Class 6 Niti Mallika Chapter 8 MCQ’s Sankardev School | ভক্ত পুণ্ডৰীক | Class 6 Niti Mallika Chapter 8 MCQ’s Assamese Medium | MCQ’s Type Question Answer |

Chapter- 8

ভক্ত পুণ্ডৰীক

১। ভগৱানক দেখা পোৱা ল’ৰাজনৰ নাম কি আছিল ?

(ক) পুণ্ডৰীক ।

(খ) যজ্ঞদত ।

(গ) শতমন্যু ।

উত্তৰ- (ক) পুণ্ডৰীক ।

২। ভগৱানে কাৰ ওচৰলে আহিছিল ?

(ক) শতমন্যু ।

(খ) যজ্ঞদত ।

(গ) পুণ্ডৰীক ।

উত্তৰ- (গ) পুণ্ডৰীক ।

৩। ভগৱানে কিয় পুণ্ডৰীক নিজে দেখা কৰিবলৈ আহিছিল ?  

(ক) পুণ্ডৰীক ভক্ত নকৰা দেখি ।

(খ) পুণ্ডৰীক সেৱা-শুশ্ৰূষা ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (খ) পুণ্ডৰীক সেৱা-শুশ্ৰূষা ।

৪। ভগৱানে পুণ্ডৰীক বৰ কিয় দিছিল ?

(ক) মাক-দেউতাকৰ প্ৰতি সেৱা-শুশ্ৰূষা দেখি ।

(খ) ইয়াৰ পৰা এটাও নহয় ।

(গ) মাক-দেউতাকৰ প্ৰতি সেৱা-শুশ্ৰূষা নকৰা দেখি ।

উত্তৰ- (গ) মাক-দেউতাকৰ প্ৰতি সেৱা-শুশ্ৰূষা নকৰা দেখি ।

৫। পুণ্ডৰীক নহালৈকে কিহৰ ওপৰত থিয় হৈ থাকিল ?

(ক) এটা ইটা টুকুৰা ওপৰত ।

(খ) এটা শিলৰ টুকুৰা ওপৰত ।

(গ) ইয়াৰ পৰা এটাও নহয় ।

উত্তৰ- (ক) এটা ইটা টুকুৰা ওপৰত ।

৬। পুণ্ডৰীকে ভগৱানৰ পৰা বৰ দেখা হিচাপে কি খুজিলে ?

(ক) ইয়াৰ পৰা এটাও নহয় ।

(খ) পুণ্ডৰীকে বহুত ধন-সোণ খুজিছিল ।

(গ) পুণ্ডৰীকে ভগৱানক সদায় সেই ঠাই একে ৰূপত লগ কৰিম ।

উত্তৰ- (গ) পুণ্ডৰীকে ভগৱানক সদায় সেই ঠাই একে ৰূপত লগ কৰিম ।

৭। ভক্ত অৰ্থ কি ?

(ক) ভগৱানক সেৱা-শুশ্ৰূ কৰা

(খ) ভগৱানক সেৱা-শুশ্ৰূ নকৰা

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) ভগৱানক সেৱা-শুশ্ৰূ কৰা ।

৮। পুণ্ডৰীক ওচৰলৈ কোন আহিছিল ?

(ক) ৰজা আছিল

(খ) ইয়াৰ পৰা এটাও নহয়

(গ) ভগৱান আছিল

উত্তৰ- (গ) ভগৱান আছিল ।

৯। পুণ্ডৰীক  ভগৱানে কিয় বৰ দিছিল ?

(ক) সেৱা-শুশ্ৰূ নকৰা দেখি

(খ) সেৱা-শুশ্ৰূ কৰা দেখি

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (খ) সেৱা-শুশ্ৰূ কৰা দেখি ।

১০। পুণ্ডৰীক কোন আছিল ?

(ক) ইয়াৰ পৰা এটাও নহয়

(খ) বিজ্ঞানীক আছিল

(গ) ভক্ত আছিল

উত্তৰ- (গ) ভক্ত আছিল ।

Type by- Bikul Mandal