Class 6 Social Science SCERT | Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 23

কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ

১। অসমৰ বিধানসভা সমষ্টি কেইটা?

ক) ১১৬ টা

খ) ১২৬ টা

গ) ১৩৬ টা

উত্তৰঃ খ) ১২৬ টা

২। বৰ্তমান ভাৰতত ৰাজ্য কিমানখন আছে?

ক) ২৫ খন

খ) ২৩ খন

গ) ২৮ খন

উত্তৰঃ গ) ২৮ খন

৩। লোকসভাৰ কাৰ্যকাল কিমান বছৰ?

ক) ৪ বছৰ

খ) ৫ বছৰ

গ) ৬ বছৰ

উত্তৰঃ খ) ৫ বছৰ

৪। ৰাজ্যত মুখ্য ন্যায়াধীশ কিমান জন থাকে?

ক) ১ জন

খ) ২ জন

গ) ৬ জন

উত্তৰঃ ক) ১ জন

৫। ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কেইজন?

ক) ৫৪৫ টা

খ) ২৫০ টা

গ) ১২৬ টা

উত্তৰঃ খ) ২৫০ টা

৬। বিধানসভাৰ কাৰ্যকাল কিমান বছৰ?

ক) ৪ বছৰ

খ) ৫ বছৰ

গ) ৬ বছৰ

উত্তৰঃ খ) ৫ বছৰ

৭। ৰাজ্যসভাৰ কাৰ্যকাল কিমান বছৰ?

ক) ৪ বছৰ

খ) ৫ বছৰ

গ) ৬ বছৰ

উত্তৰঃ গ) ৬ বছৰ

৮। লোকসভাৰ সদস্যৰ সংখ্যা কেইটা?

ক) ৫৪৫ টা

খ) ২৫০ টা

গ) ১৫০ টা

উত্তৰঃ ক) ৫৪৫ টা

৯। চৰকাৰক কেইটা ভাগত ভাগ কৰা হৈছে?

ক) ২ টা

খ) ৩ টা

গ) ৪ টা

উত্তৰঃ খ) ৩ টা

১০। দেশৰ মুৰব্বী কোন?

ক) ৰাজ্যপাল

খ) ৰাষ্ট্ৰপতি

গ) প্ৰধানমন্ত্ৰী

উত্তৰঃ খ) ৰাষ্ট্ৰপতি

১১। কোনে নিজৰ ৰাজ্য়খনৰ শাসনকাৰ্য পৰিচালনা কৰে?

ক) কেন্দ্ৰীয় চৰকাৰে

খ) ৰাজ্য় চৰকাৰে

গ) বিধানমণ্ডলে

উত্তৰঃ খ) ৰাজ্য় চৰকাৰে

১২। আমাৰ ৰাজ্য়ৰ বিধানমণ্ডলক কি বোলা হয়?

ক) ন্য়ায়সভা

খ) কাৰ্যসভা

গ) বিধানসভা

উত্তৰঃ গ) বিধানসভা

১৩। কাক লৈ বিধানসভা গঠন কৰা হয়?

ক) বিধায়কসকলক লৈ

খ) ৰাষ্ট্ৰপতিক লৈ

গ) মুৰব্বীক লৈ

উত্তৰঃ ক) বিধায়কসকলক লৈ

১৪। বিধানমণ্ডলে প্ৰস্তুত কৰা আইনসমূহ কোনে কাৰ্যকৰী কৰে?

ক) বিধায়কে

খ) মুৰব্বীয়ে

গ) কাৰ্যপালিকাই

উত্তৰঃ গ) কাৰ্যপালিকাই

১৫। ৰাজ্য়ৰ মুখ্য়মন্ত্ৰী আৰু মন্ত্ৰীপৰিষদক কোনে নিযুক্তি দিয়ে?

ক) ৰাজ্য়পালে

খ) বিধায়কে

গ) মুৰব্বীয়ে

উত্তৰঃ ক) ৰাজ্য়পালে

১৬। আমাজ ৰাজ্য়খনৰ উচ্চ ন্য়ায়ালয় ক’ত আছে?

ক) অন্ধ্ৰপ্ৰদেশত

খ) গুৱাহাটীত

গ) দিছপুৰত

উত্তৰঃ খ) গুৱাহাটীত

১৭। কেন্দ্ৰীয় আৰু ৰাজ্য় চৰকাৰৰ কেইটা অংগ আছে?

ক) তিনিটা

খ) চাৰিটা

গ) পাচঁটা

উত্তৰঃ ক) তিনিটা

১৮। দেশৰ শাসনভাৰ প্ৰকৃততে কোনে পৰিচালনা কৰে?

ক) মন্ত্ৰীয়ে

খ) প্ৰধানমন্ত্ৰীয়ে

গ) ৰাষ্ট্ৰপতিয়ে

উত্তৰঃ খ) প্ৰধানমন্ত্ৰীয়ে

১৯। কাক সহায় কৰিবলৈ এখন মন্ত্ৰী পৰিষদ থাকে?

ক) ৰাষ্ট্ৰপতিক

খ) প্ৰধানমন্ত্ৰীক

গ) কাৰ্যপালিকাক

উত্তৰঃ খ) প্ৰধানমন্ত্ৰীক

২০। প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্য়সকলক কোনে নিয়োগ কৰে?

ক) ৰাষ্ট্ৰপতিয়ে

খ) বিধানমণ্ডলে

গ) ন্য়ায়পালিকাই

উত্তৰঃ ক) ৰাষ্ট্ৰপতিয়ে