Class 7 Social Science Sankardev School | Chapter 18 | নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 18

নিৰ্বাচন আৰু নিৰ্বাচন প্ৰক্ৰিয়া

১। নিৰ্বাচন হ’ল এটা গণতান্ত্ৰিক বাছনি প্ৰক্ৰিয়া।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

২। আধুনিক পৰোক্ষ গণতন্ত্ৰবোৰত চৰকাৰ গঠন কৰাৰ এটা প্ৰধান আহিলা হ’ল নিৰ্বাচন ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৩। সকলো দেশতে নিৰ্বাচনৰ নিয়ম-প্ৰকৰণ কি?

(ক) একে হয়

(খ) একে নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) একে নহয়

৪। নিৰ্বাচনত ভোটদান কৰা সকলোৱেই প্ৰাপ্তবয়স্ক ভাৰতীয় কি

(ক) নাগৰিক হয়

(খ) নাগৰিক নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নাগৰিক হয়

৫। আমাৰ দেশত কেইবাবাৰো সংযুক্ত চৰকাৰ হৈছে ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৬। নিৰ্বাচন হ’ল এটা গণতান্ত্ৰিক বাছনি প্ৰক্ৰিয়া।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৭। চীন, ছুইজাৰলেণ্ড আদিত বিচাৰপতিসকলকো নিৰ্বাচন কৰা ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৮। আধুনিক পৰোক্ষ গণতন্ত্ৰবোৰত চৰকাৰ গঠন কৰাৰ এক প্ৰধান আহিলা কি ?

(ক) ৰাজতন্ত্ৰ

(খ) নিৰ্বাচন

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নিৰ্বাচন

৯। নিৰ্বাচন কেই প্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনি প্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ

১০। বেলট পত্ৰত __________ আৰু ___________ থাকে ।

(ক) নীতি, সংবিধান

(খ) নিৰ্বাচনী আয়োগ, কৰ্মচাৰী

(গ) প্ৰাৰ্থীৰ নাম, প্ৰতীক চিহ্ন

উত্তৰঃ (গ) প্ৰাৰ্থীৰ নাম, প্ৰতীক চিহ্ন

১১। ভাৰতবৰ্ষৰ ৰাজনৈতিক দলবোৰৰ মূলত কেই ভাগত বিভক্ত ?

(ক) তিনি ভাগত

(খ) দুই ভাগত

(গ) ছয় ভাগত

উত্তৰঃ (খ) দুই ভাগত

১২। আঞ্চলিক দলে কিহত গুৰুত্ব দিয়ে ?

(ক) আঞ্চলিক স্বাৰ্থ পূৰণত

(খ) ৰাষ্ট্ৰীয় স্বাৰ্থ পূৰণত

(গ) এটাও নহয়

উত্তৰঃ (ক) আঞ্চলিক স্বাৰ্থ পূৰণত

১৩। আমাৰ দেশত নিৰ্বাচন পৰিচালনা কৰিবৰ বাবে কি আছে ?

(ক) নিৰ্বাচনী আয়োগ

(খ) ৰাষ্ট্ৰীয় দল

(গ) আঞ্চলিক দল

উত্তৰঃ (ক) নিৰ্বাচনী আয়োগ

১৪।  ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি কি পদ্ধতিৰে নিৰ্বাচন কৰা হয় ?

(ক) প্ৰত্যক্ষ পদ্ধতিৰে

(খ) পৰোক্ষ পদ্ধতিৰে

(গ) ৰাজতান্ত্ৰিক পদ্ধতিৰে

উত্তৰঃ (খ) পৰোক্ষ পদ্ধতিৰে

১৫। নিৰ্বাচিত প্ৰতিনিধিসকলে কিহৰ হৈ দেশত শাসন চলায় ?

(ক) জনগণৰ হৈ

(খ) প্ৰতিনিধিসকলৰ হৈ

(গ) প্ৰাৰ্থীসকলৰ হৈ

উত্তৰঃ (ক) জনগণৰ হৈ

১৬। ভোটদান যন্ত্ৰৰ বেলট ইউনিটত কি লগোৱা থাকে ?

(ক) সমষ্টি

(খ) বিধায়কৰ ছবি

(গ) বেলট পত্ৰ

উত্তৰঃ (গ) বেলট পত্ৰ

১৭। গাঁও আৰু নগৰত থকা স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠানবোৰত কি পদ্ধতিৰে নিৰ্বাচন কৰা হয় ?

(ক) পৰোক্ষ পদ্ধতিৰে

(খ) প্ৰত্যক্ষ পদ্ধতিৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰত্যক্ষ পদ্ধতিৰে

১৮। বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী কোন ? 

(ক) নৰেন্দ্ৰ মোডী

(খ) প্ৰণৱ মুৰ্খাজী

(গ) দ্ৰৌপদী মুৰ্মু

উত্তৰঃ (ক) নৰেন্দ্ৰ মোডী

১৯। কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন কি ?

(ক) পদুম ফুল

(খ) হাতী

(গ) হাত

উত্তৰঃ (গ) হাত

২০। বিৰোধী দলৰ কাম কি ?

(ক) চৰকাৰৰ হৈ উকালতি কৰা

(খ) চৰকাৰৰ ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দিয়া

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) চৰকাৰৰ ভুল-ভ্ৰান্তিবোৰ আঙুলিয়াই দিয়া

Type: Pompi Hazarika