Class 6 Social Science SCERT | Chapter 24 | স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 24

স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা

১। ভাৰতীয় গণতন্ত্ৰ কি গণতন্ত্ৰ?

ক) মহিলা গণতন্ত্ৰ

খ) পৰোক্ষ গণতন্ত্ৰ

গ) শিশু গণতন্ত্ৰ

উত্তৰঃ খ) পৰোক্ষ গণতন্ত্ৰ

২। বৰ্তমান ভাৰতবৰ্ষ কিমান খন কেন্দ্ৰীয়শাসিত অঞ্চল আছে।

ক) ৫ খন

খ) ৯ খন

গ) ৭ খন

উত্তৰঃ ৭ খন

৩। এজন সদস্যৰ কাৰ্যকাল কিমান বছৰ।

ক) ৫ বছৰ

খ) ৬ বছৰ

গ) ৩ বছৰ

উত্তৰঃ ৬ বছৰ

৪। অসমত কিমান চনত অসম পঞ্চায়তী আইন গ্ৰহণ কৰা হৈছে?

ক) ১৯৯৪ চনত

খ) ১৮৫৬ চনত

গ) ১৯৭৮ চনত

উত্তৰঃ ১৯৯৪ চনত

৫। গুৱাহাটীৰ জনসংখ্য়া কিমান লাখতকৈও অধিক?

ক) ১৩ লাখতকৈও

খ) ১৪ লাখতকৈও

গ) ১ৃ৫ লাখতকৈও

উত্তৰঃ ১ৃ৫ লাখতকৈও

৬। আমাৰ দেশত উচ্চতম ন্যায়ালয় কেইখন।

ক) ২০১৪ চনৰ মে’ মাহ পৰ্যন্ত উচ্চ ন্যায়ালয় ২৪খন জিলা আদালত ৬০১ খন

খ) ২০১৬ চনৰ জোন মাহ পৰ্যন্ত উচ্চ ন্যায়ালয় ২১খন জিলাৰ আদালত  ৭০১ খন

গ) ১৯৯৮ চনৰ নবেম্বৰ মাহ পৰ্যন্ত উচ্চ ন্যায়ালয় ১৬খন জিলাৰ আদালত ২০১ খন

উত্তৰঃ ২০১৪ চনৰ মে’ মাহ পৰ্যন্ত উচ্চ ন্যায়ালয় ২৪খন জিলা আদালত ৬০১ খন

৭। বৰ্তমান ভাৰতবৰ্ষত কিমান খন ৰাজ আছে।

ক) ৩৩ খন

খ) ২৭ খন

গ) ২৯ খন

উত্তৰঃ ২৯ খন

৮। প্ৰতিখন ৰাজ্যৰ চৰকাসমূহক কি চৰকাৰ বোলে।

ক) ৰাজ্যিক চৰকাৰ

খ) কেন্দ্ৰীয় চৰকাৰ

গ) এটাও নহয়

উত্তৰঃ ক) ৰাজ্যিক চৰকাৰ

৯। বৰ্তমান অসম বিধানসভাৰ বিধ্যায়ক কিমান জন।

ক) ১৩৬ জন

খ) ১২৬ জন

গ) ২২৬ জন

উত্তৰঃ খ) ১২৬ জন

১০। ৰাজ্যপালে কিমান বছৰ বাবে ৰাষ্ট্ৰপতি নিযুক্তি দিয়ে।

ক) ৭ বছৰ

খ) ৩ বছৰ

গ) ৫ বছৰ

উত্তৰঃ গ) ৫ বছৰ

১১। কেইটা সমষ্টিক লৈ গাঁও পঞ্চায়ত একোখন গঠন কৰা হয়?

ক) ১০ টা

খ) ১১ টা

গ) ১৪ টা

উত্তৰঃ ক) ১০ টা

১২। ইয়াৰ বাবে কেইজন সদস্য়ক নিৰ্বাচিত কৰা হয়?

ক) ৯ জন

খ) ১০ জন

গ) ১৩ জন

উত্তৰঃ খ) ১০ জন

১৩। গাঁও পঞ্চায়তৰ প্ৰতিনিধিসকলক ৰাইজে কেই বছৰৰ বাবে নিৰ্বাচিত কৰে?

ক) ৫ বছৰৰ

খ) ৬ বছৰৰ

গ) ৭ বছৰৰ

উত্তৰঃ ক) ৫ বছৰৰ

১৪। গাঁও এখনৰ প্ৰাপ্তবয়স্ক ভোটাৰসকলক লৈ কি গঠন কৰে?

ক) ৰাজ্য় সভা

খ) গাঁও সভা

গ) ন্য়ায় সভা

উত্তৰঃ খ) গাঁও সভা

১৫। কাক জৰিয়তে গাঁৱৰ জনসাধাৰণে স্থানীয় কাৰ্যকলাপত অংশগ্ৰহণৰ সুযোগ লাভ কৰে?

ক) গাঁও সভাৰ

খ) বিধান সভাৰ

গ) ৰাষ্ট্ৰপতিৰ

উত্তৰঃ ক) গাঁও সভাৰ

১৬। সংবিধানৰ কিমান তম সংশোধনীৰ জৰিয়তে ভাৰতৰ প্ৰায়বোৰ ৰাজ্য়ত গাঁও সভাৰ ব্য়ৱস্থা কৰা হৈছে?

ক) ৭২তম

খ) ৭৩তম

গ) ৭৫তম

উত্তৰঃ খ) ৭৩তম

১৭। আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ?

ক) তিনি বছৰ

খ) চাৰি বছৰ

গ) পাঁচ বছৰ

উত্তৰঃ গ) পাঁচ বছৰ

১৮। জিলা পৰিষদৰ সমষ্টিসমূহ কাৰ ভিত্তিত ভাগ কৰা হয়?

ক) জনসংখ্য়াৰ

খ) ৰাইজৰ

গ) সদস্য়ৰ

উত্তৰঃ ক) জনসংখ্য়াৰ

১৯। এটা সমষ্টিত প্ৰায় কিমান হাজাৰ জনসংখ্য়া থাকে?

ক) ৪০ হাজাৰ

খ) ৫০ হাজাৰ

গ) ৭০ হাজাৰ

উত্তৰঃ ক) ৪০ হাজাৰ

২০। জিলা পৰিষদৰ কাৰ্যকাল কিমান বছৰ?

ক) পাঁচ বছৰ

খ) চাৰি বছৰ

গ) তিনি বছৰ

উত্তৰঃ ক) পাঁচ বছৰ