Class 7 Science Sankardev School | Chapter 10 | প্ৰাণীৰ পৰিবহন তন্ত্ৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 10

প্ৰাণীৰ পৰিবহন তন্ত্ৰ

১। উচ্চ খাপৰ প্ৰাণীৰ পৰিবহণ কেইটা উপাদানেৰে গঠিত ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰঃ (খ) তিনিটা

২। তেজৰ কিমান শতাংশ জুলীয়া প্লাজমা আছে ?

(ক) ৪৫

(খ) ৫৫

(গ) ৬৬

উত্তৰঃ (খ) ৫৫

৩। প্লাজমাত কেইপ্ৰকাৰৰ ৰক্তকণিকা ওপঙি থাকে ?

(ক) তিনিপ্ৰকাৰৰ

(খ) আঠপ্ৰকাৰৰ

(গ) দুইপ্ৰকাৰৰ

উত্তৰঃ (ক) তিনিপ্ৰকাৰৰ

৪। তেজত শ্বেত ৰক্তকণিকাৰ সংখ্যা মাত্ৰ কিমান?

(ক) ৩০০০-৪০০০

(খ) ৬০০০-৮০০০

(গ) ১০০০-৯০০০

উত্তৰঃ (খ) ৬০০০-৮০০০

৫। ৰক্তবাহী নলী কেই প্ৰকাৰৰ ?

(ক) দুইপ্ৰকাৰৰ

(খ) তিনিপ্ৰকাৰৰ

(গ) চাৰিপ্ৰকাৰৰ

উত্তৰঃ (ক) দুইপ্ৰকাৰৰ

৬। ষ্টেথ’স্ক’প এটি কি যন্ত্ৰ ?                                                                  

(ক) হৃদযন্ত্ৰ

(খ) সৰলযন্ত্ৰ

(গ) শ্ৰৱনযন্ত্ৰ

উত্তৰঃ (খ) সৰলযন্ত্ৰ

৭। ইংৰাজ চিকিৎসক কোনে তেজৰ পৰিবহণ আৱিস্কাৰ কৰিছিল ?

(ক) উইলিয়াম হাৰ্ভেই

(খ) ৰবাৰ্ট হুক

(গ) উইলিয়াম ড্ৰেক

উত্তৰঃ (ক) উইলিয়াম হাৰ্ভেই

৮। এজন প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত প্ৰতি মিনিটত কিমান বাৰ হৃজস্পন্দন হয়?

(ক) ৬২-৭১

(খ) ৭২-৮০

(গ) ৮০-৯০

উত্তৰঃ (খ) ৭২-৮০

৯। বৃক্কৰ কাৰ্যকৰী একক হ’ল?

(ক) ইউৰিক এচিড

(খ) মূত্ৰনলী

(গ) ৰেচন নলিকা

উত্তৰঃ (গ) ৰেচন নলিকা

১০। শ্বেত ৰক্তনকণিকা কেইপ্ৰকাৰৰ ?

(ক) একপ্ৰকাৰৰ

(খ) দুইপ্ৰকাৰৰ

(গ) তিনিপ্ৰকাৰৰ

উত্তৰঃ (খ) দুইপ্ৰকাৰৰ

১১। প্লাজমাত কিমান শতাংশ পানী থাকে?

(ক) ৮৭

(খ) ৯০

(গ) ৯২

উত্তৰঃ (গ) ৯২

১২। লোহিত ৰক্তকণিকাত কি নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে?

(ক) প্লীহা

(খ) মজ্জাত

(গ) হিম’গ্ল’বিন

উত্তৰঃ (গ) হিম’গ্ল’বিন

১৩। পূৰ্ণবয়স্ক পুৰুষৰ দেহত প্ৰতি ঘনমিঃমিঃ তেজত কিমান মিলিয়ন লোহিত ৰক্তকণিকা থাকে?

(ক) ৫-৫.৫

(খ) ৬-৬.৭

(গ) ৭-৭.৮

উত্তৰঃ (ক) ৫-৫.৫

১৪। শৰীৰৰ ভিতৰত জেত কিহৰ মাজেৰে চলাচল কৰে?

(ক) ধমনী মাজেৰে

(খ) নলীৰ মাজেৰে

(গ) হৃদযন্ত্ৰৰ মাজেৰে

উত্তৰঃ (খ) নলীৰ মাজেৰে

১৫। সেইবোৰক কি বোলে?

(ক) সিৰা

(খ) ক্লোমসিৰা

(গ) ৰক্তবাহী নলী

উত্তৰঃ (গ) ৰক্তবাহী নলী

১৬। কিহৰ মাজেৰে তেজ উচ্চ চাপত আৰু দ্ৰুত গতিত প্ৰবাহিত হয়?

(ক) সিৰাৰ

(খ) ধমনীৰ

(গ) ৰক্তবাহী নলী

উত্তৰঃ (খ) ধমনীৰ

১৭। ৰক্তবাহী নলীয়ে শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ আনে সেইবোৰক বি বোলে?

(ক) সিৰা

(খ) ধমনী

(গ) অলিন্দ

উত্তৰঃ (ক) সিৰা

১৮। কাৰ বেৰ পাতল?

(ক) ক্লোমধমনীৰ

(খ) হৃদযন্ত্ৰৰ

(গ) সিৰাৰ

উত্তৰঃ (গ) সিৰাৰ

১৯। অতি মিহি নলিকাবোৰক কি নলিকা বোলে?

(ক) সিৰা

(খ) কৈশিক

(গ) হৃদস্পন্দন

উত্তৰঃ (খ) কৈশিক

২০। কাৰ ফলত তেজ দেহত অবিৰতভাৱে চলাচল কৰি থাকে?

(ক) হৃদযন্ত্ৰৰ

(খ) ক্লোমধমনীৰ

(গ) হৃদস্পন্দনৰ

উত্তৰঃ (ক) হৃদযন্ত্ৰৰ