেউতাক কৰমচাঁদ গান্ধীৰ তিনিজন মহাত্মা গান্ধী তিনিজন পুত্ৰৰ ভিতৰত কেনেকুৱা পুত্ৰ আছিল।

(ক)শকত

(খ)কনিষ্ঠ

(গ)ক্ষীন

উত্তৰঃ (খ)কনিষ্ঠ

10. মাতৃভূমি আৰু মাতৃভাষাৰ প্ৰতি আগাধ প্ৰেম থকা মহাত্মা গান্ধীজীৰ মৃত্য়ু কোন চনত হয়।

(ক)1948 চনৰ 30 জানুৱাৰী দিনা

(খ)1920 চনৰ 10 ফেব্ৰোৱাৰী

(গ)2005 চনৰ 20 জুলাই

উত্তৰঃ (ক)1948 চনৰ 30 জানুৱাৰী দিনা

11. মহাত্মা গান্ধী কিমান চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কলেজত ভৰ্ত্তী হয়।

(ক)1887

(খ)1631

(গ)1707

উত্তৰঃ (ক)1887

12. মহাত্মা গান্ধী কিমান চনত ভাৰতলৈ আহিছিল। 

(ক)2007

(খ)2002

(গ)1915

উত্তৰঃ (গ)1915

13. গুজৰাটী বাতৰি সাংবাদিকে নিজ ঠাইৰ মানুহ বুলি কাৰ কথা কৈছিল। 

(ক)এ. পি. জে. আব্দুল কালাম

(খ)নৰেন্দ্ৰ মডীক

(গ)গান্ধজীক

উত্তৰঃ (গ)গান্ধজীক

14. মাতৃভাষাৰ কথা-বতৰা পাতোতে মাজতে কি শব্দ ব্য়ৱহাৰ কৰাৰদোষ বহুতৰে আছে।  

(ক)মুছলমানী শব্দ

(খ)কাৰ্বী শব্দ

(গ)ইংৰাজী শব্দ

উত্তৰঃ (গ)ইংৰাজী শব্দ

15. ৰাষ্টভাষাক কি কৰিলে মহাত্মা গান্ধীৰ শহ্য় নহয়। 

(ক)হাহিলে

(খ)অপমান কৰিলে

(গ)সন্মান কৰিলে

উত্তৰঃ (খ)অপমান কৰিলে

16. গান্ধীজীৰ পিতৃ ক’ৰ দেৱান আছিল।  

(ক)জিলা পোৰবন্দ, ৰাজকোট আৰু বনকোন ৰাজ্য়ৰ দোৱান আছিল

(খ)অসুৰবংসৰ ৰজাৰ দেৱান আছিল

(গ)মায়াবি বংসৰ দোৱান আছিল

উত্তৰঃ (ক)জিলা পোৰবন্দ, ৰাজকোট আৰু বনকোন ৰাজ্য়ৰ দোৱান আছিল

17. মহাত্মা গান্ধী কেনেকুৱা আছিল। 

(ক)দুষ্ট প্ৰকৃতি আছিল

(খ)শান্ত আছিল

(গ)মাতৃভূমি আৰু মাতৃভাষাৰ প্ৰেমী আছিল

উত্তৰঃ (গ)মাতৃভূমি আৰু মাতৃভাষাৰ প্ৰেমী আছিল

18. সৰুতে মোহনে বেয়া সঙ্গত পৰি কি খাবলৈ ধৰিলে।

(ক)মদ

(খ)চিগাৰেট

(গ)ভাঙ

উত্তৰঃ (খ)চিগাৰেট