Class 7 Science | Chapter 17 | অৰণ্য়ঃ আমাৰ জীৱন  ৰেখা  | MCQs Short Question And Answer |

Chapter 17

 অৰণ্য়ঃ আমাৰ জীৱন  ৰেখা

১। উদ্ভিদে সূৰ্যৰ পোহৰ ,পানী আৰু কাবন-ডাই-অক্সাইডৰ উপস্থিতিত কি প্ৰস্তুত কৰে?

অক্সিজেন

নাইট্ৰ’জেন

খাদ্য়

Answer: খাদ্য়

২। উদ্ভিদে খাদ্য় প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বোলে?

উদ্ভিদৰ প্ৰজনন

সালোকসংশ্লেষণ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সালোকসংশ্লেষণ

৩। শিপাবোৰৰ প্ৰধান শিপাডালক কি বোলে?

মুখ্য় মূল

মুখ্য় শিপা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মুখ্য় মূল

৪। বেটুপাতৰ আন এটা নাম কি?

পাহী

মূল

বৃতি

Answer: বৃতি

৫। উদ্ভিদৰ আন সৰু সৰু শিপাবোৰক কি বোলে?

ক্ষাৰক

পাৰ্শ্বীয় শিপা

কাণ্ড শিপা

Answer: পাৰ্শ্বীয় শিপা

৬। উদ্ভিদৰ শিপাবোৰ একে হ’লে সেই বোৰক কি বোলে?

মুখ্য় মূল

গুচ্ছমূল

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গুচ্ছমূল

৭। শিপা কেই প্ৰকাৰৰ?

Answer: ২

৮। সকলোবোৰ ফুলৰ বেটুপাত, পাহি, পুংকেশৰ আৰু গৰ্ভকেশৰ থাকেনে?

থাকে

নাথাকে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাথাকে

৯। গৰ্ভাশয় ফুলৰ ক’ত থাকে?

ওপৰত

তলত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: তলত

১০। পাতৰ ৰেশা বোৰক কি বোলে?

চিন

ৰেখা

সিৰা

Answer: সিৰা

১১। যিবোৰ অণুজীৱই পচা উদ্ভিদ আৰু প্ৰণীক হিউমাছলৈ পৰিবৰ্তিত কৰে, তাক কি বোলে?

হিউমাছ

বিয়োজক

কেন’পি

Answer: বিয়োজক

১২। অৰণ্য়ক কি বুলি কোৱা হয়?

এবিধ গতিশীল জীৱ

এবিধ গতিশীল বায়

এবিধ গতিশীল জীৱিত সম্পদ

Answer: এবিধ গতিশীল জীৱিত সম্পদ

১৩। সিৰা বোৰে পাতত সৃষ্টি কৰা সজোনক কি বোলে?

সিৰা

সিৰা বিন্য়াস

মধ্য় সিৰা

Answer: সিৰা বিন্য়াস

১৪। পাতৰ মাজৰ ডাঠ সিৰা ডালক কি বোলে?

ডাঠ সিৰা

পাতল সিৰা

মধ্য় সিৰা

Answer: মধ্য় সিৰা

১৫। এডাল সিৰাই আন এডাল সিৰাৰ লগত সমান্তৰাল ভাবে থকা সিৰা বোৰক কি বোলে?

সমান্তৰাল সিৰা

সমান্তৰাল সিৰা বিন্য়াস

ইয়াৰ ভিতৰত এটাও নহয়

Answer: সমান্তৰাল সিৰা বিন্য়াস

১৬। এটা নিৰ্দিষ্ট বৃদ্ধিৰ পিছত বেছি ভাগ উদ্ভিদে কি ধাৰণ কৰে?

ফুল

ফল

শিপা

Answer: ফুল

১৭। উদ্ভিদৰ ডালিৰ পৰা পোখা মোলা প্ৰক্ৰিয়াটো কি?

কলম শাখা

যৌন প্ৰক্ৰিয়া

অযৌন প্ৰক্ৰিয়া

Answer: অযৌন প্ৰক্ৰিয়া

১৮। পাতবোৰে উদ্ভিদৰ কি কাম সহায় কৰে?

শিপা গজাত

খাদ্য় প্ৰস্তুত কৰাত

প্ৰজননত

Answer: খাদ্য় প্ৰস্তুত কৰাত

১৯। ডাল বোৰ উদ্ভিদৰ কি?

অংশ

মূল

ইয়াৰ ভিতৰত এটাও নহয়

Answer: অংশ

২০। উদ্ভিদে কিহৰ সহায়ত জীয়াই থাকে?

শিপাৰ সহায়ত

সূৰ্য পোহৰ ,পানী আৰু কাবন-ডাই-অক্সাইডৰ সহায়ত

বায়ুৰ সহায়ত

Answer: শিপাৰ সহায়ত