Class 7 Science | Chapter 18 | বৰ্জিত পানীৰ কথা | MCQs Short Question And Answer |

Chapter 18

 বৰ্জিত পানীৰ কথা

১। নৰ্দমালৈ বৈ যোৱা ফেন বা তেলযুক্ত ক’লা-মটীয়াৰঙৰ পানীখিনিক কি বোলে?

লেতেৰা পানী

বৰ্জিত পানী

ঘোল পানী

Answer: বৰ্জিত পানী

২। পানীয়েই কি?

জীৱ

জন্তু

প্ৰাণ

Answer: প্ৰাণ

৩। জলাশয়ত জমা হোৱাৰ আগতেই পানীখিনিক পুনৰাই ব্য়ৱহাৰ কৰাৰ বাবে প্ৰদূষকমুক্ত কৰা প্ৰক্ৰিয়াটোক কি বোলে?

পানীৰ প্ৰদূষন

পানীৰ পৰিষ্কাৰকৰণ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পানীৰ পৰিষ্কাৰকৰণ

৪। পানী অশুদ্ধিবোৰক কি বোলে?

পানীৰ প্ৰদূষন

দূষিতকাৰক

অণুজীৱ

Answer: দূষিতকাৰক

৫।   সাগৰ-মহাসাগৰৰ পানীবোৰত কি দ্য়ৱীভূত হৈ থাকে?

মাছ

নিমখ

এছিড

Answer: নিমখ

৬। কোনে ১৭৯৮ চনত “Rime of the Ancient Mariner” কবিতাটো লিখিছিল?

মিত্ৰদেৱ মহন্ত

এচ.চি. কালৰিজে

গুৰুপ্ৰসাদ দাসে

Answer: এচ.চি. কালৰিজে

৭। কি প্ৰক্ৰিয়াৰ দ্বাৰা সাগৰৰ পানী পুণৰ আহি সাগৰতে  পৰেহি?

জলচক্ৰ

জলজ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: জলচক্ৰ

৮। এচ.চি. কালৰিজে কিমান চনত “Rime of the Ancient Mariner” নামৰ কবিতাটো লিখিছিল?

২০১৯

১৭৯৮

২০০৩

Answer: ১৭৯৮

৯। পানীৰ পৰাও প্ৰতিফলন হয়নে?

নহয়

হয়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: হয়

১০। কিহৰ পৰা পানী এৰি দিয়া হয়?

চুইছ গেত

পানী গেত

তোল গেত

Answer: চুইছ গেত

১১। পানীত গছৰ পাত পৰিলে কি হয়?

পানী পৰিষ্কাৰ হয়

পানী সাৰ হয়

পানী লেতেৰা হয়

Answer: পানী সাৰ হয়

১২। পুখুৰীত বৰ্জিত পানী জমা হ’লে পুখুৰীৰ চাৰিওকাষে কি গছ ৰোপণ কৰিব লাগে?                        

ইউকেলিপটাছ গছ

আম গছ

কঁঠাল গছ

Answer: ইউকেলিপটাছ গছ

১৩। ব্য়ৱহৃত পানী কি?

বৰ্জিত পানী

লেতেৰা পানী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বৰ্জিত পানী

১৪। এটা মানৱীয় আৰু আদৰ্শ কৰ্ম পন্থা গ্ৰহণ কৰাৰ বাবে কোনেও কাৰো অপেক্ষা কৰিব নালাগে বুলি কোনে কৈছিল?

গুৰুপ্ৰসাদ দাসে

মহাত্মা গান্ধীয়ে

এচ.চি. কালৰিজে

Answer: মহাত্মা গান্ধীয়ে

১৫। ভূ-পৃষ্ঠৰ পানী আৰু ভূ-গৰ্ভৰ পানী কেনেকুৱা?

প্ৰদূষিত

পৰিষ্কাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰদূষিত

১৬। কুৱা, দমকল, নিজৰা আদিৰ পানী কৰ পানী?

বায়ু মণ্ডলৰ

জলম ণ্ডলৰ

ভূগৰ্ভস্থ

Answer: ভূগৰ্ভস্থ

১৭। বৰ্জিত পানী উপচাৰত কি প্ৰক্ৰিয়া জড়িত?

জলজ

এছিড

ভৌতিক

Answer: ভৌতিক

১৮। বিশুদ্ধ পানী মানৱ জীৱনৰ কি প্ৰয়োজন?

ভৌতিক

ৰাসায়নিক

মৌলিক

Answer: মৌলিক

১৯।  বৰ্জিত পানী উপচাৰ কৰা প্ৰক্ৰিয়াটোক কি বোলে?

মৌলিক উপচাৰ

ভৌতিক উপচাৰ

পূতিজল উপচাৰ

Answer: পূতিজল উপচাৰ

২০। পূতিজলৰ আন এটা নাম কি?

বিশুদ্ধজল

নলাৰে প্ৰৱাহিত মলিয়ন পানী

পৰিষ্কাৰজল

Answer: নলাৰে প্ৰৱাহিত মলিয়ন পানী