Class 8 Assamese Sankardev School | Chapter 16 | জন্মভূমি | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 16

জন্মভূমি

১। যি দেশত মানুহ ওপজে?

(ক)জন্মভূমি

(খ)স্বৰ্গাদপি

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক)জন্মভূমি

২। লম্বোগৰ বৰা দেৱৰ জন্ম কেতিয়া হৈচিল?

(ক)১৮৬০

(খ)১৮৮৭

(গ)১৮৮২

উত্তৰঃ (ক)১৮৬০

৩। লম্বোদৰ বৰকা দেৱে কিমান চনত এন্ট্ৰন্স পৰীক্ষাত উৰ্ত্তীণ হ’য়?

(ক)১৮৮২

(খ)১৮৮৭

(গ)১৮৯২

উত্তৰঃ (ক)১৮৮২

৪। লম্বোদৰ বৰা দেৱে কিমান চনত বি.ও ডিগ্ৰী লাভ কৰে?

(ক)১৮৮৭

(খ)১৮৭৫

(গ)১৮৫৯

উত্তৰঃ (ক)১৮৮৭

৫। লম্বোদৰ বৰা দেৱে এন্ট্ৰন্স পৰীক্ষাত উৰ্ত্তীণ হ’য় শিক্ষাৰ বাবে ক’লৈ য়ায়?

(ক)মোম্বাই

(খ)কলিকতা

(গ)আমেৰিকা

উত্তৰঃ (খ)কলিকতা

৬। লম্বোদৰ বৰাদেৱেৰ প্ৰবন্ধ কেইছন ৰচনা কৰিছিল?

(ক)৩ খন

(খ)৯ খন

(গ)৬ খন

উত্তৰঃ (ক)৩ খন

৭। লম্বোদৰ বৰাদেৱে আইনৰ কি উপাধি লাভ কৰে?

(ক)বি.এল

(খ)বি.এ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)বি.এল

৮। লম্বোদৰ বৰাদেৱৰ মৃত্যু কেতিয়া হৈছিল?

(ক)১৮৯২

(খ)১৮৮৭

(গ)১৮৭৩

উত্তৰঃ (ক)১৮৯২

৯। লম্বোদৰ বৰাদেৱৰ উল্লেখযোগ্য পুতি পুথিকেইখন?

(ক)৩ খন

(খ)৬ খন

(গ)৯ খন

উত্তৰঃ (ক)৩ খন

১০। গ্ৰীক বুলি এখনি কি দেস আছে?

(ক)সৰু

(খ)ডাঙৰ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)সৰু

১১। আজিকালি অমস দেশৰ সকলে ক্ষেত্ৰতে দুৰবস্থা।

(ক)হয়

(খ)নহয়

(গ)কেতিয়াবা হয় হয় লাগে কেতিয়াবা নালাগে

উত্তৰঃ (ক)হয়

১২। আমি কি মানুহ?

(ক)অসমীয়া

(খ)হিন্দু

(গ)মাৰাঠী

উত্তৰঃ (ক)অসমীয়া

১৩। ব্ৰহ্মদেশৰ মানুহক কি বুলি জনা যায়?

(ক)গ্ৰীক

(খ)মান

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ)মান

১৪। কিমান চনত মান সেনাই অসমলৈ আহি আক্ৰমণ কৰে?

(ক)১৮১৭

(খ)১৮১৮

(গ)১৮২৩

উত্তৰঃ (ক)১৮১৭

১৫। জন্মভূনিৰ ঘোৰ দুৰব্যস্থা অসমীয়াৰ ঘোৰ টোপনি?

(ক)শুদ্ধ

(খ)অশুদ্ধ

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)শুদ্ধ