Class 7 Science | Chapter 8 | বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ | MCQs Short Question And Answer |

Chapter 8

 বতাহ, ধুমুহা আৰু ঘূৰ্ণিবতাহ

১। কিমান চনত উৰিষ্য়াত দ্বিতীয়টো ঘূৰ্ণিবতাহ আহিছীল?

(ক) ২০০০

(খ) ১৯৯৯

(গ) ১৭৮৯

Answer: ১৯৯৯

২। উৰিষ্য়াত অহা প্ৰথটো ঘূৰ্ণিবতাহে কিমান মানুহক গৃহহীন কৰিছিল?  

(ক) ১, ০০, ০০০

(খ)১০, ০০০

(গ) ৭, ০০, ০০০

Answer: ৭, ০০, ০০০

৩। ঘূৰ্ণিবতাহ পিছতে কিমান মি. ওখ পানীৰ ঢৌ আহিছিল?

(ক) ১২

(খ)৭

(গ) ৯

Answer: ৯

৪। গতি কৰি থকা বায়ুক কি বোলে?

(ক) বতাহ

(খ)জলবায়ু

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: বতাহ

৫। বায়ু দেখা পোৱা যায় নে?

(ক) যায়

(খ)নাযায়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাযায়

৬। চুনামী কিহৰ ফলত হয়?

(ক) বতাহৰ ফলত

(খ)ভূমিকম্পৰ ফলত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: ভূমিকম্পৰ ফলত

৭। বায়ু কি অঞ্চলৰ পৰা কি অঞ্চললৈ বয়?

(ক) গৰম অঞ্চলৰ পৰা শীতল অঞ্চললৈ

(খ)উচ্চ চাপৰ পৰা নিম্ন চাপলৈ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: উচ্চ চাপৰ পৰা নিম্ন চাপলৈ

৮। বায়ুৰ চাপ বাঢ়িগৈ থাকিলে বায়ুৰ গতি বৃদ্ধি হয় নে নহয়?

(ক) নহয়

(খ)হয়

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: হয়

৯। গৰম বায়ু ঠাণ্ডা বায়ুুতকৈ কি?

(ক) পাতল

(খ)দাথ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: পাতল

১০। বিষুৱৰ নিকটৱৰ্তি অঞ্চল বোৰৰ বায়ু কেনেকুৱা হয়?

(ক) শীতল

(খ)উত্তাপ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: উত্তাপ

১১। স্থলভাগ হ’ল?

(ক) বায়ু

(খ)পানী

(গ) মাটি

Answer: মাটি

১২। জলভাগ হ’ল?

(ক) পানী

(খ)মাটি

(গ) বায়ু

Answer; পানী

১৩। পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা?

(ক) ২ টা

(খ)১ টা

৪ টা

Answer: ৪ টা

১৪। প্ৰধান প্ৰাকৃতিক উপাদান কেইটা?

(ক) ২ টা

(খ)৫ টা

(গ) ৩ টা

Answer: ৩ টা

১৫। জলজমণ্ডলক কেইটা স্তৰত ভাগ কৰা হৈছে?

(ক) ৬ টা

(খ)২ টা

(গ) ৪ টা

Answer; ২ টা

১৬। বায়ুত নাইট্ৰ’জেনৰ পৰিমাণ কিমান?

(ক) ৮৮%

(খ)3%

(গ) 78%

Answer: 78%

১৭।বায়ুত অক্সিজেনৰ পৰিমাণ কিমান?

(ক) ২১%

(খ)1%

(গ) 8%

Answer: ২১%

১৮। বায়ুত কাৰ্বন-ডাই-অক্সাইড পৰিমাণ কিমান?

(ক) ২%

(খ)10%

(গ) 1%

Answer: 1%

১৯। ঋতুৰ ইংৰাজী শব্দ হ’ল?

(ক) মৌচম

(খ)সূচক

(গ) অম্ল

Answer: মৌচম

২০। আমাৰ চৌপাশৰ বায়ুৱে চাপ প্ৰয়োগ কৰে নে নকৰে?

(ক) নকৰে

(খ)কৰে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

Answer: কৰে