Class 7 Social Science Sankardev School | Chapter 2 | পৃথিৱীৰ অন্তৰ্ভাগ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 2

পৃথিৱীৰ অন্তৰ্ভাগ

১। পৃথিৱীৰ তথা আন গ্ৰহবোৰ জন্মৰ সময়ত একোটা জ্বলন্ত কি আছিল।

(ক) গ্ৰহ

(খ) অগ্নিপিণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অগ্নিপিণ্ড

২। ভূত্বক মানে হ’ল পৃথিৱীৰ।

(ক) অগ্নিপিণ্ড

(খ) খোলা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) খোলা

৩। পৃথিৱীৰ উপৰিভাগৰপৰা কেন্দ্ৰলৈ গড় দূৰত্ব কিমান কিলোমিটাৰ?

(ক) ৪২৭০

(খ) ১৩২০

(গ) ৬৩৮০

উত্তৰঃ (গ) ৬৩৮০

৪। পৃথিৱীৰ অভ্য়ন্তৰলৈ উত্তাপ ক্ৰমে ।

(ক) বাঢ়ি গৈ থাকে

(খ) কমি থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বাঢ়ি গৈ থাকে

৫।পৃথিৱীৰ অভ্য়ন্তৰভাগত কেইটা তৰপ আছে ?

(ক) ৩টা

(খ) কেইবাটাও

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কেইবাটাও

৬। পৃথিৱীৰ প্ৰথমটো স্তৰৰ নাম কি?

(ক) ছিয়াল

(খ) ছিমা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ছিয়াল

৭। নিফ তৰপটো পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওফালে কিমান কিলোমিটাৰ ব্য়াসাৰ্ধ্য়াৰে বিস্তৃত।

(ক) ৩৫৪০

(খ) ৪৫৩০

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৩৫৪০

৮। পৃথিৱীৰ উপৰিভাগৰপৰা পৃথিৱীৰ কেন্দ্ৰলৈ কিমান কিলোমিটাৰ দূৰত্ব?

(ক) ৬২৮৭

(খ) ৬৩৭৮

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৬৩৭৮

৯। কেন্দ্ৰভাগৰ অধ্য়য়ন প্ৰত্য়ক্ষভাৱে কৰা সহজ ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) নহয়

১০। পৃথিৱীৰ অভ্য়ন্তৰৰ এই তিনিটা স্তৰৰ ভিতৰত ছিয়াল বা অম্ল মণ্ডলৰ সৈতে ভূত্বকৰ সম্পৰ্ক  কি?

(ক) অধিক

(খ) কম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অধিক

১১। পৃথিৱীৰ উপৰিভাগৰ প্ৰথম স্তৰটো ঘনত্ব কিমান ?

(ক) ২.৯

(খ) ৩.১

(গ) ২ .৭৫

উত্তৰঃ (গ) ২ .৭৫

১২। গুৰুমণ্ডলৰ ঘনত্ব কিমান ?

(ক) ৬৩৮০

(খ) ২.৯ ৰ পৰা ৩.১

(গ) ২.৪৫

উত্তৰঃ (খ) ২.৯ ৰ পৰা ৩.১

১৩। পৃথিৱীৰ অন্তভাগত কি আছে ?

(ক) তৰপ

(খ) খোলা

(গ) ওপৰৰ এটাও নহয় ।

উত্তৰঃ (ক) তৰপ

১৪। ছিমা স্তৰটো কিহেৰে গঠিত ?

(ক) অলিভিত শিলাৰে

(খ) খোলা

(গ) এটাও নহয় ।

উত্তৰঃ (ক) অলিভিত শিলাৰে

১৫। পৃথিৱীৰ অভ্য়ন্তৰলৈ উত্তাপ কি গৈ থাকে ?

(ক) কমি গৈ থাকে

(খ) বাঢ়ি গৈ থাকে

(গ) ওপৰৰ দুয়োটা শুদ্ধ ।

উত্তৰঃ (খ) বাঢ়ি গৈ থাকে

১৬। পৃছিৱীৰ অভ্য়ন্তৰলৈ বৃদ্ধিৰ হাৰ কি নহয় ?

(ক) সমান

(খ) অসমান

(গ) সমানুপাতত

উত্তৰঃ (গ) সমানুপাতত

১৭। শিল, মাটি, বোকা, বালি, পানী আদিৰে কোনটো মণ্ডল গঠিত হৈ থাকে ?

(ক) অম্ল মণ্ডল

(খ) গুৰু মণ্ডল

(গ) এটাও নহয় ।

উত্তৰঃ (ক) অম্ল মণ্ডল

১৮। কি সংকেত লগ লগাই Sima দিয়া হৈছে ?

(ক) ৰাসায়নিক

(খ) জৈৱিক

(গ) অজৈৱিক

উত্তৰঃ (ক) ৰাসায়নিক

১৯। ৰাসায়নিক সংকেত কেইটা লগ লগাই Sima দিয়া হৈছে ? 

(ক) তিনিটা

(খ) দুটা

(গ) এটা

উত্তৰঃ (খ) দুটা

২০। ( Si ) মানে কি ?

(ক) মেগনেছিয়াম

(খ) ছিয়াল

(গ) ছিলিকন

উত্তৰঃ (গ) ছিলিকন

Type: Pompi Hazarika