Class 7 Science | Chapter 3 | আঁহৰ পৰা কাপোৰলৈ | MCQs Short Question And Answer |

 Chapter 3

আঁহৰ পৰা কাপোৰলৈ

১। ঊন আৰু পাট সুতা কি হৰ পৰা পোৱা  যায়?

প্ৰাণীৰ পৰা

উদ্ভিদৰ পৰা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰাণীৰ পৰা

২। ভেৰাৰ ছালত কেই প্ৰকাৰৰ নোম থাকে?

৪ প্ৰকাৰৰ

২ প্ৰকাৰৰ

৫ প্ৰকাৰৰ

Answer: ২ প্ৰকাৰৰ

৩। ভেৰাৰ দৰে বিভিন্ন জন্তুৰ নোম বোৰে কি ধৰি ৰাখিব পাৰে?

বায়ু

পোহৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer; বায়ু

৪। ভেড়াৰ পাতল নোমৰ এতৰপৰ সৈতে আঁতৰাই পেলোৱা প্ৰক্ৰিয়া টোক কি বোলে?

মুণ্ডন বোলে

চৌবাচ্চাত বোলে

এংগোৰা বোলে

Answer: মুণ্ডন বোলে

৫। পাট সূতা ক’ৰ পৰা পোৱা যায়?

ভেঁড়াৰ পৰা

য়াক পৰা

পাটপলুৰ পৰা

Answer; পাটপলুৰ পৰা

৬। পাটপলু প্ৰতিপালন কৰা প্ৰক্ৰিয়াটোক কি বোলে?

বাৰচ

ৰেচন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ৰেচন

৭। পাটপলুৱে পাটৰ আঁহ নিজৰ শৰীৰত সম্পূণ ৰূপে মেৰিয়াই লৈ প্ৰস্তুত কৰা পৰ্দাথ টোক কি বোলে?

চকৰী

ৰেচম

লোটাগুটি

Answer: লোটাগুটি

৮। পিউপাৰ পৰা চকৰালৈ বিকাশৰ  প্ৰক্ৰিয়াটো কিহৰ ভিতৰত হয়?

পাতপলুৰ ভিতৰত

লেটাৰ ভিতৰত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: লেটাৰ ভিতৰত

৯। পাটৰ আঁহবোৰ কি ববলৈ ব্য়ৱহাৰ কৰা হয়?

ছুৱেটাৰ ব’বলৈ

বাৰচ ব’বলৈ

পাট কাপোৰ ব’বলৈ

Answer: পাট কাপোৰ ব’বলৈ

১০। পাটসূতা তুলনামূলকভাৱে কিহৰ দৰে তান?

কাপোৰৰ দৰে

তাঁৰৰ দৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: তাঁৰৰ দৰে

১১। চকৰী লেটাৰ পৰা পোৱা আঁহ বোৰ সাধাৰণতে কেনেকুৱা?

কোমল, উজ্জল আৰু নমনীয় গুণ সম্পূৰ্ণ

তান

বাৰচ

Answer: কোমল, উজ্জল আৰু নমনীয় গুণ সম্পূৰ্ণ

১২। ভাৰতৰ বহু পুৰণী বৃত্তি হ’ল

কৃষি

পাতপলু পালন

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পাতপলু পালন

১৩। বাণিজ্য়িক ভিত্তিত ভাৰতে যথেষ্ট কি উৎপাদন কৰে?

মৰাপাত

মাহ জাতিয় শস্য়

পাট

Answer: পাট

১৪। ব্য়ৱসায় আৰু ভ্ৰমণকাৰীসকলে  আন দেশলৈ ৰেচমৰ ৰপ্তানি কৰাপথ টোক কি বোলে?

লেটা পথ

ৰেচম পথ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ৰেচম পথ

১৫। সাধাৰণতে সূতা কাটি বলৈ ব্য়ৱহাৰ কৰা প্ৰক্ৰিয়া টোক কি বোলে?

সূতা কটা

মহুৰা ফুৰা

সূতা লোৱা

Answer: সূতা কটা

১৬। পাত সূতা বোৰ কি কৰি পৃথক কৰা হয়?

সিজাই

পুৰি

ইয়াৰ ভিতৰত এটাও নহয়

Answer; সিজাই

১৭। লেটাৰ পৰা সূতা উলিওৱা প্ৰণালীটোক কি বোলে?

সূতা কটা

মহুৰা ফুৰা

সূতা লোৱা

Answer: মহুৰা ফুৰা

১৮। ভাৰতত প্ৰধান কৈ ঊন  আহৰণ কৰিবলৈ কোন বিধ জন্তু পালন কৰা হয়?

য়াক

ভেড়া

পাটপলু

Answer: ভেড়া

১৯। পাট আঁহবোৰ কি হেৰে গঠন কৰা হয়?

আয়ডিনে

প্ৰটিনেৰে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰটিনেৰে

২০। পাট সূতাৰ দুটা নাম কি?

ৰীল বা নেছা

চকৰী

লেটাগুটি

Answer: ৰীল বা নেছা