Class 10 Assamese Chapter 5 | দৃশ্যান্তৰ | MCQs Short Question Answer SEBA School |

Chapter 5

দৃশ্যান্তৰ

1)  হৰেকৃষ্ণ ডেকাৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৪৪ চনত

(খ) ১৯৪৩ চনত

(গ) ১৯৫৯ চনত

উত্তৰঃ (খ) ১৯৪৩ চনত

2)  হৰেকৃষ্ণ ডেকাই কিমান চনত মেট্ৰিকত উত্তীৰ্ণ হৈছিল?
(ক) ১৯৫৯ চনত
(খ) ১৯৬০ চনত
(গ) ১৯৪৫ চনত

উত্তৰঃ (ক) ১৯৫৯ চনত

3)  হৰেকৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল?
(ক) ‘Sea-Scare’
(খ) ‘The Sentinel’
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ  (খ) ‘The Sentinel’

4)  হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?
(ক) বেদুইন
(খ) বন্দীয়াৰ
(গ) আগন্তুক
উত্তৰঃ (গ) আগন্তুক

5)  হৰেকৃষ্ণ ডেকাৰ ইংৰাজী কবিতাপুথি খনৰ নাম কি?
(ক) ‘Sea-Scare’
(খ) ‘The tiger and the zoo’
(গ) ‘The Sentinel’
উত্তৰঃ (ক) ‘Sea-Scare’

6)  কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?
(ক) ছাঁবিশ বছৰ
(খ) পঁচিশ বছৰ
(গ) ওঠৰ বছৰ
উত্তৰঃ (খ) পঁচিশ বছৰ

7)  মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?
(ক) নঙলামুখত
(খ) ৰাজ আলিত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) নঙলামুখত

8)  হৰেকৃষ্ণ ডেকা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কোনখন কলেজত নাম ভৰ্তি কৰে?
(ক) কটন কলেজত
(খ) ঘনকান্ত বৰুৱা কলেজত
(গ) মৰিগাঁও কলেজত
উত্তৰঃ (ক) কটন কলেজত

9)  কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?
(ক) ৰাতিপুৱা
(খ) আবেলি
(গ) গধূলি
উত্তৰঃ  (গ) গধূলি

10)  হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?
(ক) ১৯৯৯ চনত
(খ) ১৯৫০ চনত
(গ) ১৯৮৭ চনত
উত্তৰঃ  (গ) ১৯৮৭ চনত

11)  হৰেকৃষ্ণ ডেকাই কিমান চনত ‘কথা বঁটা’ লাভ কৰে?
(ক) ২০০০ চনত
(খ) ১৯৯৬চনত
(গ) ১৯৯৩ চনত
উত্তৰঃ (খ) ১৯৯৬চনত

12)  দৃশ্যান্তৰ শব্দৰ অৰ্থ কি?
(ক) কুঁজা
(খ) যক্ষৰ অধিপতি
(গ) ভিন্ন বা অন্য দৃশ্য
উত্তৰঃ (গ) ভিন্ন বা অন্য দৃশ্য

13)  হৰেকৃষ্ণ ডেকাৰ এখন গল্পৰ নাম কি?
(ক) মৃত্যুদণ্ড
(খ) দৃশ্যান্তৰ
(গ) ৰাতিৰ শোভাযাত্ৰা

উত্তৰঃ (ক) মৃত্যুদণ্ড

14)  হৰেকৃষ্ণ ডেকাই কিমান চনত এম.এ.পাচ কৰে?
(ক) ১৯৬০ চনত
(খ) ১৯৬৫ চনত
(গ) ১৯৭৪ চনত
উত্তৰঃ (খ) ১৯৬৫ চনত

15)  হৰেকৃষ্ণ ডেকাই কিমান চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে?
(ক) ২০০৭ চনত
(খ) ২০০২ চনত
(গ) ২০১০চনত

উত্তৰঃ (গ) ২০১০চনত

16)  মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?
(ক) অন্ধ
(খ) কুকুৰীকণা
(গ) কণা
উত্তৰঃ (খ) কুকুৰীকণা

17)  হৰেকৃষ্ণ ডেকাই ক’ত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰে?
(ক) কমাৰ্চ কলেজত
(খ) কটন কলেজত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) কমাৰ্চ কলেজত

18)  চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ক’ত যোগদান কৰে?
(ক) ইঞ্জিনিয়াৰিঙত
(খ) আৰক্ষী সেৱাত
(গ) সাংবাদিকত
উত্তৰঃ (খ) আৰক্ষী সেৱাত

19)  ‘পিয়াপি দি’ ফুৰাৰ অৰ্থ কি?
(ক) পোৰাণি
(খ) সন্তাপ
(গ) এটাএটা হৈ চাৰিওফালে
উত্তৰঃ (গ) এটাএটা হৈ চাৰিওফালে

20) মানুহজনে নিজৰ পদূলি মুখত কি বিচাৰি ফুৰিছিল?
(ক) এটা পঁজাঘৰ
(খ) এখন দোকান
(গ) এজোপা সুগন্ধি ফুল
উত্তৰঃ (ক) এটা পঁজাঘৰ