Class 8 Assamese Sankardev School | Chapter 10 | জাতীয় গৌৰৱ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 10

জাতীয় গৌৰৱ

১। বুৰঞ্জী লিখক কিহৰ গৌৰৱ?

(ক)দেশৰ

(খ)জাতীয়

(গ)গণৰ

উত্তৰঃ (খ)জাতীয়

২। যত কবিফুল ক’ত পদ্মফুল?

(ক)জাতি

(খ)হৃদয়

(গ)দেশত

উত্তৰঃ (ক)জাতি

৩। কমলাকান্ত ভট্টাচাৰ্যৰ ‘জাতীয় গৌৰৱ’ কবিতাটি এটি জাতীয় কি বোধক কবিতা?

(ক)চেতনাবোধক

(খ)ভৎৰ্সনা

(গ)বাইৰণ

উত্তৰঃ (ক)চেতনাবোধক

৪। কমলাকান্ত ভাট্টাচাৰ্যৰ জন্ম কেতিয়া হৈছিল?

(ক)১৮৫৩

(খ)১৮৬৭

(গ)১৮৫৪

উত্তৰঃ (ক)১৮৫৩

৫। কমলাকান্ত ভট্টাচাৰ্য কেইখন প্ৰৱন্ধ ৰচনা কৰিছে?

(ক)৩ খন

(খ)৫ খন

(গ)৭ খন

উত্তৰঃ (খ)৫ খন

৬। কমলাকান্ত ভট্টাচাৰ্য ৰ কবিতা পুথি কেইখন?

(ক)২ খন

(খ)৪ খন

(গ)৬ খন

উত্তৰঃ (ক)২ খন

৭। ৰোমান্টিক কবিৰ জন্ম কিমান চনত হ’য়?

(ক)১৭৮৮

(খ)১৮১৪

(গ)১৬৭৪

উত্তৰঃ (ক)১৭৮৮

৮। কমলাকান্ত ভট্টাচাৰ্য কোন চনত অসম সাহিত্য সভাৰ সভাপতি হ’য়?

(ক)১৯৯২

(খ)১৯২৯

(গ)২৯৩৬

উত্তৰঃ (খ)১৯২৯

৯। মিল্টন কবিৰ জন্ম কিমান চনত হ’য়?

(ক)১৬০৪

(খ)১৬৭৪

(গ)১৭৬৯

উত্তৰঃ (ক)১৬০৪

১০। জন মিল্টন এজন বিখ্যাত কিহৰ কবি?

(ক)অসমীয়া

(খ)হিন্দী

(গ)ইংৰাজী

উত্তৰঃ (গ)ইংৰাজী