Class 7 Science | Chapter 9 | মাটি | MCQs Short Question And Answer |

Chapter 9

মাটি

১। পলিথিনে মাটিক কি কৰে?

(ক) সেমেকা

(খ) প্ৰদূষিত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: প্ৰদূষিত

২। মাটিত থকা পচা মৃত পদাৰ্থক কি বোলে?

(ক)সূচক

(খ) অম্ল

(গ)হিউমাছ

Answer: হিউমাছ

৩। শিল ভাঙি মাটি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

(ক)হাৰিকেন

(খ) টৰ্নেড’

(গ)বিচূৰ্ণীভৱন

Answer: বিচূৰ্ণীভৱন

৪। মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ কি বোলে?

(ক)পাৰ্শ্ব-চিত্ৰ

(খ) হিউমাছ

(গ)ইয়াৰ ভিতৰত এটাও নহয়

Answer; পাৰ্শ্ব-চিত্ৰ

৫। তৰপৰ আন এটা নাম কি?

(ক)স্তৰ

(খ) অম্ল

(গ)টাইফুন

Answer: স্তৰ

৬। পাহাৰীয়া অঞ্চলত স্তৰ বোৰ সাধাৰণতে কত দেখা পোৱা যায়?

(ক)ৰাস্তাৰ কাষত

(খ) ৰাস্তাৰ মাজত

(গ)ইয়াৰ ভিতৰত এটা নহয়

Answer; ৰাস্তাৰ কাষত

৭। মাটিৰ প্ৰথম স্তৰটো কিহেৰে সমৃদ্ধ?

(ক)কাবৰ্ন-ডাই- অক্সাইড

(খ) নাইট্ৰ’জেন

(গ)হিউমাছ আৰু খনিজ পদাৰ্থ

Answer: হিউমাছ আৰু খনিজ পদাৰ্থ

৮। হিউমাছে মাটি  কি কৰে?

(ক)সেমেকা

(খ) সাৰুৱা

(গ)ইয়াৰ ভিতৰত এটা নহয়

Answer; সাৰুৱা

৯। ক-স্তৰৰ আন এটা নাম কি?

(ক)এমিবা

(খ) বিকিৰণ

(গ)শাৰ্ষ মৃত্তিকা

Answer: শাৰ্ষ মৃত্তিকা

১০। শাৰ্ষ মৃত্তিকাত বহুতো জীৱই বাস কৰেনে?

(ক)নকৰে

(খ) কৰে

(গ)ইয়াৰ ভিতৰত এটা নহয়

Answer: কৰে

১১। সৰু সৰু উদ্ভিদৰ শিপাবোৰে কোনটো স্তৰক ধৰি থাকে?

(ক)খ-স্তৰক

(খ) ক-স্তৰক

(গ)চ-স্তৰক

Answer: ক-স্তৰক

১২। খ-স্তৰত কোন বিধ পদাৰ্থৰ পৰিমাণ বেছি?

(ক)হিউমাছ

(খ) খনিজ

(গ)ইয়াৰ ভিতৰত এটা নহয়

Answer: খনিজ

১৩। খ-স্তৰৰ আন এটা নাম কি?

(ক)অম্ল

(খ) মধ্য় তৰপ

(গ)ইয়াৰ ভিতৰত এটা নহয়

Answer: মধ্য় তৰপ 

১৪। গ-স্তৰ কিহেৰে গঠিত?

(ক)সৰু শিলৰ টুকুৰাৰে

(খ) সৰু লোৰ টুকুৰাৰে

(গ)ইয়াৰ ভিতৰত এটা নহয়

Answer; সৰু শিলৰ টুকুৰাৰে

১৫। গ-স্তৰৰ তলত থকা স্তৰ টোক কি বোলে?

(ক)শিল

(খ) মাটি

(গ)শৈল সংস্তৰ

Answer; শৈল সংস্তৰ

১৬। শৈল সংস্তৰ কঠিন নে কোমল?

(ক)কোমল

(খ) কঠিন

(গ)ইয়াৰ ভিতৰত এটা নহয়

Answer: কঠিন

১৭। মাটিক কেই প্ৰকাৰত ভাগ কৰা হৈছে?

(ক)১০

(খ) ৬

(গ)৩

Answer; ৩

১৮। কিহৰ ওপৰত ভিত্তি কৰি মাটিক শ্ৰেণী বিভাগ কৰা হয়?

(ক)অনুজীৱৰ

(খ) পৰজীৱৰ

(গ)কণিকাৰ

Answer: কণিকাৰ

১৯। কৃষিৰ কাৰণে কি আৱশ্য়ক?

(ক)মাটি

(খ) পানী

(গ)বায়ু

Answer: মাটি

২০। মাটিৰ পাত্ৰ, পুতলা আদি তৈয়াৰ কৰিবলৈ কোন বিধ মাটি প্ৰয়োজন হয়?

(ক)বালিচঁহীয়া মাটি

(খ) আলতীয়া মাটি

(গ)দোমোজা মাটি

Answer: আলতীয়া মাটি