Class 7 Social Science Sankardev School | Chapter 22 | আমাৰ চৌপাশৰ বজাৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 22

আমাৰ চৌপাশৰ বজাৰ

১। অসমৰ কোন জিলাৰ জাগীৰোডৰ ওচৰত জোনবিল নামৰ ঠাইত এতিয়াও পৰম্পৰাগতভাৱে বস্তুৰ সলনি বস্তু বিনিময় কৰে?

(ক) নগাঁও

(খ) মৰিগাঁও

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মৰিগাঁও

২। বজাৰত নিজা নিজা সামগ্ৰীৰ লগত প্ৰয়োজন অনুযায়ী অইনৰ সামগ্ৰী সালসলনি বা বিনিময় ?

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কৰে

৩। জোনবিল মেলাখনত মুদ্ৰাক বিনিময়ৰ মাধ্য়ম হিচাপে ব্য়ৱহাৰ কৰা ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

৪। আমি বজাৰত বিভিন্ন সামগ্ৰী আৰু সেৱা মুদ্ৰা বা টকাৰ বিনিময়ত কিনা-বেচা কৰিব ।

(ক) পাৰোঁ

(খ) নোৱাৰো

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰোঁ

৫। সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ বহুতো দোকান থাকে বাবে তুলনামূলকভাৱে দৈনিক বজাৰত এইখন বজাৰত বস্তুৰ দাম কিছু কি?

(ক) বেছি

(খ) কম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কম

৬। বজাৰ কেইপ্ৰকাৰৰ আছে ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৪প্ৰকাৰৰ

(গ) বিভিন্ন প্ৰকাৰৰ

উত্তৰঃ (গ) বিভিন্ন প্ৰকাৰৰ

৭। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত জোনবিল মেলাৰ বজাৰখনেই একমাত্ৰ বজাৰ য’ত এতিয়াও প্ৰত্য়ক্ষ বিনিময় প্ৰথা প্ৰচলিত

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

৮। বিনিময় প্ৰথা কি ব্যৱস্থাৰ এটা পুৰণি ৰূপ ?

(ক) উৎপাদন

(খ) বজাৰ

(গ) সংগ্ৰহ

উত্তৰঃ (খ) বজাৰ

৯। জোনবিল মেলা কেতিয়া অনুস্থিত হয় ?

(ক) মাঘ বিহুৰ পাছত

(খ) বহাগ বিহুৰ পাছত

(গ) কাতি বিহুৰ পাছত

উত্তৰঃ (ক) মাঘ বিহুৰ পাছত

১০। সাপ্তাহিক বজাৰ কেতিয়া বহে ?

(ক) সপ্তাহৰ দুটা দিনত

(খ) ৰবিবাৰৰ বাহিৰে গোটেই সপ্তাহটোত

(গ) সপ্তাহৰ এটা দিনত

উত্তৰঃ (গ) সপ্তাহৰ এটা দিনত

১১। বস্তুৰ সলনি বস্তু বিনিময় কৰা প্ৰথাটোক কি বুলি কোৱা হয় ?

(ক) বিনিময় প্ৰথা

(খ) বজাৰ

(গ) পাইক প্ৰথা

উত্তৰঃ (ক) বিনিময় প্ৰথা

১২। বৰ্তমান বিনিময় প্ৰথা সলনি কিহৰ মাধ্যমেৰে মানুহে বস্তু কিনা-বেচা কৰিবলৈ ধৰিলে ?

(ক) কৰৰ

(খ) মুদ্ৰাৰ

(গ) এটাও নহয়

উত্তৰঃ (খ) মুদ্ৰাৰ

১৩। তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?

(ক) বজাৰৰ

(খ) ৰাতিপুৱাৰ

(গ) সন্ধিয়াৰ

উত্তৰঃ (ক) বজাৰৰ

১৪। কি বিলৰ পাৰত বৰ্তমান সময়তো বিনিয়ম প্ৰথা প্ৰচলিত হৈ আছে ?

(ক) চানডুবি বিল

(খ) দ্বীপৰ বিল

(গ) জোন বিল

উত্তৰঃ (গ) জোন বিল

১৫। পৰম্পৰা অনুসৰি কি জনগোষ্ঠীৰ ৰজাই মেলাখনৰ পৰা বছৰি কৰ সংগ্ৰহ কৰে ?

(ক) বড়ো জনগোষ্ঠীৰ

(খ) তিৱা জনগোষ্ঠীৰ

(গ) মিচিং জনগোষ্ঠীৰ

উত্তৰঃ (খ) তিৱা জনগোষ্ঠীৰ

১৬। গুৱাহাটীৰ বেলটলা বজাৰ কি কি বাৰে বহে ?

(ক) বুধ আৰু সোমবাৰে

(খ) বৃহস্পতি আৰু মঙলবাৰে

(গ) বৃহস্পতি আৰু দেওবাৰে

উত্তৰঃ (গ) বৃহস্পতি আৰু দেওবাৰে

১৭। দৈনিক বজাৰৰ সামগ্ৰীৰ দাম সাপ্তাহিক বজাৰতকৈ _________ হয় ।

(ক) কম

(খ) বেছি

(গ) এটাও নহয়

উত্তৰঃ (খ) বেছি

১৮। শ্বপিং কমপ্লেক্স কি ?

(ক) এটা ডাঙৰ ঘৰত কিছুমান দোকানৰ সমষ্টি

(খ) এটা ডাঙৰ ঘৰত থকা বজাৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) এটা ডাঙৰ ঘৰত কিছুমান দোকানৰ সমষ্টি

১৯। ই-বজাৰক কি বজাৰ বুলিও কোৱা হয় ?

(ক) সাপ্তাহিক বজাৰ

(খ) খুচুৰা বজাৰ

(গ) অনলাইন বজাৰ

উত্তৰঃ (গ) অনলাইন বজাৰ

২০। ________বজাৰসমূহ স্থায়ী বজাৰ ।

(ক) দৈনিক

(খ) খুচুৰা

(গ) সাপ্তাহিক

উত্তৰঃ (ক) দৈনিক

Type: Pompi Hazarika