Class 8 Assamese Sankardev School | Chapter 17 | ধৰ ঝাড়ুধৰ ভাই | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 17

ধৰ ঝাড়ুধৰ ভাই

১। অম্বিকাৰগিৰি ৰায়চৌধৰি জন্ম কেতিয়া হ’য়?

(ক)১৮৮৫

(খ)১৮৭৬

(গ)১৮৫৬

উত্তৰঃ (ক)১৮৮৫

২। অম্বিকাৰগিৰি ৰায়টচৌধিৰ কবিতা পুথি কেইখন?

(ক)৯ খন

(খ)১৮ খন

(গ)১৪ খন

উত্তৰঃ (ক)৯ খন

৩। ধৰ ঝাড়ুধৰ ভাই কবিতাটি কোনে লিখিছিল?

(ক)অম্বিকাৰগিৰি ৰায়চৌধৰি

(খ)জ্ঞানদাভিৰাম বৰুৱা

(গ)লম্বোদৰ বৰা

উত্তৰঃ (ক)অম্বিকাৰগিৰি ৰায়চৌধৰি

৪। কোন চনত অম্বিকাৰগিৰি ৰায়চৌধৰি কাৰাবায় খাটিছিল?

(ক)১৮৫৬

(খ)১৮৪৫

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (গ)ওপৰৰ এটাও নহয়

৫। অম্বিকাৰগিৰি ৰয় চৌধৰি ক’ত জন্ম হৈছিল?

(ক)বৰদোৱা

(খ)কামৰূপ

(গ)বৰপেটা

উত্তৰঃ (গ)বৰপেটা

৬। অম্বিকাৰগিৰি ৰায়চৌধৰি য়ে ধৰ ঝাড়ুধৰ ভাই কবিতাটি কোন চনত ৰচনা কৰিছিল?

(ক)১৯২১

(খ)১৯৬৭

(গ)১৮৭৯

উত্তৰঃ (ক)১৯২১

৭। অম্বিকাৰগিৰি ৰায়চৌধৰিৰ মৃত্যু কিমান চনত হৈছিল?

(ক)১৯৬৭

(খ)১৯৪৫

(গ)১৯৭৮

উত্তৰঃ (ক)১৯৬৭

৮। অম্বিকাৰগিৰি ৰায়চৌধৰি কিমান চনত সাহিত্য সভাৰ সভাপতি আছিল?

(ক)১৯৫০

(খ)১৯৫৭

(গ)১৯৪৯

উত্তৰঃ (ক)১৯৫০

৯। অম্বিকাৰগিৰি ৰায়চৌধৰিক কি নামেৰে খ্যাতি কৰিছে?

(ক)অসম কেশৰী

(খ)সাহিত্য-সংস্কৃতি

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক)অসম কেশৰী

১০। ধৰ ঝাড়ুধৰ ভাই কবিতাটি কিহৰ ৰূপত প্ৰকাশ পাইছে?

(ক)জাতীয় চিন্তা

(খ)দেশপ্ৰমৰ

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (গ)ওপৰৰ গোটেই কেইটা