শিৱসাগৰলৈ যাত্ৰা | অধ্য়ায়-১৩ | Chapter 13 | Class 4 Environment SCERT School Question Answer | শিৱসাগৰলৈ যাত্ৰা Lesson 13 আমি আৰু আমাৰ পৰিৱেশ চতুৰ্থ শ্ৰেণী SCERT School Question Answer and Solutions For Assam |

Chapter 13

শিৱসাগৰলৈ যাত্ৰা

অনুশীলনী

১। উত্তৰ লিখা

(ক) আগৰ দিনৰ তিনিবিধ বাচন-বৰ্তনৰ নাম লিখা। 

উত্তৰঃ 


(খ) শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্ন নাম লিখা। 

উত্তৰঃ 


(গ) শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা।

উত্তৰঃ  


(ঘ) তিনিবিধ যান-বাহনৰ নাম লিখা।

উত্তৰঃ 

২। আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল?

উত্তৰঃ 


৩। যাতায়াত ব্যৱস্থা বুলিলে কি বুজা ? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে?

উত্তৰঃ  


৪। তলৰ শব্দসমূহৰ বিষয়ে চাৰিশাৰীকৈ বাক্য লিখা—

পৰিবহণ, ৰে’লগাড়ী, বাচন-বৰ্তন, যান-বাহন আৰু জলপথ 

উত্তৰঃ