Class 7 Social Science Sankardev School | Chapter 3 | পৃথিৱীৰ উপৰিভাগ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 3

পৃথিৱীৰ উপৰিভাগ

১। পৃথিৱীৰ ওপৰিভাগ অৰ্থাৎ ভূত্বক ।

(ক) সমান

(খ) অসমান

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অসমান

২। ওখোৰা-মোখোৰা এই ভূত্বকক কেইভাগত ভগাব পাৰি?

(ক) চাৰিভাগত

(খ) দুভাগত

(গ) এক ভাগত

উত্তৰঃ (খ) দুভাগত

৩। মহাদেশবোৰৰ উপৰি মহাসাগৰৰ তলিভাগতো কি থকা দেখা যায়?

(ক) পৰ্বত-পাহাৰ

(খ) নদ-নদী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰ্বত-পাহাৰ

৪। পাহাৰতকৈ চাপৰ অ’ত-ত’ত থিয় হৈ থকা ওখ শিলাময় খণ্ডক কি বোলে?

(ক) নদী

(খ) টিলা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) টিলা

৫। ভাৰতৰ হিমালয় পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ কি?

(ক) পৰ্বত শ্ৰেণী

(খ) নদী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পৰ্বত শ্ৰেণী

৬। হিমালয় পৰ্বতৰ গড় উচ্চতা কিমান মিটাৰ ?

(ক) ৬০৪০

(খ) ৭০৯০

(গ) ৬০৯০

উত্তৰঃ (গ) ৬০৯০

৭। বিস্তিৰ্ণ উচ্চভূমিক কি বোলা হয় ?

(ক) মালভূমি

(খ) সমভূমি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মালভূমি

৮। নদীয়ে গঠন কৰা উপত্য়াকা ইংৰাজী কি আখৰটোৰ নিচিনা?

(ক) J

(খ) A

(গ) v

উত্তৰঃ (গ) v

৯। হিমবাহে সৃষ্টি কৰা উপত্য়কা দেখিবলৈ ইংৰাজী কি আখৰটো নিচিনা?

(ক) u

(খ) R

(গ) D

উত্তৰঃ (ক) u

১০। পৃথিৱীৰ আটাইতকৈ দ হ্ৰদ কি?

(ক) বৈকাল

(খ) আৰল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বৈকাল

১১। বৈকাল কিমান মিটাৰ দ?

(ক) ১৫২৩

(খ) ১৫২৪

(গ) ১৪২৪

উত্তৰঃ (খ) ১৫২৪

১২।  পৃথিৱীৰ আটাইটকৈ ডাঙৰ হ্ৰদ কি?

(ক) বৈকাল

(খ) কাস্পিয়ান

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কাস্পিয়ান

১৩। ভূত্বকৰ ওখোৰা-মোখোৰা স্থানবোৰৰ নিম্ন অংশবোৰত পানী জমা হৈ পৃথিৱীৰ কি মণ্ডল সৃষ্টি হৈছে?

(ক) জলমণ্ডল

(খ) স্থলমণ্ডল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জলমণ্ডল

১৪। চাৰিওফালে মাটিভাগেৰে আগুৰা বিস্তৃত জলৰাশিক কি বোলে?

(ক) হ্ৰদ

(খ) পৰ্বত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হ্ৰদ

১৫। পৰ্বততকৈ চাপৰ শিলাময় ভূমিভাগক কি বোলা হয়?

(ক) পাহাৰ

(খ) নদী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাহাৰ

১৬। যি ঠাইৰপৰা জলধাৰা আৰম্ভ হয় তাক কি বোলে

(ক) উৎস

(খ) হ্ৰদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উৎস

১৭। যমুনা ,সোৱণশিৰি, পাগলাদিয়া, দিখৌ, দিহিং আদি অসমৰ কি নদী?

(ক) উপনদী

(খ) নদী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উপনদী

১৮। কাস্পিয়ানৰ আয়তন কিমান বৰ্গ কিলোমিটাৰ?

(ক) ৩০,০০,০০০

(খ) ৪০,০০,০০০

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৪০,০০,০০০

১৯। ধৰাপৃষ্ঠৰ সাত ভাগৰ কিমান অংশই  জলমণ্ডলে আৱৰি আছে?

(ক) চাৰি

(খ) পাঁচ

(গ) ছয়

উত্তৰঃ (খ) পাঁচ

২০। দুশাৰী পৰ্বত বা উচ্চভূমিৰ মাজৰ দীঘলীয়া নিম্ন সমতল ভূমিক কি বোলা হয়?

(ক) সমভূমি

(খ) উপত্য়কা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) উপত্য়কা

Type: Pompi Hazarika