Class 5 Environment Chapter 14 | স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা | MCQs Short Question Answer SCERT School |

Chapter 14

 স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা

1. ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?

(ক)1832 চনত।

(খ)1826 চনত।

(গ)1825 চনত।

উত্তৰঃ (খ)1826 চনত।

2. অসমত আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল ?

(ক)সাতশ বছৰ।

(খ)ছয়শ বছৰ।

(গ)চাৰিশ বছৰ।

উত্তৰঃ (খ)ছয়শ বছৰ।

3. ব্ৰহ্মদেশ বৰ্তমান কোন জিলাৰ ?

(ক)ম্য়ানমাৰ।

(খ)নাগালেণ্ড।

(গ)মিজোৰাম।

উত্তৰঃ (ক)ম্য়ানমাৰ।

4. 1826 চনত বৃটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম ব্য়ক্তি কোন আছিল ?

(ক)পিয়লি ফুকন।

(খ)মণিৰাম দেৱান।

(গ)গোমধৰ কোঁৱৰ।

উত্তৰঃ (গ)গোমধৰ কোঁৱৰ।

5. কিমান চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্ৰোহ  কৰিছিল ?

(ক)1826 চনত।

(খ)1830 চনত।

(গ)1965 চনত।

উত্তৰঃ (খ)1830 চনত।

6. চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল ?

(ক)1857 চনত।

(খ)1858 চনত।

(গ)1839 চনত।

উত্তৰঃ (ক)1857 চনত।

7. চিপাহী বিদ্ৰোহৰ গুৰি কোনে ধৰিছিল ?

(ক)ফৰ্মুদ আলি।

(খ)মণিৰাম দেৱান।

(গ)দুলীয়া বৰুৱা।

উত্তৰঃ (খ)মণিৰাম দেৱান।

8. কিমান চনত ইংৰাজসকলে আইন কৰি আফু খেতি বন্ধ কৰিছিল ?

(ক)1836 চনত।

(খ)1861 চনত।

(গ)1894 চনত।

উত্তৰঃ (খ)1861 চনত।

9. 1920-21 চনত মহাত্মা গান্ধীৰ নেতৃত্বত কি আন্দোলন হৈছিল ?

(ক)আইন অমান্য় আন্দোলন ।

(খ)ভাৰত ত্য়াগ আন্দোলন।

(গ)অসহযোগ আন্দোলন।

উত্তৰঃ (গ)অসহযোগ আন্দোলন।

10. কিমান চনত ভাৰত ত্য়াগ আন্দোলন হৈছিল ?

(ক)1852 চনত।

(খ)1942 চনত।

(গ)1945 চনত।

উত্তৰঃ (খ)1942 চনত।