Class 5 Environment Chapter 18 | আমাৰ চুবুৰীয়া ৰাজ্য়সমূহ | MCQs Short Question Answer SCERT School |

Chapter 18

আমাৰ চুবুৰীয়া ৰাজ্য়সমূহ

1. কিমান চনত নাগালেণ্ড ৰাজ্য়খনে পূৰ্ণাংগ ৰাজ্য় ৰূপে স্বীকৃতি পায় ?

(ক)1972 চনত।

(খ)1963 চনত।

(গ)1970 চনত।

উত্তৰঃ(খ)1963 চনত।

2. মিজোৰাম ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?

(ক)ইটানগৰ।

(খ)আইজল।

(গ)ক’হিমা।

উত্তৰঃ(খ)আইজল।

3. অৰুণাচল প্ৰদেশত কোন কোন জনগোষ্ঠীয়ে বসবাস কৰে ?

(ক)আদি, নিচি, আপাটানি, মনপা আদি।

(খ)ত্ৰিপা, ৰিয়াং, ৰাংখল আদি।

(গ)মিজো, মাৰ আদি।

উত্তৰঃ(ক)আদি, নিচি, আপাটানি, মনপা আদি।

4. মেঘালয় ৰাজ্য়ত কোন কোন জনগোষ্ঠীয়ে বসবাস কৰে ?

(ক)আংগামী, চেমা, আও আদি।

(খ)আদি, ৰিয়াং, ৰাংখল আদি।

(গ)খাচী, গাৰো, জয়ন্তীয়া আদি।

উত্তৰঃ(গ)খাচী, গাৰো, জয়ন্তীয়া আদি।

5. খাচীসকলৰ প্ৰধান উৎসৱ কি ?

(ক)দনয়িপ’ল।

(খ)নংক্ৰেন।

(গ)বৰদিন।

উত্তৰঃ(খ)নংক্ৰেন।

6. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্য়ান পৃথিৱীৰ বিখ্য়াত ?

(ক)কাজিৰঙা।

(খ)মানাহ।

(গ)ওৰাং।

উত্তৰঃ(ক)কাজিৰঙা।

7. ত্ৰিপুৰাৰ ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?

(ক)আগৰতলা।

(খ)ছিলং।

(গ)ইম্ফল।

উত্তৰঃ(ক)আগৰতলা।

8. মণিপুৰ ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?

(ক)ইটানগৰ।

(খ)ইম্ফল।

(গ)দিছপুৰ।

উত্তৰঃ(খ)ইম্ফল।

9. কিমান চনত মেঘালয় ৰাজ্য়খনে পূৰ্ণাগ ৰাজ্য় ৰূপে স্বীকৃতি পায় ?

(ক)1963 চনত।

(খ)1972 চনত।

(গ)1970 চনত।

উত্তৰঃ(খ)1972 চনত।

10. মেঘালয় ৰাজ্য়ৰ ৰাজধানী ক’ত অৱস্থিত ?

(ক)ৰায়পুৰত।

(খ)ৰাঁচীত।

(গ)ছিলংত।

উত্তৰঃ(গ)ছিলংত।