Class 5 Environment Chapter 9 | আমাৰ সামাজিক সমস্য়া | MCQs Short Question Answer SCERT School |

Chapter 9

আমাৰ সামাজিক সমস্য়া

1. আমি সকলোৱে কি পাতি বাস কৰোঁ ?

(ক)সমাজ।

(খ)গাওঁ।

(গ)চুবুৰী।

উত্তৰঃ (ক)সমাজ।

2. মানৱ সমাজৰ আটাইতকৈ অযুক্তিকৰ ধাৰণাবোৰৰ ভিতৰত অন্য়তম কি ?

(ক)যৌতুক প্ৰথা।

(খ)কু-সংস্কাৰ।

(গ)ডাইনী বিশ্বাস।

উত্তৰঃ (গ)ডাইনী বিশ্বাস।

3. লিংগ-বৈষম্য় মানে কি ?

(ক) ল’ৰা-ছোৱালীৰ মাজত ভেদভাব নৰখা।

(খ) ল’ৰা-ছোৱালীৰ মাজত ভেদভাব ৰখা।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) ল’ৰা-ছোৱালীৰ মাজত ভেদভাব ৰখা।

4. সমস্য়াসমূহ দীৰ্ঘ দিনলৈ বৰ্তি থাকিলে কি সৃষ্টি হয় ?

(ক) শান্তিৰ সৃষ্টি হয়।

(খ) অশান্তিৰ সৃষ্টি হয়।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) অশান্তিৰ সৃষ্টি হয়।

5. বৰ্তমান শিশু শ্ৰমিকৰ বাবে চৰকাৰে কি আইন কৰি শিশুক শ্ৰমিক হিচাপে কামত বন্ধ কৰিছে ? 

(ক)সৰ্ব শিক্ষা অভিযান।

(খ)শিশুৰ মৌলিক অধিকাৰ আইন।

(গ)শিশু শ্ৰমিক আইন।

উত্তৰঃ (গ)শিশু শ্ৰমিক আইন।

6. সপোনপুৰী গাঁওখন কিয় আদৰ্শ গাওঁৰূপে জনাজাত।

(ক) কাৰণ, মিলা-প্ৰীতি, সহযোগিতা, সহানুভূতি, বন্ধুত্ব আৰু ভ্ৰাতৃত্বৰ মাজেৰে একতা বজাই ৰাখিবলৈ সক্ষম।

(খ) কাৰণ, মিলা-প্ৰীতি, সহযোগিতা, সহানুভূতি, বন্ধুত্ব আৰু ভ্ৰাতৃত্বৰ মাজেৰে একতা বজাই ৰাখিবলৈ অক্ষম।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) কাৰণ, মিলা-প্ৰীতি, সহযোগিতা, সহানুভূতি, বন্ধুত্ব আৰু ভ্ৰাতৃত্বৰ মাজেৰে একতা বজাই ৰাখিবলৈ সক্ষম।

7. সমাজৰ এক শ্ৰেণীৰ ভূল ধাৰণা কি ?

(ক)কু-সংস্কাৰ।

(খ)অন্ধবিশ্বাস।

(গ)বাল্য় বিবাহ।

উত্তৰঃ (খ)অন্ধবিশ্বাস।

8. বিয়াৰ সময়ত কইনাৰ লগত দিয়া বয়-বস্তুক কি বোলে ?

(ক) কু-সংস্কাৰ।

(খ) যৌতুক।

(গ) ওপৰৰ (ক) আৰু (খ) দুইটা শুদ্ধ।

উত্তৰঃ (খ) যৌতুক।

9. 2009 চনৰ প্ৰৱৰ্তন কৰি সৰ্ব শিক্ষা অভিযান মিছন দ্বাৰা কিমান বছৰীয়া শিশুৰ বাবে প্ৰাথমিক শিক্ষা বাধ্য়তামূলক ?

(ক)7-16 বছৰীয়া।

(খ)5-15 বছৰীয়া।

(গ)6-14 বছৰীয়া।

উত্তৰঃ (গ)6-14 বছৰীয়া।

10. লিখা-পঢ়া নজনা লোকক কি বোলে ?

(ক) শিক্ষিত।

(খ) অশিক্ষিত।

(গ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (খ) অশিক্ষিত।