Class 7 Social Science Sankardev School | Chapter 8 | ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল

১। নগালেণ্ড, মণিপুৰ, অসমৰ কাৰ্বি আংলং আৰু মিজোৰামৰ বিস্তৃত অঞ্চল পাহাৰেৰে আবৃত ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

২। মেঘালয় এখন কি?

(ক) সমভূমি

(খ) মালভূমি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মালভূমি

৩। মালভূমিৰ এটা অংশ পূবে কলৈ আগবাঢ়ি গৈছে?

(ক) অসম

(খ) মেঘালয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অসম

৪। অসমৰ ধনশিৰি আৰু কপিলী নৈয়ে এই মালভূমি পৃথক ।

(ক) কৰিছে

(খ) নাইকৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কৰিছে

৫। মণিপুৰৰ সমভূমিত ‘লোকটক’ নামে এটা হ্ৰদ ।

(ক) নাই

(খ) আছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) আছে

৬। ছিকিম আৰু অৰুণাচল প্ৰদেশৰ হিমালয়ৰ অন্তৰ্গত পাৰ্বত্য়ভূমি, বিশেষকৈ উত্তৰ অংশ বৰফেৰে আবৃত হৈ থকা বাবে শীতকালত তীব্ৰ শীত অনুভৱ।

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হয়

৭। উত্তৰ-পূব মৌচুমী বতাহক উত্তৰত হিমালয় পৰ্বতশ্ৰেণীয়ে বাধা দিয়া বাবে শীতকাল অতি তীব্ৰ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়

৮। নানা নদ-নদী আৰু জলৰাশিয়ে স্থানীয় বৰষুণ হোৱাত অৰিহণা ।

(ক) যোগায়

(খ) নোযোগায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যোগায়

 ৯। অৰণ্য়সমূহৰ অৱস্থিতি বায়ুপ্ৰৱাহ আৰু বৃষ্টিপাত সৃষ্টিত সহায়।

(ক) নকৰে

(খ) কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কৰে

১০। মৌচুমী ,উপক্ৰান্তীয় আৰু ক্ৰান্তীয় জলবায়ু বুলি ক’ব।

(ক) পাৰি

(খ) নোৱাৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পাৰি

১১। শৰতৰ শেষত আঘোণ মাহৰ আৰম্ভণিৰ পৰা পুহ মাহৰ শেষলৈ কি কাল?

(ক) শীত

(খ) গ্ৰীষ্ম

(গ) হেমন্ত

উত্তৰঃ (গ) হেমন্ত

১২। মাঘ আৰু ফাগুনৰ সময়ছোৱাক কি কাল বুলিব পাৰি

(ক) শৰৎ

(খ) শীত

(গ) গ্ৰীষ্ম

উত্তৰঃ (খ) শীত

১৩। হিমালয়ৰ কিমান হাজাৰ মিটাৰ উচ্চতাত তৰাই নামৰ বননিত পৰ্ণপাতী উদ্ভিদ, নলবাহ আদি দেখা যায়?

(ক) ১৫০০

(খ) ১২০০

(গ) ২২২৫

উত্তৰঃ (খ) ১২০০

১৪। ভাৰতবৰ্ষখন বিভিন্ন ধৰণৰ প্ৰাকৃতিক উদ্ভিদেৰে পিৰিপূৰ্ণ এখন দেশ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

১৫। পৰ্ণপাতী উদ্ভিদে বসন্ত কাল আৰু গ্ৰীষ্ম কালৰ আগত পাত।

(ক) সলাই

(খ) নসলাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সলাই

১৬। পাদদেশত পৰ্ণপাতী অৰণ্য় দেখা।

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়

১৭। অসমৰ ৰাজধানী কি ?

(ক) শ্বিলং

(খ) দিছপুৰ

(গ) ইটানগৰ

উত্তৰঃ (খ) দিছপুৰ

১৮। ছিকিমৰ ৰাজধানী কি ?

(ক) দিছপুৰ

(খ) গেংটক

(গ) ইম্ফল

উত্তৰঃ (খ) গেংটক

১৯। ২০১১ চনত অসমত জনসংখ্য়া কিমান আছিল ?

(ক) ৩১,২০৫,৫৭৬ জন

(খ) ৬১০,৫৭৭ জন

(গ) ৩,৬৭৩,৯১৭ জন

উত্তৰঃ (ক) ৩১,২০৫,৫৭৬ জন

২০। অসমৰ প্ৰধান পাহাৰ কেইখনৰ নাম কি ?

(ক) পাটকাই, মণিপুৰ

(খ) ছিংগালিয়া, ডনক্য়াচলা

(গ) উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ

উত্তৰঃ (গ) উত্তৰ কাছাৰ আৰু কাৰ্বি পাহাৰ

Type: Pompi Hazarika