Class 7 Niti Mallika Sankardev School | Chapter 12 | দেভক্তৰ নিন্দা অসহনীয় | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 12

দেভক্তৰ নিন্দা অসহনীয়

1.  ধীংৰাৰ দেউতাক সেই সময়ত কোন আছিল।

(ক)প্ৰধাণ মন্ত্ৰী আছিল

(খ)মুখ্য় মন্ত্ৰী আছিল

(গ)ৰাজ্য়ৰ সচিব প্ৰধান আছিল

উত্তৰঃ (গ)ৰাজ্য়ৰ সচিব প্ৰধান আছিল

2. কোনে ইংৰাজ বিষয়াজনক ইংলোণ্ডত হত্য়া কৰিছিল।

(ক)মদনলাল ধীংৰা ভাইক

(খ)মহাত্মা গান্ধী

(গ)মদনলাল ধীংৰা

উত্তৰঃ (গ)মদনলাল ধীংৰা

3. সবাৰ ভিৰৰ মাজতে গৰ্জি উঠা যুৱকজন কোন আছিল।

(ক)দামোদৰ সাৱৰকাৰ

(খ)মদনলাল ধীংৰা

(গ)মদনলাল ধীংৰা বাপেক

উত্তৰঃ (ক)দামোদৰ সাৱৰকাৰ

4. পামৰ নামৰ এজন এংলো ভাৰতীয়ই খঙতে কাৰ মূৰত প্ৰহাৰ কৰে।

(ক)মদনলাল ধীংৰা

(খ)কাৰ্জন বায়লিৰ

(গ)সাৱৰকাৰ

উত্তৰঃ (গ)সাৱৰকাৰ

5. স্বধীনতা সংগ্ৰামী বি.বি. এছ. আয়াৰে বন্দুকৰে কাক গুলি কৰি  হত্য়া কৰিলে।

(ক)এ. পি. জে. আব্দুল কালামক

(খ)এছ, পি. থীৰুমল্লাচাৰ্যক

(গ)পামৰক

উত্তৰঃ (গ)পামৰক

6. কাৰ চকুত ধূলি মাৰি ফাঁচিৰ দিনা ব্ৰিটেইনৰ সকলো কাকততে তেওঁৰ ব্ৰক্তব্য় প্ৰচাৰ কৰিলে।

(ক)স্বাধীনতা সংগ্ৰামসকলক

(খ)চৰকাৰক

(গ)ৰাজ্য়ৰ সচিব প্ৰধানক

উত্তৰঃ (খ)চৰকাৰক

7. কুটিল সাম্ৰাজ্য়বাদী বৃটিছৰ চকুত সাৱৰক কি হৈ পৰিল।

(ক)বন্ধু

(খ)শত্ৰু

(গ)গুৰু

উত্তৰঃ (খ)শত্ৰু

8. হাজাৰটকৈ অধিক সংগ্ৰামীয়ে দেশৰ বাবে কি কৰি নিজৰ জীৱন উৰ্ছগা কৰিলে।

(ক)কান্দি কান্দি

(খ)হাহি হাহি

(গ)নাচি নাচি

উত্তৰঃ (খ)হাহি হাহি

9. স্বাধিনতা সংগ্ৰামত শ্বহিদ হোৱা বীৰসমূহক আমি সকলোয়ে কি কৰিব লাগে।  

(ক)শ্ৰদ্ধা

(খ)অপমান

(গ)হাহিব লাগে

উত্তৰঃ (ক)শ্ৰদ্ধা

10. মদনলাল ধীংৰা কোন আছিল। 

(ক)সাহসী স্বাধীনতা সংগ্ৰামী আছিল

(খ)ডকাইত আছিল

(গ)চুৰ আছিল

উত্তৰঃ (ক)সাহসী স্বাধীনতা সংগ্ৰামী আছিল

11. মদনলাল ধীংৰা নামৰ ভাৰতীয় যুৱকে কাক গুলি কৰি হত্য়া কৰিলে।

(ক)এছ, পি. থীৰুমল্লাচাৰ্যক

(খ)বি.বি. এছক,

(গ)কাৰ্জন বায়লীৰ

উত্তৰঃ (গ)কাৰ্জন বায়লীৰ

12. মদনলাল ধীংৰা কোন আছিল। 

(ক)ডকাইট আছিল

(খ)চুৰ আছিল

(গ)অতি সাহসী স্বাধীনতা সংগ্ৰামী আছিল

উত্তৰঃ (গ)অতি সাহসী স্বাধীনতা সংগ্ৰামী আছিল

13. কাৰ্জন বায়লীৰ কোন আছিল।

(ক)ভাৰতীয় আছিল

(খ)জাপানৰ আছিল

(গ)ইংলেণ্ডৰ আছিল

উত্তৰঃ (গ)ইংলেণ্ডৰ আছিল

14. পামৰক কোনে চুৰি মাৰিছিল। 

(ক)বি.বি এছয়ে, মাৰিছিল

(খ)এছ, পি. থীৰুমল্লাচাৰ্য মাৰিছিল

(গ)সাৱৰকয়ে মাৰিছিল

উত্তৰঃ (গ)সাৱৰকয়ে মাৰিছিল

15. পামৰকে মাৰোতে সাৱৰকে ক’ত আঘাট পালে।

(ক)হাতত

(খ)পেটত

(গ)মূৰত

উত্তৰঃ (গ)মূৰত

16. স্বাধীনতা সংগ্ৰামী সকলক কোনে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে। 

(ক)অসম পুলিচে

(খ)জাপানৰ পুলিচে

(গ)ইংলেণ্ডৰ পুলিচে

উত্তৰঃ (গ)ইংলেণ্ডৰ পুলিচে

17. স্বাধীনতা সংগ্ৰামী সকল ক’ৰ আছিল।

(ক)ব্ৰিটেনৰ আছিল

(খ)চীনৰ আছিল

(গ)ভাৰতৰ আছিল

উত্তৰঃ (গ)ভাৰতৰ আছিল