Class 5 Environment Chapter 7 | আহাৰৰ প্ৰয়োজনীয়তা | MCQs Short Question Answer SCERT School |

Chapter 7

আহাৰৰ প্ৰয়োজনীয়তা

1. আমাৰ শৰীৰ বৃদ্ধিত কিহে সহায় কৰে ?

(ক)বাসস্থানে।

(খ)পানীয়ে।

(গ)আহাৰে।

উত্তৰঃ (গ)আহাৰে।

 2. কোন কেইবিধ উপাদানে শৰীৰত শক্তি যোগায় ?

(ক)কাৰ্ব’হাইড্ৰেট আৰু খনিজ পদাৰ্থ।

(খ)ভিটামিন আৰু খনিজ পদাৰ্থ।

(গ)প্ৰ’টিন।

উত্তৰঃ (ক)কাৰ্ব’হাইড্ৰেট আৰু খনিজ পদাৰ্থ।

3. আহাৰৰ কোন বিধ উপাদানে দেহৰ তেজ আৰু হাড় গঠন কৰাত সহায় কৰে ?

(ক)শৰ্কৰা।

(খ)খনিজ দ্ৰব্য়।

(গ)চৰ্বি।

উত্তৰঃ (খ)খনিজ দ্ৰব্য়।

4. শাক-পাচলিত কিমান শতাংশতকৈ অধিক পানী থাকে ?+

(ক)100 শতাংশ।

(খ)90 শতাংশ।

(গ)97 শতাংশ।

উত্তৰঃ (খ)90 শতাংশ।

5. আহাৰৰ উপাদান কেইবিধ ?

(ক)সাতবিধ।

(খ)তিনিবিধ।

(গ)ছয়বিধ।

উত্তৰঃ (গ)ছয়বিধ।

6. কি ভিটামিনৰ অভাৱত মানুহৰ চকুৰ দৃষ্টিশক্তি কমি গৈ কুকুৰীকণা হয় ?

(ক)ভিটামিন A

(খ)ভিটামিন E

(গ)ভিটামিন D

উত্তৰঃ (ক)ভিটামিন A

7. দীৰ্ঘদিনৰ বাবে উপাদানৰ অভাৱত শৰীৰত হোৱা বেমাৰ বিধৰ নাম কি ?

(ক) মেদবহুলতা।

(খ) অভাৱজনিত ৰোগ।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) অভাৱজনিত ৰোগ।

8. ভিটামিন B ৰ অভাৱত কি ৰোগ হয় ?

(ক)মাংসপেশী দুৰ্বল হয়।

(খ)কুকুৰীকণা হয়।

(গ)বেৰিবেৰি বেমাৰ হয়।

উত্তৰঃ (গ)বেৰিবেৰি বেমাৰ হয়।

9. কোন দুবিধ উপাদান অভাৱ ঘটিলে শৰীৰৰ বৃদ্ধি সম্পূৰ্ণভাৱে বন্ধ হয় ?

(ক)ভিটামিন আৰু চৰ্বি।

(খ)খনিজ দ্ৰব্য় আৰু পানী।

(গ)শৰ্কৰা আৰু প্ৰ’টিন।

উত্তৰঃ (গ)শৰ্কৰা আৰু প্ৰ’টিন।

10. শৰীৰত তেজৰ কণিকা গঠন হ’বলৈ কি প্ৰয়োজন হয় ?

(ক)কেলচিয়াম।

(খ)লোৰ।

(গ)আয়’ডিন।

উত্তৰঃ (খ)লোৰ।

11. পকা আম আহাৰৰ কোন বিধ উপাদান ?

(ক)শৰ্কৰা।

(খ)ভিটামিন।

(গ)প্ৰ’টিন।

উত্তৰঃ (ক)শৰ্কৰা।

12. নাৰিকল আহাৰৰ কোনবিধ উপাদান ?

(ক)প্ৰ’টিন।

(খ)চৰ্বি।

(গ)খনিজ দ্ৰব্য়।

উত্তৰঃ (খ)চৰ্বি।

13. আমাৰ অসমখনক সংস্কৃতিক বাৰেৰহণীয়া আৰু বৈচিত্ৰ্য়পূৰ্ণ সংস্কৃতিক বুলি কিয় কোৱা হয় ?

(ক)ধৰ্ম নিৰপেক্ষতাৰ কাৰণে

(খ)বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতি, ৰীতি-নীতি একে হোৱাৰ বাবে

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (খ)বিভিন্ন ধৰ্ম, ভাষা, সংস্কৃতি, ৰীতি-নীতি একে হোৱাৰ বাবে

14. ‘সংস্কৃতি’ শব্দটোৰ অৰ্থ কেনেকুৱা ?

(ক)জন-জাতি

(খ)বিশাল

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ)বিশাল

15. শ্ৰীমন্ত শংকৰদেৱে কি ধৰ্ম প্ৰচাৰ কৰিছিল ? 

(ক)হিন্দু ধৰ্ম

(খ)বৈষ্ণৱ ধৰ্ম

(গ)শিক্ষাৰ ধৰ্ম

উত্তৰঃ (খ)বৈষ্ণৱ ধৰ্ম

16. কীৰ্তন কোনে ৰচনা কৰিছিল ?

(ক)শংকৰদেৱে

(খ)মাধৱদেৱে

(গ)ওপৰৰ দুয়োটা

উত্তৰঃ (ক)শংকৰদেৱে

17. মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰক কি বুলি কোৱা হয় ?

(ক)নামঘোষা

(খ)বৰনামঘৰ

(গ)জাতীয় নাটশালা

উত্তৰঃ (গ)জাতীয় নাটশালা

18. মাঘ বিহুত কি কৰা হয় ?

(ক)হুঁচৰি গোৱা হয়

(খ)তুলসীৰ তলত চাকি জলোৱা হয়

(গ)মেজি জ্বলাই সেৱা লোৱা হয়

উত্তৰঃ (গ)মেজি জ্বলাই সেৱা লোৱা হয়

19. অসমৰ স্থানীয় ভাষা অসমীয়াৰ কেইটা ৰূপ আছে ?

(ক)দুটা

(খ)তিনিটা

(গ)চাৰিটা

উত্তৰঃ (ক)দুটা

20. তেজপুৰত কি আছে ?

(ক)সূৰ্য পাহাৰ

(খ)অগ্নিগড়

(গ)পোৱামক্কা

উত্তৰঃ (খ)অগ্নিগড়