Class 10 Assamese Chapter 6 | ছাত্ৰ-জীৱন আৰু সমাজসেৱা | MCQs Short Question Answer SEBA School |

Chapter 6

ছাত্ৰ-জীৱন আৰু সমাজসেৱা

১.কবি ডিম্বেশ্বৰ নেওগৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯৯০ চনত

(খ) ১৯০০ চনত

(গ) ১৮৯৯ চনত

উত্তৰঃ (গ) ১৮৯৯ চনত

 ২.ডিম্বেশ্বৰ নেওগৰ ক’ত জন্ম হৈছিল?

(ক) শিৱসাগৰৰ কমাৰফদীয়াত

(খ) গোলাঘাটত

(গ) ডিব্ৰুগড়ত

উত্তৰঃ (ক) শিৱসাগৰৰ কমাৰফদীয়াত

 ৩.মানুহে কি সাজিছে?

(ক) গাঁও

(খ) নগৰ

(গ) চহৰ

উত্তৰঃ (খ) নগৰ

 ৪. ঈশ্বৰে কি স্ৰজিছে?

(ক) গাঁও

Option 2

(গ) চহৰ

উত্তৰঃ (ক) গাঁও

 ৫. প্ৰকৃতি উন্নতি কৰা মানে কি উন্নতি কৰা?

(ক) গাঁও

(খ) নগৰ

(গ) চহৰ

উত্তৰঃ (ক) গাঁও

৬. ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি?

(ক) চতিন্দ্ৰ নেওগ

(খ) মানিক চন্দ্ৰ নেওগ

(গ) ভোলানাথ নেওগ

উত্তৰঃ (খ) মানিক চন্দ্ৰ নেওগ

 ৭. নৰ সেৱাই কি সেৱা?

(ক) ব্ৰহ্মা সেৱা

(খ) আচল সেৱা

(গ) নাৰায়ণ সেৱা

উত্তৰঃ (গ) নাৰায়ণ সেৱা

 ৮. সমাজ সেৱা আৰু দেশ সেৱাৰ শিক্ষাই কি শিক্ষা?

(ক) অৰ্থহীন শিক্ষা

(খ) প্ৰকৃত শিক্ষা

(গ) মূল্যহীন শিক্ষা

উত্তৰঃ (খ) প্ৰকৃত শিক্ষা

 ৯. গাঁৱেই কি স্বৰূপে নগৰক জন্ম দিছিল?

(ক) মাতৃস্বৰূপে

(খ) পিতৃস্বৰূপে

(গ) অভিভাৱক হিচাপে

উত্তৰঃ (ক) মাতৃস্বৰূপে

 ১০. ছাত্ৰ-জীৱনৰ প্ৰধান উদ্দেশ্য কি

(ক) খেলা

(খ) শিক্ষা

(গ) ঘূৰি ফুৰা

উত্তৰঃ (খ) শিক্ষা

১১. ডিম্বেশ্বৰ নেওগে লিখা এখন সমালোচনাত্মক গ্ৰন্থৰ নাম কি?

(ক) প্ৰাক্ ঐতিহাসিক অসম

(খ) স্বহীদ কাৰবালা

(গ) বন্দীয়াৰ

উত্তৰঃ (ক) প্ৰাক্ ঐতিহাসিক অসম

 ১২. ডিম্বেশ্বৰ নেওগে শিক্ষকতা কৰি কোন জিলাৰ পৰা অৱসৰ লয়?

(ক) শিৱসাগৰৰ পৰা

(খ) যোৰহাটৰ পৰা

(গ) গোলাঘাটৰ পৰা

উত্তৰঃ (খ) যোৰহাটৰ পৰা

 ১৩. ডেম-ডেউকা শব্দৰ অৰ্থ কি?

(ক) নিচেই সৰু

(খ) বেয়া দিন

(গ) বিজলুৱা ক্ষুদ্ৰ গছ

উত্তৰঃ (গ) বিজলুৱা ক্ষুদ্ৰ গছ

 ১৪. ডিম্বেশ্বৰ নেওগে কোন জিলাৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে?

(ক) শিৱসাগৰৰ পৰা

(খ) যোৰহাটৰ পৰা

(গ) গোলাঘাটৰ পৰা

উত্তৰঃ (ক) শিৱসাগৰৰ পৰা

 ১৫. কিহৰ কাৰণে যত্ন কৰা শিক্ষাৰ এটি ঘাই কৰ্তব্য?

(ক) গাঁৱৰ কাৰণে

(খ) শাৰীৰিক উন্নতিৰ কাৰণে

(গ) মানসিক উন্নতিৰ কাৰণে

উত্তৰঃ (খ) শাৰীৰিক উন্নতিৰ কাৰণে

 ১৬. ছাত্ৰসকল দেশৰ কি?

(ক) অতীত

(খ) বৰ্তমান

(গ) ভৱিষ্যত

উত্তৰঃ (গ) ভৱিষ্যত

 ১৭. ডিম্বেশ্বৰ নেওগৰ এখন কবিতাপুথিৰ নাম কি?

(ক) মালিকা

(খ) Growth of the Asamiya Language

(গ) কেতেকী

উত্তৰঃ (ক) মালিকা

১৮. শিক্ষা শব্দৰ অৰ্থ কি?

(ক) পঢ়া

(খ) জ্ঞান

(গ) ব্যাপক

উত্তৰঃ (গ) ব্যাপক

১৯. ডিম্বেশ্বৰ নেওগ কোন কলেজৰ পৰা বি.এছ.ছি. পাচ কৰি চৰকাৰী স্কুলত শিক্ষক হয়?

(ক) কৰ্মাচ কলেজৰ পৰা

Option 2

(গ) বিদ্যাপীঠ কলেজৰ পৰা

উত্তৰঃ Option 2

 ২০. সাম্য শব্দৰ সমাৰ্থক শব্দ কি?

(ক) সমান

Option 2

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) সমান