Class 8 Assamese Sankardev School | Chapter 15 | অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 15

অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী

১। “সকলো ত্যাগ কৰিবা- কিন্ত অধিকাৰ ত্যাগ নকৰিবা।”

(ক)চন্দ্ৰপ্ৰভা শইকীয়াইনীয়ে

(খ)লক্ষ্যধৰ চৌধৰিয়ে

(গ)লম্বোদৰ বৰুৱাই

উত্তৰঃ (ক)চন্দ্ৰপ্ৰভা শইকীয়াইনীয়ে

২। লক্ষ্যধৰ চৌধৰি জন্ম কেতিয়া হৈছিল?

(ক)১৯১৮

(খ)১৯১৪

(গ)১৯২৪

উত্তৰঃ (খ)১৯১৪

৩। লক্ষ্যধৰ চৌধৰি ক’ত জন্ম হৈছিল?

(ক)নগাঁও

(খ)গুৱাহটী

(গ)যোৰহাট

উত্তৰঃ (খ)গুৱাহটী

৪। লক্ষ্যধৰ চৌঘৰিয়ে কিমান চনত সাহিত্য সভাৰ সভাপতি আছিল?

(ক)১৯৯২

(খ)১৯৮২

(গ)১৯৮৬

উত্তৰঃ (ক)১৯৯২

৫। লক্ষ্যধৰ চৌধৰিয়ে কিমান চনত অসমৰ শিক্ষা ব্যতিক্ৰমী খ্যাতি ৰাখি থৈ যায়?

(ক)১৯৭৮

(খ)১৯৮৭

(গ)১৯৫৮

উত্তৰঃ (ক)১৯৭৮

৬। কিমান চনত গুৱাহাটী নিখিল ভাৰত কংগ্ৰেছ অধিৱেশন বহিব?

(ক)১৯২৯

(খ)১৯২৬

(গ)১৯৩৪

উত্তৰঃ (খ)১৯২৬

৭। চন্দ্ৰপ্ৰভাৰ গাভৰু কালতে কিমান চনত নগাঁৱত অসম সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনলৈ বিশিষ্ট অতিথিৰূপে নিমন্ত্ৰন জনোৱা হ’য়?

(ক)১৯২৬

(খ)১৯২৯

(গ)১৯২৫

উত্তৰঃ (গ)১৯২৫

৮। কিমান চনত তেজপুৰত অসম ছাত্ৰ সন্মিলন বছৰেকীয়া অধিৱেশন বহে?

(ক)১৯১৪

(খ)১৯১৮

(গ)১৯১৬

উত্তৰঃ (খ)১৯১৮

৯। চন্দ্ৰপ্ৰবা শইকীয়ানী কোনখন জিলাৰ মিছন স্কুলৰ ছা্ত্ৰী?

(ক)গুৱাহাটী

(খ)1

(গ)নগাঁৱ

উত্তৰঃ (গ)নগাঁৱ

১০। লক্ষ্যধৰ চৌধৰিৰ সাহিত্যিক অৱদান কেইখন?

(ক)২ খন

(খ)৩ খন

(গ)৬ খন

উত্তৰঃ (ক)২ খন

১১। লক্ষ্যধৰ চৌধৰিৰ নাটক কেইখন?

(ক)৪ খন

(খ)৮ খন

(গ)১৩ খন

উত্তৰঃ (ক)৪ খন

১২। লক্ষ্যধৰ চৌধৰি কিমানচনত মৃত্যু হৈছিল?

(ক)১৯৯৮

(খ)২০০০

(গ)২০০২

উত্তৰঃ (খ)২০০০

১৩। লক্ষ্যধৰ চৌধৰিয়ে কিমান চনত সাংস্কৃতিক মন্ত্ৰী ৰূপে ৰাজনীতিত ব্যতিক্ৰমে খ্যাতি ৰাখি থৈ যায়?

(ক)১৯৭৬

(খ)১৯৫৮

(গ)১৯৭৮

উত্তৰঃ (গ)১৯৭৮

১৪। লক্ষ্যধৰ চৌধৰি এজন কোন আছিল?

(ক)সাহিত্যিক

(খ)নাট্য সাহিত্য

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (গ)ওপৰৰ গোটেই কেইটা

১৫। চন্দ্ৰপ্ৰবা শইকীয়ানীৰ কিমান চনত দেহাৱলসাত ঘটে?

(ক)১৯৭২ চনৰ ১৬ মাৰ্চ

(খ)১৯৭৬ চনত ১৭ মাৰ্চ

(গ)১৯৭১ চনৰ ১৬ মাৰ্চ

উত্তৰঃ (ক)১৯৭২ চনৰ ১৬ মাৰ্চ