অসমৰ প্ৰাকৃতিক সম্পদ | অধ্য়ায়-১১ | Chapter 11 | Class 4 Environment SCERT School Question Answer | অসমৰ প্ৰাকৃতিক সম্পদ Lesson 11 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী Class 4 SCERT School Question Answer and Solutions For Assam |

Chapter 11

অসমৰ প্ৰাকৃতিক সম্পদ

অনুশীলনী

১। উত্তৰ লিখা

(ক) প্রাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ 
(খ) খনিজ সম্পদ কাক বোলে?

উত্তৰঃ                                                                     

(গ) অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি ?

উত্তৰঃ 
(ঘ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’বুলি কোৱা হয়?

উত্তৰঃ 


(ঙ) জলজ সম্পদ কি?

উত্তৰঃ  
(চ) অসমৰ তিনিবিধ কৃষিজাত সম্পদ নাম লিখা।

উত্তৰঃ

 (ছ) তিনিবিধ বনজ সম্পদ নাম লিখা।

উত্তৰঃ 

২। আমি কিয় প্রাকৃতিক সম্পদবোৰৰ সদ্ব্যৱহাৰ কৰিব লাগে ?

উত্তৰঃ 
৩। শুদ্ধ উত্তৰটোত‘✔’চিন দিয়া(ক) আল্‌কতৰা কয়লাখনিত পোৱা যায়।

উত্তৰঃ 
(খ) চূণশিল এবিধ বনজ সম্পদ।

উত্তৰঃ 
(গ) প্রাকৃতিক সম্পদ আমি সদ্ব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ 
(ঘ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়।

উত্তৰঃ 
(ঙ) ভূ-গৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ 

৪। ‘ক’অংশৰ লগত ‘খ’অংশ মিলোৱা

কয়লাখাৰুৱা তেলগঁড়, হাতীপানীত থকা প্ৰাণীসমূহ বনজ সম্পদজলজ সম্পদখনিজ সম্পদপনীয়া সোণ

উত্তৰঃ