Class 7 Social Science | Chapter 11 | গুপ্ত সাম্ৰাজ্যৰ উত্থান | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 11

গুপ্ত সাম্ৰাজ্যৰ উত্থান

১) শ্ৰীগুপ্তই মগধত গুপ্তবংশ স্থাপন কৰি কি উপাধি লাভ কৰিছিল?

(ক)মহাৰাজাধিৰাজ।

(খ)মহাৰাজ।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)মহাৰাজ।

২) গুপ্তযুগত ৰজাৰ স্থান কেনেদৰে লাভ কৰিছিল?

(ক)বংশানুক্ৰমে।

(খ)নিয়ম অনুসৰি।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)বংশানুক্ৰমে।

৩) ভাৰতবৰ্ষৰ বেছি সংখ্যক লোক কি বৃত্তিৰ সৈতে জড়িত?

(ক)বেহা-বেপাৰৰ সৈতে জড়িত?

(খ)কৃষিৰ সৈতে জড়িত।

(গ)বাঢ়ৈৰ কামত জড়িত।

উত্তৰঃ (খ)কৃষিৰ সৈতে জড়িত।

৪) গুপ্ত যুগত ৰজাক কেনেকুৱা আচৰণ কৰিছিল?

(ক)ৰাক্ষহৰ দৰে।

(খ)পশুৰ দৰে।

(গ)ভগৱানৰ অৱতাৰ হিচাপে।

উত্তৰঃ (গ)ভগৱানৰ অৱতাৰ হিচাপে।

৫) গুপ্ত সমাজৰ মাজত বৰ্ণভেদৰ নিয়ম আছিল?

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

৬) গুপ্ত সম্ৰাটসকলে বাৰহ্মণসকলক পৃথককৈ ভূমি প্ৰদান দিছিল।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

৭) গুপ্ত যুগত সোণ ৰূপৰ মুদ্ৰাৰ লগতে কিহৰ প্ৰচলন আছিল?

(ক)তামৰ মুদ্ৰাৰ।

(খ)কড়িৰ।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)কড়িৰ।

৮) জল আৰু স্থল উভয় পথেৰে সাম্ৰাজ্যৰ বাহিৰে ভিতে কি চলিছিল?

(ক)কৃষিকাৰ্য।

(খ)ব্যৱসায়-বাণিজ্য।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)ব্যৱসায়-বাণিজ্য।

৯) গুপ্ত সনমাজত চাৰি বৰ্ণৰ উপৰি কিহৰ সৃষ্টি হোৱা দেখা গৈছিল?

(ক)মানুহৰ মাজত অমিলৰ।

(খ)কিছুমান ন ন বৰ্ণৰ সৃষ্টি হোৱা দেখা গৈছিল।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)কিছুমান ন ন বৰ্ণৰ সৃষ্টি হোৱা দেখা গৈছিল।

১০) গুপ্ত যুগত কোনটো ভাষাই উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল?

(ক)হিন্দী ভাষাই।

(খ)তামিল ভাষাই।

(গ)সংস্কৃত ভাষাই।

উত্তৰঃ (গ)সংস্কৃত ভাষাই।

১১) কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে খেতি পথাৰত কেনেকুৱা ব্যৱস্থা কৰিছিল?

(ক)পানী যোগানৰ।

(খ)বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)পানী যোগানৰ।

১২) বেইবাশ বছৰৰ আগৰ গুপ্ত সাম্ৰাজ্যৰ অৰ্থনীতিৰ মূল উৎস কি আছিল?

(ক)কৃষি।

(খ)চিকিৎসা বিজ্ঞান।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)কৃষি।

১৩) কোনটো ৰাজবংশৰ অধীনত মগধক কেন্দ্ৰ কৰি ৰাজ্যবোৰৰ পুনৰ একত্ৰিত হৈছিল?

(ক)মৌৰ্য।

(খ)গুপ্ত।

(গ)ওপৰৰ এটাও নহগয়।

উত্তৰঃ (খ)গুপ্ত।

১৪) বিভিন্ন সমলৰ পৰা পোৱা অনুসৰি গুপ্ত যুগৰ সমাজ ব্যৱস্থা কেনে আছিল?

(ক)মহিলাক সম অধিকাৰ দিয়া হোৱা নাছিল।

(খ)পূৰুষ আৰু মহিলাই সমান অধিকাৰ পাইছিল।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)মহিলাক সম অধিকাৰ দিয়া হোৱা নাছিল।

১৫) এখন দেশৰ আৰ্থিক দেশৰ উন্নতিত মূখ্য ভূমিকা কোনে গ্ৰহণ কৰে?

(ক)সেই দেশৰ লোকসকলে।

(খ)ব্যৱসায়-বাণিজ্য, কল-কাৰাখানা আৰু কৃষি উদ্যোগসমূহে।

(গ)দেশখনত দেখা দিয়া সমস্যাসমূহে।

উত্তৰঃ (খ)ব্যৱসায়-বাণিজ্য, কল-কাৰাখানা আৰু কৃষি উদ্যোগসমূহে।

১৬) এখন ৰাষ্ট্ৰৰ উন্নতি তথা গৌৰৱৰ প্ৰতিফলন কেনেকৈ ঘটে?

(ক)সেই ৰাষ্ট্ৰৰ ঐতিহাসিক ঠাই সমূহৰ দ্বাৰা।

(খ)সেই ৰাষ্ট্ৰৰ সাহিত্য-সংস্কৃতি আৰু বিজ্ঝানৰ বিকাশ সাধনৰ যোগেদি।

(গ)ৰাষ্ট্ৰখনত প্ৰচলিত নীয়ম-নীতিৰ দ্বাৰা।

উত্তৰঃ (খ)সেই ৰাষ্ট্ৰৰ সাহিত্য-সংস্কৃতি আৰু বিজ্ঝানৰ বিকাশ সাধনৰ যোগেদি।

১৭) দ্বিতীয় চন্দ্ৰগুপ্তই কি উপাধি লৈছিল?

(ক)বৰফুকন।

(খ)বৰগৌহাঁই।

(গ)শকাৰি।

উত্তৰঃ (গ)শকাৰি।

১৮) শ্ৰীগুপ্তৰ পিছত সাম্ৰাজ্যৰ সিংহাসনত কোন বহে?

(ক)চন্দ্ৰগুপ্ত মৌৰ্য।

(খ)লালোকসোলা বৰফুকন।

(গ)ঘোটৎকচ গুপ্ত।

উত্তৰঃ (গ)ঘোটৎকচ গুপ্ত।

১৯) গুপ্ত যুগৰ ভাস্কৰ্য আৰু চিত্ৰকলাৰ প্ৰভাৱ ক’ত পৰা দেখা গৈছিল?

(ক)বিহাৰ।

(খ)অসম।

(গ)মণিপুৰ।

উত্তৰঃ (খ)অসম।

২০) যুগ্পত যুগৰ সমাজত কোন দুটা শ্ৰেণীৰ লোকে প্ৰতিপত্তি তথা সামাজিক মৰ্যাদা বৃদ্ধি পাইছিল।

(ক)বৈশ্য আৰু ক্ষুদ্ৰ।

(খ)ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়।