Class 9 General Science | Chapter 13 | আমি অসুস্থ হওঁ কিয় | MCQs Short Question Answer |

Chapter 13

আমি অসুস্থ হওঁ কিয়

১) তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা ?

(ক) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা

(খ) যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা

(গ) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আত্ৰুান্ত হয় ?

উত্তৰঃ (গ) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আত্ৰুান্ত হয় ?

২) শৰীৰত কি বেমাৰ ৰোগ বেলেগ বেলেগ হয়  ?

(ক) ইনফ্লয়েনজা আৰু ডেংগো

(খ) যক্ষ্মা আৰু বেক্টেৰিয়া

(গ) একিউট আৰু ক্ৰনিক

উত্তৰঃ (গ) একিউট আৰু ক্ৰনিক

৩) জীৱৰ দেহ কি কলাৰ সমষ্টি ?

(ক) অসংখ্য

(খ) অংগতন্ত্ৰ

(গ) এটাও নহয়

উত্তৰঃ (ক) অসংখ্য

৪) ৰোগ সৃষ্টি কৰা জীৱসমূহৰ ওপৰত নিৰ্ভৰ কৰি কি ব্যৱস্থা কৰা হয় ?

(ক) নিবাচন

(খ) চিকিৎসালয়

(গ) জনস্বাস্থ্য

উত্তৰঃ (খ) চিকিৎসালয়

৫) ৰোগৰ সৰ্বব্যাপিৰ ওপৰত নিৰ্ভৰ কৰি কি ৰোগত শ্ৰেণীবিভাজন কৰা হৈছে ?

(ক) ডেংগো আৰু জ্বৰ

(খ) ডিপথেৰিয়া আৰু সৰু আই

(গ) একিউট্ আৰু ক্ৰ’নিক

উত্তৰঃ (গ) একিউট্ আৰু ক্ৰ’নিক

৬) ৰোগৰ নিৰ্মূলকৰণতকৈ কি বেছি প্ৰয়োজন ?

(ক) নিবাচন

(খ) সভা

(গ) চিকিৎসালয়

উত্তৰঃ (ক) নিবাচন

৭) কেতিয়াবা ৰোগক কি হিচাপে ভাগ কৰা হয় ?

(ক) অসংখ্যা আৰু সংখ্যা

(খ) সংক্ৰামক আৰু অসংক্ৰামক

(গ) এটাও নহয়

উত্তৰঃ (খ) সংক্ৰামক আৰু অসংক্ৰামক

৮) সংক্ৰামক ৰোগসমূহ কিহৰ  দ্বাৰা নিৰ্মূল কৰিব পাৰি ?

(ক) পলিয় দ্বাৰা

(খ) ছিটাকৰণৰ দ্বাৰা

(গ) বেজিৰ দ্বাৰাৰ

উত্তৰঃ (খ) ছিটাকৰণৰ দ্বাৰা

৯) বলিয়া কুকুৰ নাইবা আন প্ৰাণীয়ে কামূৰিলে কি ভাইৰাজ বিয়পে ?

(ক) একিউট্ ভাইৰাজ

(খ) ক্ৰ’নিক ভাইৰাজ

(গ) ৰেবিছ ভাইৰাজ

উত্তৰঃ (গ) ৰেবিছ ভাইৰাজ

১০) সংক্ৰামক অভিকৰ্তাবোৰ জনস্বাস্থ্যবিধিৰদ্বাৰা নাইকিয়া কৰি কি ৰোগ নিবাৰণ কৰিব পাৰি ?

(ক) সংক্ৰামক ৰোগ

(খ) অসংক্ৰামক ৰোগ

(গ) এটাও নহয়

উত্তৰঃ (ক) সংক্ৰামক ৰোগ


১১) কিছুমান হেপাটাইটিছ ভাইৰাছে পানীৰদ্বাৰা কি ৰোগ সৃষ্টি কৰে ?

(ক) ৰেবিছ ৰোগ

(খ) সংক্ৰামক ৰোগ

(গ) জন্দিছ ৰোগ

উত্তৰঃ (গ) জন্দিছ ৰোগ

১২) ভেক্চিন শব্দটো কোনে প্ৰৱৰ্ত্তন কৰিছিল ?

(ক) এডৱাৰ্ড জেন

(খ) এলবাৰ্ট আইনষ্টাইন

(গ) ছাৰ আইজাক নিউটন

উত্তৰঃ (ক) এডৱাৰ্ড জেন

১৩) ভেকচিন লেটিন শব্দ কিহৰ পৰা আহিছে ? 

(ক) ছেতি

(খ) ভেকা

(গ) এটাও নহয়

উত্তৰঃ (খ) ভেকা

১৪) কোনো অণুজীৱ নাইবা ছিটাৰ দ্বাৰা প্ৰাণীদেহ আক্ৰান্ত হ’লে কি সৃষ্টি হয় ?

(ক) সংক্ৰামক

(খ) সৰু আই

(গ) অসংক্ৰাম্যতাৰ

উত্তৰঃ (গ) অসংক্ৰাম্যতাৰ

১৫) পৰৱৰ্তী আক্ৰমণৰ সময়ত সঞ্চিত কোষবোৰে কিহৰ বীজাণুসমুহ ধ্বংস কৰে ?

(ক) আক্ৰমণকাৰী

(খ) সংক্ৰামক

(গ) অসংক্ৰামক

উত্তৰঃ (ক) আক্ৰমণকাৰী

১৬) কেনো এজন ব্যক্তিয়ে তেওঁৰ জীৱন কালত কি লাভ কৰে?

(ক) সংক্ৰাম্যতা

(খ) অসংক্ৰাম্যতা

(গ) টিটেনাছ

উত্তৰঃ (খ) অসংক্ৰাম্যতা

১৭) সংক্ৰামক ৰোগ নিবাৰণৰ ক্ষেত্ৰত কেই প্ৰকাৰৰ সীমাবদ্ধতা আছে ?

(ক) এক প্ৰকাৰৰ

(খ) দুই প্ৰকাৰৰ

(গ) তিনি প্ৰকাৰৰ

উত্তৰঃ (গ) তিনি প্ৰকাৰৰ


১৮) কি জাতীয় জীৱবোৰে দ্ৰুতগতিত বংশবৃদ্ধি কৰে ?

(ক) ভাইৰাজ

(খ) বেক্টেৰিয়া

(গ)ভেকুঁৰ

(ঘ) ওপৰৰ তিনিওটাই শুদ্ধ

উত্তৰঃ (ঘ) ওপৰৰ তিনিওটাই শুদ্ধ

১৯) ৰবিন ৱাৰেনৰ জন্ম কিমান চনত হৈছিল ?

(ক) ১৯৩৫ চনত

(খ) ১৯৩৬ চনত

(গ) ১৯৩৭ চনত

উত্তৰঃ (গ) ১৯৩৭ চনত

২০) বেৰী মাৰ্চেলৰ কিমান চনত জন্ম হৈছিল ?

(ক) ১৯৫১ চনত

(খ) ১৯৫২ চনত

(গ) ১৯৫৩ চনত

উত্তৰঃ (ক) ১৯৫১ চনত