Class 7 Social Science | Chapter 3 | পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 3

পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তন

১) ট্ৰ’প’স্ফিয়েৰৰ ওপৰ স্তৰটোৰ নাম কি?

(ক) মেছ’স্ফিয়েৰ।

(খ) থাৰ্মোস্ফিয়েৰ

(গ) ষ্ট্ৰেট’স্ফিয়েৰ।

Answer: ষ্ট্ৰেট’স্ফিয়েৰ।

২) আয়ন’স্ফিয়েৰৰ ওপৰৰ অংশক কি বুলি কোৱা হয়?

(ক) অজ’ন স্তৰ।

(খ) এক্স’স্ফিয়েৰ।

(গ) ষ্ট্ৰেত’স্ফিয়েৰ।

Answer: এক্স’স্ফিয়েৰ

৩) ভূত্বক ঘাইকই কেইখন ফলকত বিভকি্ত?

(ক) বাৰখন।

(খ) তেৰখন।

(গ) সাতখন।

Answer: সাতখন।

৪) বায়ুমণ্ডল উষ্ণতাৰ প্ৰধান উৎস কি?

(ক) পৃথিৱী।

(খ) চন্দ্ৰ।

(গ) সূৰ্য।

Answer: সূৰ্য।

৫) বায়ুত থকা ওজনৰ হেঁচাক কি বুলি কোৱা হয়?

(ক) বায়ুৰ উষ্ণতা।

(খ) বায়ুৰ চাুপ।

(গ) বায়ুৰ উচ্চতা।

Answer: বায়ুৰ চাুপ।

৬) সূৰ্যৰ ৰশ্মি ভূ-পৃষ্ঠত পৰাক কি বুলি কোৱা হয়?

(ক) উত্তাপ।

(খ) আতপন।

(গ) তাপ।

Answer: আতপন।

৭) উৎপত্তি অনুযায়ী বৰষুণ কেইপ্ৰকাৰৰ?

(ক) ২ প্ৰকাৰৰ।

(খ) ৪ প্ৰকাৰৰ।

(গ) ৭ প্ৰকাৰৰ।

Answer: ৪ প্ৰকাৰৰ।

৮) লু এবিধ স্থানীয় বতাহ।

(ক) শুদ্ধ

(খ) অশুদ্ধ

Answer: শুদ্ধ

৯) মৌছুমী বতাহ এবিধ সাময়িক বতাহ।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১০) জলবায়ুয়ে বাসস্থানৰ ওপৰতো পি্ৰভাৱ পেলায়।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।    

(গ) ওপৰৰ এটাও নহয়

Answer: শুদ্ধ।

১১)  পৃথিৱীৰ অভ্যন্তৰ ভাগ এতিয়াও কি অৱস্থাত আছে?

(ক) উত্তপ্ত।

(খ) অৰ্ধজুলীয়া।

(গ) গলিত।

Answer:  উত্তপ্ত।

১২) নদীয়ে সৃষ্টি কৰা পলসুৱা ভূমিক কি বুলি কোৱা হয়?

(ক) প্ৰাকৃতিক বান্ধ।

(খ) শাখা নদী।

(গ) প্লাৱন ভূমি।

Answer: প্লাৱন ভূমি।

১৩) ভূ-পৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন

(ক) আভ্যন্তৰীণ শক্তি।    

(খ) সৌৰশক্তি।

(গ) বাহ্যিক শক্তি।

Answer: বাহ্যিক শক্তি।

১৪) নদীৰ উপত্যকা ইংৰাজী কোনটো আখৰৰ দৰে হয়?

(ক) A

(খ) B 

(গ) V

Answer: V  

১৫) বৰষুণ বেছি হোৱা ঠাইবোৰত ঘৰৰ চালবোৰ কেনেকুৱা?

(ক) ওখ।

(খ) চাপ।

(গ) থিয় বা এঢলীয়া।

Answer: থিয় বা এঢলীয়া।

১৬) ঠাণ্ডা ঠাইৰ মানুহে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে?

(ক) পাটৰ।

(খ) কটনৰ।

(গ) ঊণৰ।

Answer : ঊণৰ।

১৭) নদীৰ কাষে কাষে থকা জলাশয়বোৰক কি বুলি কয়?

(ক) সাগৰ।

(খ) মহাসাগৰ।

(গ) বিল।

Answer: বিল।

১৮) বতাহ কেইপ্ৰকাৰৰ?

(ক) ৫  প্ৰকাৰৰ।

(খ) ৯ প্ৰকাৰৰ।

(গ) ৩ প্ৰকাৰৰ।

Answer: ৩ প্ৰকাৰৰ।

১৯) গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমাৱ কিল’মিটাৰ?

(ক) প্ৰায় ২৫ কিল’মিটাৰ।

(খ) প্ৰায় ১০০ কিল’মিটাৰ

(গ) প্ৰায় ৩৩ কিল’মিটাৰ।

Answer: প্ৰায় ১০০ কিল’মিটাৰ।

২০) ছুনামিয়ে কোনটো অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে?

(ক) মালভূমি।

(খ) সমভূমি।

(গ) উপকুল।

Answer: উপকুল।