Class 8 Assamese Sankardev School | Chapter 9 | ডাংবৰলা কেঁচুৱা দৰ্শন | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 9

ডাংবৰলা কেঁচুৱা দৰ্শন

১. ডাংবৰলা কেঁচুৱা দৰ্শন  কেইটা?

(ক)তিনিটা

(খ)চাৰিটা

(গ)পাচঁটা

উত্তৰঃ (ক)তিনিটা

২। কাৰ আগত কথা কোৱা টান?

(ক)ৰজাৰ

(খ)মন্ত্ৰী

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক)ৰজাৰ

৩। কি শেষ কৰি ঘৰতেই থাকো?

(ক)ডাংবৰলাৰ

(খ)পঢ়া-শুণা

(গ)বিয়া পাতি

উত্তৰঃ (খ)পঢ়া-শুণা

৪। পোনতে আইয়ে কেইখন বিয়া কৰাবলৈ দিছিল?

(ক)তিনিখন

(খ)চাৰি খন

(গ)কেইবাখন

উত্তৰঃ (গ)কেইবাখন

৫। আবেলিৰ অলপ আগতে কোন ঘৰ পালেগৈ?

(ক)ডাঙৰ দা

(খ)মোমাইদেউৰ

(গ)বোপাটি

উত্তৰঃ (খ)মোমাইদেউৰ

৬। কোনে বাহিৰতে বহি থকা মানুহ দুজনমানক কিবা কামৰ দিহা দিছে?

(ক)ডাংবৰলাই

(খ)বাইদেৱে

(গ)মোমাইদেৱে

উত্তৰঃ (গ)মোমাইদেৱে

৭। সুমী এজনী কি ছোৱালী?

(ক)ভাল

(খ)ৰাংঢালী

(গ)ওপৰৰ গোটেই কেইটা

উত্তৰঃ (খ)ৰাংঢালী

৮। যতীন্দ্ৰ নাথ দুৱাৰৰ জন্ম কিমান চনত হ’য়?

(ক)১৯০৯

(খ)১৮৯২

(গ)১৮৫৬

উত্তৰঃ (খ)১৮৯২

৯। যতীন্দ্ৰ নাথ দুৱাৰৰ কবিতা পুথি কেইখন?

(ক)৪ খন

(খ)৫ খন

(গ)৬ খন

উত্তৰঃ (ক)৪ খন

১০। যতীন্দ্ৰ নাথ দুৱাৰাৰ কোন খন পুথি তেওঁৰ সাহিত্যৰ?

(ক)বনফুল

(খ)মৰমৰ সুৰ

(গ)ওমৰ তীৰ্থ

উত্তৰঃ (গ)ওমৰ তীৰ্থ

১১। যতীন্দ্ৰ নাথ দুৱাৰে কিমান চনত স্কটিচচাৰ্চ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে?

(ক)১৯০৯

(খ)১৯১৩

(গ)১৯৩৭

উত্তৰঃ (খ)১৯১৩

১২। যতীন্দ্ৰ নাথ দুৱাৰাদেৱে  কোন কলেজত অধ্যপনা কৰিছিল?

(ক)কটন

(খ)কানৈ

(গ)মির্জা

উত্তৰঃ (খ)কানৈ

১৩। বাটত আহোঁতে কোনে কিবা কিবি ভাবিছিলে?

(ক)ডাংবৰলাই

(খ)মোমাইদেউয়েই

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (গ)ওপৰৰ এটাও নহয়

১৪। যতীন্দ্ৰ নাথ দুৱাৰ কিমান চনত ইহলীলা সম্বৰণ কৰে?

(ক)১৯৬৮

(খ)১৯৮৭

(গ)১৯৬৭

উত্তৰঃ (ক)১৯৬৮

১৫। অসমীয়া সাহিত্যত কিহৰ কবি হিচাপে যতীন্দ্ৰ নাথ দুৱাৰ বিখ্য়াত হ’য়?

(ক)মিলনৰ সুৰ

(খ)আপোন সুৰ

(গ)বনফুল

উত্তৰঃ (গ)বনফুল