Class 5 Environment Chapter 17 | আমাৰ দেশ ভাৰতবৰ্ষ | MCQs Short Question Answer SCERT School |

Chapter 17

আমাৰ দেশ ভাৰতবৰ্ষ

1. কোন ৰজা অনুসৰি আমাৰ দেশৰ নাম ভাৰতবৰ্ষ হ’ল ?

(ক)বাণ ৰজা।

(খ)আহোম ৰজা।

(গ)ভৰত ৰজা।

উত্তৰঃ (গ)ভৰত ৰজা।

2. দক্ষিণৰ শেষ স্থানত কি দ্বীপ অৱস্থিত ?

(ক)শ্ৰীলংকা।

(খ)আন্দামান নিকোবৰ দ্বীপপুঞ্জ।

(গ)লাক্ষাদ্বীপ।

উত্তৰঃ (ক)শ্ৰীলংকা।

3. ভূ-প্ৰাকৃতিকভাৱে ভাৰতক কেইটা ভাগত ভাগ কৰি পাৰি ?

(ক)তিনিটা।

(খ)চাৰিটা।

(গ)ছয়টা।

উত্তৰঃ (খ)চাৰিটা।

4. হিমালয় পৰ্বতমালাই ভাৰতৰ কোন দিশত আৱৰি আছে ?

(ক)পূব আৰু পশ্চিম দিশত।

(খ)পূব আৰু উত্তৰ দিশত।

(গ)দক্ষিণ আৰু উত্তৰ দিশত।

উত্তৰঃ (খ)পূব আৰু উত্তৰ দিশত।

5. তেলেংগানা ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?

(ক)ইটানগৰ।

(খ)জয়পুৰ।

(গ)হায়দৰাবাদ।

উত্তৰঃ (গ)হায়দৰাবাদ।

6. ঝাড়খণ্ড ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?

(ক)ৰাঁচী।

(খ)ডেৰাডুন।

(গ)চিমলা।

উত্তৰঃ (ক)ৰাঁচী।

7. কিমানটা ভাষা সংবিধানৰ অন্তভূক্ত ?

(ক)26 টা।

(খ)22 টা।

(গ)250 টা।

উত্তৰঃ (খ)22 টা।

8. ভাৰতবৰ্ষত কেইখন ৰাজ্য় আছে ?

(ক)26 খন।

(খ) 33 খন

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (গ) ওপৰৰ এটাও শুদ্ধ নহয়।

9. ভাৰতবৰ্ষ কেইখন কেন্দ্ৰীয় শাসিত অঞ্চলেৰে গঠিত ?

(ক)7 খন।

(খ)29 খন।

(গ)5 খন।

উত্তৰঃ (ক)7 খন।

10. স্বাধীন ভাৰতৰ প্ৰথমগৰাকীৰ শিক্ষামন্ত্ৰী কোন আছিল ?

(ক)গোপীনাথ বৰদলৈ।

(খ)ইন্দিৰা গান্ধী।

(গ)মৌলানা আবুল কালাম আজাদ।

উত্তৰঃ (গ)মৌলানা আবুল কালাম আজাদ।

11. স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মূখ্য়মন্ত্ৰী কোন আছিল ?

(ক)বল্লভাই পেটেল।

(খ)সৰোজিনী নাইডু।

(গ)লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

উত্তৰঃ (গ)লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

12. ছট্টিশগড় ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?

(ক)চেন্নাই।

(খ)ৰায়পুৰ।

(গ)জয়পুৰ।

উত্তৰঃ (খ)ৰায়পুৰ।