Class 7 Science | Chapter 4 | তাপ | MCQs Short Question And Answer |

Chapter 4

তাপ

১। আমি কিহৰ সহায়ত গৰম আৰু চেঁচা অনুভৱ কৰো?

(ক) ছালৰ সহায়ত

(খ) সচৰাচৰ স্পৰ্শৰ সহায়ত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: সচৰাচৰ স্পৰ্শৰ সহায়ত

২। থাৰ্ম’মিটাৰৰ আন এটা নাম কি?

(ক) অন্তন

(খ) তাপমিটাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: তাপমিটাৰ

৩। এটা তাপমিটাৰত কি কি সামগ্ৰী থাকে?

(ক) এডাল তাঁৰ

(খ) এটোকোৰা লোঁক

(গ)এডাল দীঘল, ঠেক আৰু সুষম কাঁচৰ নলী থাকে

Answer: এডাল দীঘল, ঠেক আৰু সুষম কাঁচৰ নলী থাকে

৪। আমি ব্য়ৱহাৰ কৰা স্কেলডালক কিহৰ সহায়ত বুজোৱা হয়?

(ক) °C

(খ) °D

(গ) °F

Answer: °C

৫। তাপমেতাৰটো পৰাপক্ষত কি দ্ৰৱৰে ধুই লব লাগে?

(ক) জটিল দ্ৰৱৰে

(খ) সৰল দ্ৰৱৰে

(গ) এণ্টিচেপটিক দ্ৰৱৰে

Answer: এণ্টিচেপটিক দ্ৰৱৰে

৬। মানুহৰ শৰীৰৰ  স্বাভাৱিক উষ্ণতা কিমান ?

(ক) ৩২°C

(খ) ৩৭°C

(গ) ৩৫°C

Answer: ৩৭°C

৭। তাপমেতাৰ দ্বাৰা কিমান ডিগ্ৰীৰ পৰা কিমান ডিগ্ৰীৰ উষ্ণতা জুখিব পাৰি?

(ক) ৩১°C ৰ পাৰ ৯৯°C

(খ) ৩৫°C ৰ পৰা ৪২°C

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: ৩৫°C ৰ পৰা ৪২°C

৮। গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়া টোক কি বোলে?

(ক) প্ৰচন

(খ) অন্তন

(গ) পৰিবহণ

Answer; পৰিবহণ

৯। পানী আৰু বায়ু হ’ল?

(ক) পৰিবাহী

(খ) কুপৰিবাহী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: কুপৰিবাহী

১০। সাগৰৰ পৰা অহা বতাহক কি বোলে?

(ক) স্থলবতাহ

(খ) জলবতাহ

(গ) সাগৰীয়বতাহ

Answer: জলবতাহ

১১। কি প্ৰক্ৰিয়াৰে সূৰ্যৰ পোহৰ আমাৰ শৰীৰলৈ আহে?

(ক) পৰিচলন

(খ) বিকিৰণ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিকিৰণ

১২। তাপৰ শোষিত অংশই বস্তুৰ উষ্ণতা কি কৰে?

(ক) কমায়

(খ) বঢ়ায়

(গ) সমানে থাকে

Answer; বঢ়ায়

১৩। বস্তু উত্তাপৰ মাত্ৰাৰজোখ হৈছে

(ক) বিকৰণ

(খ) উষ্ণতা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; উষ্ণতা

১৪। সাগৰৰ লুনীয়া পানীৰ পৰা নিমখ আহৰণ কৰা প্ৰক্ৰিয়াটোক হ’ল

(ক) ঘনীভৱন

(খ) বাষ্পীভৱন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; বাষ্পীভৱন

১৫। পানীত বায়ু দৱীভুক্ত হৈ থাকে নে?

(ক) নাথাকে

(খ) থাকে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; থাকে

১৬। মাটিত বায়ু থাকে নে?

(ক) থাকে

(খ) নাথাকে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer; থাকে

১৭। সূৰ্যৰ পোহৰত ধূলিকণা থাকে নে?

(ক) নাথাকে

(খ) থাকে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: থাকে

১৮। বালীৰ আন এটা নাম কি?

(ক) ধূলিকণা

(খ) সংযুক্তি

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: ধূলিকণা

১৯। পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) ঘনীভৱন

(খ) বাষ্পীভৱন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

 Answer: বাষ্পীভৱন

২০। জলীয় ভাপ পানীলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) বাষ্পীভৱন

(খ) ঘনীভৱন

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: ঘনীভৱন