Class 10 Assamese Chapter 4 | মই অসমীয়া | MCQs Short Question Answer SEBA School |

Chapter 4

মই অসমীয়া

1)  চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯১০ চনত

(খ) ১৮৯৯ চনত

(গ) ১৯১৯ চনত

উত্তৰঃ (গ) ১৯১৯ চনত

2)   অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
(ক) বৰাচাউল আৰু মিঠৈয়ে
(খ) হাঁহ-কণী আৰু চাউলৰে
(গ) চিমেন্ট আৰু বালিয়ে

উত্তৰঃ  (খ) হাঁহ-কণী আৰু চাউলৰে

3)   অসমৰ হেংদাং ক’ত জিলিকিছিল?
(ক) দুপৰৰ পূৰ্ণ আলোকত
(খ) গোলাঘাটত
(গ) সন্ধিয়া

উত্তৰঃ  (ক) দুপৰৰ পূৰ্ণ আলোকত

4)  চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বটাঁ লাভ কৰে?
(ক) পৰশমণি
(খ) অঘৰী আত্মাৰ কাহিনী
(গ) জেতুকা পাতৰ দৰে

উত্তৰঃ (খ) অঘৰী আত্মাৰ কাহিনী

5)  অসমীয়াসকলে কিহৰে তৈয়াৰী পেঁপা বজাইছিল?
(ক) বাহঁৰ
(খ) বেতঁৰ
(গ) ম’হ-শিংৰ

উত্তৰঃ (গ) ম’হ-শিংৰ

6)  কিমান চনত চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়াপুৰী অধীৱেশনৰ সভাপতি আছিল?
(ক) ১৯৭৭ চনত
(খ) ১৯৭৮ চনত
(গ) ২০০০ চনত

উত্তৰঃ  (ক) ১৯৭৭ চনত

7)  চৈয়দ আব্দুল মালিকৰ এখন ৰচনাৰাজিৰ নাম লিখা
(ক) সুৰুযমুখীৰ স্বপ্ন
(খ) আধাৰশিলা
(গ) মমতাজ
উত্তৰঃ (খ) আধাৰশিলা

8)  চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয়?
(ক) গল্পসম্ৰাট
(খ) বিহগী কবি
(গ) ৰসৰাজ
উত্তৰঃ  (ক) গল্পসম্ৰাট

9) চৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?
(ক) ছবিঘৰ
(খ) বেদুইন
(গ) ৰূপতীৰ্থৰ যাত্ৰী
উত্তৰঃ (খ) বেদুইন

10)   ধূসৰ শব্দৰ অৰ্থ কি?
(ক) অস্পষ্ট
(খ) এলেহুৱা
(গ) আলোকিত
উত্তৰঃ (ক) অস্পষ্ট

11)  পুঠিয়ে কাণত কি পিন্ধিছিল?
(ক) ৰূপৰ থুৰীয়া
(খ) সোণৰ থুৰীয়া
(গ) তামৰ থুৰীয়া
উত্তৰঃ  (খ) সোণৰ থুৰীয়া

12)  কবিতাটোত ৰাজ আলি কোনে বান্ধিছিল?
(ক) মিস্ত্ৰীয়ে
(খ) নিষ্কমা ধোদৰ দলে
(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নিষ্কমা ধোদৰ দলে
13) তেও গল্প-উপন্যাসৰ পৰা ৰচনা কৰা এখন চলচ্চিত্ৰৰ নাম কি?
(ক) ৰঙাগৰা
(খ) মৰহা ফুল
(গ) মমতাজ
উত্তৰঃ  (গ) মমতাজ

14) তেওঁ লিখা বিখ্যাত উপন্যাস খনৰ নাম কি?
(ক) সূৰুযমুখীৰ স্বপ্ন
(খ) ধন্য নৰতুন ভাল
(গ) স্বাক্ষৰ
উত্তৰঃ  (ক) সূৰুযমুখীৰ স্বপ্ন

15)  চৈয়দ আব্দুল মালিকৰ কিমান চনত দেহান্তৰ ঘটে?
(ক) ১৯৯৮ চনত
(খ) ২০০২ চনত
(গ) ২০০০ চনত

উত্তৰঃ  (গ) ২০০০ চনত

16)  ৰংঘৰ কাৰেংঘৰ কি আছিল?
(ক) অময়াপুৰী
(খ) স্বৰ্গপুৰী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) স্বৰ্গপুৰী

17)  বাঘৰ নখেৰে বনোৱা কি পিন্ধিছিল?
(ক) খাৰু
(খ) চেন
(গ) থুৰীয়া
উত্তৰঃ (ক) খাৰু

18)  দূবৰিৰ পাতে পাতে কি থকা বুলি কৈছে?
(ক) নিয়ৰৰ টোপাল
(খ) অলংকাৰৰ থোপা
(গ) মুকুটাৰ থোপা
উত্তৰঃ (গ) মুকুটাৰ থোপা

19)  আলোক শব্দৰ বিপৰীত শব্দ কি?
(ক) পোহৰ
(খ) আন্ধাৰ
(গ) মুকলি
উত্তৰঃ (খ) আন্ধাৰ

20)  সমৰ শব্দৰ অৰ্থ কি?
(ক) সৰগ
(খ) যুদ্ধ
(গ) ধুনীয়া
উত্তৰঃ  (খ) যুদ্ধ