Class 7 Science Sankardev School | Chapter 1 | উদ্ভিদৰ পৰিপুষ্টি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 1

উদ্ভিদৰ পৰিপুষ্টি

১. সকলো জীৱৰ বাবে কি প্ৰয়োজন ?

(ক) পানী

(খ) খাদ্য

(গ) এটাও নহয়

উত্তৰঃ (খ) খাদ্য

২. জীৱসমূহে খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটো হ’ল ?

(ক) দ্ৰব্য

(খ) পৰিপুষ্টি

(গ) পৰপোষী

উত্তৰঃ (খ) পৰিপুষ্টি

৩. কিহে নিজৰ আহাৰ প্ৰস্তুত কৰিব পাৰে ?

(ক) উদ্ভিদে

(খ) মানুহে

(গ) প্ৰাণীয়ে

উত্তৰঃ (ক) উদ্ভিদে

৪. উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা কাৰখানাটো কি ?

(ক) গা-গছ

(খ) পাত

(গ) শিপা

উত্তৰঃ (খ) পাত

৫. সলোক সংশ্লেষণ প্ৰক্ৰিয়াত কি নিৰ্গত হয় ?

(ক) নাইট্ৰ’জেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) অক্সিজেন

উত্তৰঃ (গ) অক্সিজেন

৬. সকলো জীৱৰে শক্তিৰ মূল  উৎস কি ?

(ক) সূৰ্য

(খ) খাদ্য

(গ) অক্সিজেন

উত্তৰঃ (ক) সূৰ্য

৭. কিহৰ উপস্থিতিত খাদ্যত সংশ্লেষণ হয় ?

(ক) পানী

(খ) পত্ৰহৰিৎ

(গ) সূৰ্যৰ ৰশ্মিৰ

উত্তৰঃ (গ) সূৰ্যৰ ৰশ্মিৰ

৮. কি গেছ শ্বেতসাৰলৈ পৰিৱৰ্তিত হয় ?

(ক) অক্সিজেন

(খ) কাৰ্বহাইড্ৰেট

(গ) নাইট্ৰ’জেন

উত্তৰঃ (খ) কাৰ্বহাইড্ৰেট

৯. পাতত কি থাকে ?

(ক) শ্বেতসাৰ

(খ) দ্ৰব্য

(গ) এটাও নহয়

উত্তৰঃ (ক) শ্বেতসাৰ

১০.  পাতে কি ধৰি ৰাখে ?

(ক) শক্তি

(খ) পানী

(গ) সৌৰশক্তি

উত্তৰঃ (গ) সৌৰশক্তি

১১. উদ্ভিদৰ  দ্বাৰা সংশ্লেষিত খাদ্যসমূহ কি হিচাপে সঞ্চিত হৈ থাকে ?

(ক) খাদ্য

(খ) গ্লুক’জ

(গ) ওপৰত দিয়া এটাও নহয়

উত্তৰঃ (খ) গ্লুক’জ

১২. শস্য চপোৱাৰ পিছত মাটিত কিহৰ অভাৱ হয় ?

(ক) নাইট্ৰ’জেন

(খ) খাদ্য

(গ) অক্সিজেন

উত্তৰঃ (ক) নাইট্ৰ’জেন

১৩. যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল’ব নোৱাৰে তেনেবোৰ উদ্ভিদৰ কি নাথাকে ?

(ক) শ্বেতসাৰ

(খ) বেক্টেৰিয়া

(গ) পত্ৰহৰিৎ

উত্তৰঃ (গ) পত্ৰহৰিৎ

১৪.  উদ্ভিদক প্ৰ’টিন প্ৰস্তুত কৰিবলৈ কিহৰ আৱশ্যক হয় ?

(ক) নাইট্ৰ’জেন

(খ) কাৰ্ব’হাইড্ৰেট

(গ) শ্বেতসাৰ

উত্তৰঃ (ক) নাইট্ৰ’জেন

১৫.  খেতিয়কে যিডৰা মাটিত মাহজাতীয় শস্য বা উদ্ভিদ ৰোপণ কৰে তাত কি সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন নহয় ?

(ক) বেক্টেৰিয়া

(খ) নাইট্ৰ’জেনযুক্ত সাৰ

(গ) ৰাসায়নিক সাৰ

উত্তৰঃ (খ) নাইট্ৰ’জেনযুক্ত সাৰ

১৬. উদ্ভিদে মাটিৰ পৰা কি দ্ৰব্য শোষণ কৰে ?

(ক) খনিজ দ্ৰব্য

(খ) পৰিপোষক দ্ৰব্য

(গ) খনিজ পৰিপোষক দ্ৰব্য

উত্তৰঃ (গ) খনিজ পৰিপোষক দ্ৰব্য

১৭. বৰষুণৰ বতৰত কিহেৰে বহুতো সামগ্ৰী নষ্ট কৰে ?

(ক) বেক্টেৰিয়া

(খ) ভেঁকুৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) ভেঁকুৰ

১৮. ভেঁকুৰে তাৰ দেহৰ পৰা কি ৰস নিঃসৰণ কৰে ?

(ক) দ্ৰব্য

(খ) বেক্টেৰিয়া

(গ) পাচক ৰস

উত্তৰঃ (গ) পাচক ৰস

১৯. উদ্ভিদে বায়ুমণ্ডলৰ পৰা কি পোনে পোনে শোষণ কৰিব নোৱাৰে ?

(ক) নাইট্ৰ’জেন

(খ) অক্সিজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড

২০. যিজোপা উদ্ভিদত বগাই যায় আৰু খাদ্য শোষণ কৰে তাক কি বোলা হয় ?

(ক) পৰজীৱী

(খ) পৰিপোষক

(গ) পোষক

উত্তৰঃ (গ) পোষক