Class 8 Assamese Sankardev School | Chapter 12 | ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 12

ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ

১। ৰঘুনাণ চৌধৰি জন্ম কোন চনত হৈছিল?

(ক)১৮৭৯

(খ)১৮৬৮

(গ)১৮৭৫

উত্তৰঃ (ক)১৮৭৯

২। তেওঁৰ একমাত্ৰ পুথি গল্প খনৰ নাম কি?

(ক)জোনাকী

(খ)পচতীয়া

(গ)সুৰভী

উত্তৰঃ(খ)পচতীয়া

৩। তেওঁৰ কবিতা পুথি কেইখন ৰচনা কৰিছিল?

(ক)২ খন

(খ)৪ খন

(গ)৬ খন

উত্তৰঃ(গ)৬ খন

৪। তেওঁৰ পিতৃৰ নাম কি?

(ক)ভোলানাথ চৌধৰি

(খ)দুৰ্গেশ্বৰ চৌধৰি

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ(ক)ভোলানাথ চৌধৰি

৫। জোন আৰু জোনাকী কবিতাটি কোনে লিখিছিল?

(ক)ৰঘুনাথ চোধৰি

(খ)দুৰ্গেস্বৰ শৰ্মা

(গ)আনন্দৰাম বৰুৱা

উত্তৰঃ(ক)ৰঘুনাথ চোধৰি

৬। জোন জোনাকী কবিতাটি কবিৰ কোনখন পুতিৰ অন্তৰ্গত?

(ক)নৱমল্লিকা

(খ)মনাই বৰাগী

(গ)কেতেকী

উত্তৰঃ(খ)মনাই বৰাগী

৭। ৰঘুনাথ চৌধৰীৰ মৃত্যু কিমান চনত হ’য়?

(ক)১৯৮৬

(খ)১৮৭৮

(গ)১৯৮৫

উত্তৰঃ(ক)১৯৮৬

৮। ৰঘুনাথ চৌধৰীয়ে হাইস্কুলত কিমান শ্ৰেণীলৈকে পঢ়িলে?

(ক)সপ্তম

(খ)অষ্টম

(গ)নৱম

উত্তৰঃ(খ)অষ্টম

৯। তলত ৰাতি জিলিকা এবিধ পাখি লগা পোক নাম কি?

(ক)জোনাকী

(খ)হিত

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ(ক)জোনাকী

১০। তেওঁৰ আলোচনী কেইখন ৰচনা কৰিছিল?

(ক)২ খন

(খ)৮ খন

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ(ক)২ খন