Class 5 Environment Chapter 8 | জীৱন ধাৰণৰ প্ৰণালী | MCQs Short Question Answer SCERT School |

Chapter 8

জীৱন ধাৰণৰ প্ৰণালী

1. ভীমবেট্কা গুহা ক’ত আছে ?

(ক)অন্ধ্ৰপ্ৰদেশত।

(খ)মধ্য়প্ৰদেশত।

(গ)গুজৰাটত।

উত্তৰঃ (খ)মধ্য়প্ৰদেশত।

2. আদিম যুগত প্ৰধান ব্য়ৱহাৰৰ সঁজুলি কি ?

(ক)শিল।

(খ)কুঠা।

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)শিল।

3. পানিক নামৰ দলটোত কিমানজন মানুহে বাস কৰিছিল ?

(ক)চল্লিস জন।

(খ)পঁচিছ জন।

(গ)ত্ৰিছ্ জন।

উত্তৰঃ (খ)পঁচিছ জন।

 4. দাওজালি হাডিং নামৰ ঠাইখন কোন জিলাৰ অন্তগৰ্ত ?

(ক)শিৱসাগৰ।

(খ)কাৰ্বি আংলং।

(গ)ডিমা হাছাও।

উত্তৰঃ (গ)ডিমা হাছাও।

5. ভৈয়ামৰ সমতল ভূমিত মানুহে কি পাতি বসবাস কৰে ?

(ক)চুবুৰি পাতি।

(খ)গাওঁ পাতি।

(গ)সমাজ পাতি।

উত্তৰঃ (খ)গাওঁ পাতি।

6. গাঁও অঞ্চলৰ কিছু লোক কি শিল্পৰ লগত জড়িত ?

(ক) মৃৎ শিল্পৰ লগত জড়িত।

(খ) কুটীৰ শিল্প লগত জড়িত।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ

উত্তৰঃ (খ) কুটীৰ শিল্প লগত জড়িত।

7. কোন অঞ্চলৰ লোকে জুম খেতি কৰে ?

(ক)পাহাৰীয়া অঞ্চলৰ লোকে।

(খ)চাহ বাগিচাৰ অঞ্চলৰ লোকে।

(গ)ভৈয়ামৰ গাওঁ অঞ্চলৰ লোকে।

উত্তৰঃ (ক)পাহাৰীয়া অঞ্চলৰ লোকে।

8. আদিম মানুহে কি জীৱন যাপন কৰিছিল ?

(ক) উন্নত জীৱন যাপন।

(খ) অঘৰী জীৱন যাপন ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) অঘৰী জীৱন যাপন ।

9. খৰালি কালত পাহাৰীয়া অঞ্চলত কি অভাৱ হয় ?

(ক)বাসস্থানৰ।

(খ)খাদ্য়ৰ।

(গ)পানীৰ।

উত্তৰঃ (গ)পানীৰ।

10. চৰ অঞ্চলৰ লোকে কি খেতি কৰে ?

(ক)ৰবি খেতি।

(খ)ধান খেতি।

(গ)জুম খেতি।

উত্তৰঃ (ক)ৰবি খেতি।