Class 8 Assamese Sankardev School | Chapter 11 | ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 11

ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ

১। নদী কাৰ সভ্যতাৰ সংস্কৃতিৰ প্ৰাণ স্বৰূপ?

(ক)মানৱ

(খ)মিছমৰীয়

(গ)সিন্ধু

উত্তৰঃ(ক)মানৱ

২। নদী আৰু পথাৰ কি কৰি গঢ়ি উঠা?

(ক)কেন্দ্ৰ

(খ)গাঠনি

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ(ক)কেন্দ্ৰ

৩। অসমৰ ডাঙৰ নদী কেইখন?

(ক)৩ খন

(খ)৪ খন

(গ)৫ খন

উত্তৰঃ(ক)৩ খন

৪। ব্ৰহ্মপুত্ৰ নদী খনৰ মুঠ দৈৰ্ঘ্য় কিমান?

(ক)৪৫০

(খ)২৮৫০

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ(খ)২৮৫০

৫। পদ্মানদী খন প্ৰায় কিমান কিঃমিঃ অতিক্ৰম কৰাৰ পিছত বৰাক উপত্যকাৰ পৰা পৰিবাহিত নদী ‘সুৰমা’ আৰু ‘কুছিয়াৰ’ নদীৰ সংযোজিত ‘মেঘনা’ নদীৰ লগত মিলি গৈ বংগোপ সাগৰত পৰিছে?

(ক)১০০ কিঃমিঃ

(খ)৯৯৫ কিঃমিঃ

(গ)৭৮৮ কিঃমিঃ

উত্তৰঃ(খ)৯৯৫ কিঃমিঃ

৬। ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য আধা প্ৰায় কিমান কিঃমিঃ অসমৰ মাজেৰে বৈ গৈছে?

(ক)৯৯৬ কিঃমিঃ

(খ)৭২৫ কিঃমিঃ

(গ)৪৫০ কিঃমিঃ

উত্তৰঃ(খ)৭২৫ কিঃমিঃ

৭। কিমান আৰু কিমান চনত হোৱা অসমত সংগঠিত হোৱা প্ৰলংকাৰী ভূমিকম্পৰ ফলত যথেষ্ট পৰিমানৰ ক্ষতি হৈছে?

(ক)২০০৪ আৰু ২০০৬

(খ)১৮৯৭ আৰু ১৯৫০

(গ)১৬৮৬ আৰু ১৭৬৯

উত্তৰঃ(খ)১৮৯৭ আৰু ১৯৫০

৮। অসনত মৌচুমী জলৱায়ুৰ অন্তৰ্গত হোৱা বাবে বাৰিষাৰ কালছোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰায় কিমান শতাংশ বৰযুণ হ’য়?

(ক)১০০ শতাংশ

(খ)৬০শতাংশ

(গ)৯০ শতাংশ

উত্তৰঃ(গ)৯০ শতাংশ

৯। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ উপনৈ কেইখন?

(ক)১০ খন

(খ)১৬ খন

(গ)১৭ খন

উত্তৰঃ(গ)১৭ খন

১০। শদিয়াৰ পৰা কিমান কিঃমিঃ পূবত এটা জলখাদ অৱস্থিত?

(ক)৯০ কিঃমিঃ

(খ)৮০ কিঃমি

(গ)৭০ কিঃমিঃ

উত্তৰঃ(খ)৮০ কিঃমি

১১। ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ উপনৈ কেইখন?

(ক)১৬ খন

(খ)১৭ খন

(গ)১৮ খন

উত্তৰঃ(খ)১৭ খন

১২। অখণ্ড ভাৰতৰ কি এক প্ৰাচীন সভ্যতা?

(ক)সিন্ধু সভ্য়তা

(খ)চীনা সভ্যতা

(গ)ছুমেৰীয় সভ্যতা

উত্তৰঃ(ক)সিন্ধু সভ্য়তা

১৩। ভৌগলিক অৱস্থান অনুসৰি ব্ৰহ্মপুত্ৰ নদীখনৰ সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান মিটাৰ উচ্চতা আছে?

(ক)২৩০০

(খ)৩৬০০

(গ)২৪৭৬

উত্তৰঃ(খ)৩৬০০

১৪। ড° ভূপেন হাজৰিকাৰ কেইটা গীতত ব্ৰহ্মপুত্ৰৰ উল্লেখ আছে?

(ক)তিনিটা

(খ)নটা

(গ)কেইবাটাও

উত্তৰঃ(গ)কেইবাটাও

১৫। সংস্কৃতত ব্ৰহ্মপুত্ৰক কি নামেৰে জনা যায়?

(ক)লোহ্যিত

(খ)চিৰি

(গ)আজুকাহা

উত্তৰঃ(ক)লোহ্যিত