Class 10 General Science Chapter 16 | প্ৰাকৃতিক সম্পদৰ ব্যৱস্থপনা | MCQs Short Question Answer SEBA School |

Chapter 16

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থপনা

১। কিমান চনত বহুমুখী প্ৰকল্পটো স্থাপন কৰা হৈছিল?

(ক) 1985 চনত

(খ) 1950 চনত

(গ) 1970 চনত

উত্তৰঃ (ক) 1985 চনত

২। হিমালয়ৰ গংগোত্ৰিৰ পৰা বংগোপ সাগৰৰ গংগা সাগৰলৈকে পুব গংগা নদীখন কিমান বিস্তৃত?

(ক) 3000 km

(খ) 2500 km

(গ) 2000 Km

উত্তৰঃ (খ) 2500 km

৩। পৰিৱেশ ৰক্ষাৰ বাবে আমি কি ব্যৱহাৰ কৰিব লাগিব?

(ক) তিনিটা ‘M’

(খ) তিনিটা ‘P’

(গ) তিনিটা ‘R’

উত্তৰঃ (গ) তিনিটা ‘R’

৪। Recycle শব্দৰ অসমীয়া অৰ্থ কি?

(ক) পুনঃ ব্যৱহাৰ

(খ) পুনঃ হ্ৰাসকৰণ

(গ) পুনঃ চক্ৰিয়কৰণ

উত্তৰঃ (গ) পুনঃ চক্ৰিয়কৰণ

৫। বনাঞ্চলসমূহ কি?

(ক) জৈৱ বৈচিত্ৰ্যৰ অঞ্চল

(খ) অজৈৱ বৈচিত্ৰ্যৰ অঞ্চল

(গ) নগৰ অঞ্চল

উত্তৰঃ (ক) জৈৱ বৈচিত্ৰ্যৰ অঞ্চল

৬। ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ কোন গাঁৱত খেজৰি গছবিধক ৰক্ষাৰ কাৰণে বহু লোকে প্ৰাণ আহুতি দিছিল?

(ক) বিশনোই গাঁওত

(খ) বিজয়পুৰ গাঁওত

(গ) খেজৰালি গাঁওত

উত্তৰঃ (গ) খেজৰালি গাঁওত

৭। ৰাজস্থানত খেজৰি গছবিধক ৰক্ষা কাৰণে 1731 চনত অমৃতাদেৱীয়ে আন কিমানজন ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিছিল?

(ক) 343 জন

(খ) 363 জন

(গ) 390 জন

উত্তৰঃ (খ) 363 জন

৮। কিমান চনত অতি ভিতৰুৱা ‘ৰেনি’ গাঁওত প্ৰথমে চিপকো আন্দোলনৰ সূত্ৰপাত হৈছিল?

(ক) 1950 চনত

(খ) 1999 চনত

(গ) 1970 চনত

উত্তৰঃ (গ) 1970 চনত

৯। কোন পাহাৰৰ উচ্চ অঞ্চল অতি ভিতৰুৱা ‘ৰেনি’ গাঁওত চিপকো আন্দোলনৰ সূত্ৰপাত হৈছিল?

(ক) গাৰোৱাল পাহাৰৰ

(খ) গাৰো পাহাৰৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গাৰোৱাল পাহাৰৰ

১০। কিমান চনত পশ্চিমবংগ বনবিভাগে দক্ষিণ পশ্চিম জিলাসমূহৰ শাল গছৰ বনাঞ্চলৰ অৱশয়ৰ দায়িত্ব স্বীকাৰ কৰিছিল?

(ক) 1955 চনত

(খ) 1972 চনত

(গ) 1998 চনত

উত্তৰঃ (খ) 1972 চনত

১১। কিমানবছৰ আগৰ পৰাই হিমাচল প্ৰদেশত স্থানীয় জলসিঞ্চন পদ্ধতি Kulh ব্যৱহৃত হৈছিল?

(ক) চাৰিশ বছৰ

(খ) পাঁচশ বছৰ

(গ) তিনিশ বছৰ

উত্তৰঃ (ক) চাৰিশ বছৰ

১২। কিহৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱভৰ উৎপাদন বৃদ্ধি কৰা হয়?

(ক) জলবিয়োজন ব্যৱস্থাপনাৰ দ্বাৰা

(খ) জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা

(গ) জলবিক্ৰিয়া ব্যৱস্থাপনাৰ দ্বাৰা

উত্তৰঃ (খ) জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা

১৩। Kulh ৰ ব্যৱস্থাপনাৰ দায়িত্ব কিমান জন মানুহে লৈছিল?

(ক) পাঁচজন বা ছজন

(খ) চাৰিজন বা পাঁচজন

(গ) দুজন বা তিনিজন

উত্তৰঃ (গ) দুজন বা তিনিজন

১৪। Kulh ৰ ব্যৱস্থা জলসিঞ্চন বিভাগৰ হাতত দায়িত্ব অৰ্পন কৰাৰ পাছত ই কি হয়?

(ক) বিখ্যাত হয়

(খ) লুপ্তপ্ৰায় হয়

(গ) ইয়াৰ এটাও নহয়

উত্তৰঃ (খ) লুপ্তপ্ৰায় হয়

১৫। প্ৰাকৃতিক সম্পদসমূহৰ বহনক্ষম এক-

(ক) জটিল কাম

(খ) সৰল কাম

(গ) কাম নহয়

উত্তৰঃ (ক) জটিল কাম

১৬। ভাৰতবৰ্ষত পানী সঞ্চয় প্ৰক্ৰিয়াটা এটা-

(ক) নতুন কাম

(খ) অভ্যাসগত কাম

(গ) পুৰণি কাম

উত্তৰঃ (গ) পুৰণি কাম

১৭। ভূমিৰ গৰাকী আৰু চৰকাৰৰ বনবিভাগে বনজ সম্পদৰ-

(ক) নিয়ন্ত্ৰণ কৰে

(খ) নিমন্ত্ৰণ কৰে

(গ) সংৰক্ষণ কৰে

উত্তৰঃ (ক) নিয়ন্ত্ৰণ কৰে

১৮। হ্ৰাসকৰণৰ অৰ্থ কি?

(ক) নূন্যতম পৰিমান ব্যৱহাৰ কৰা

(খ) বেছি পৰিমান ব্যৱহাৰ কৰা

(গ) অকণো ব্যৱহাৰ নকৰা

উত্তৰঃ (ক) নূন্যতম পৰিমান ব্যৱহাৰ কৰা