Class 7 Social Science | Chapter 6 | মানৱ সৃষ্ট পৰিৱেশ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 6

মানৱ সৃষ্ট পৰিৱেশ

১) কিছুমান শস্যৰ খেতি গ্ৰীষ্মকালত কৰা হয় ইয়াক কি বোলে?

(ক) ৰবি শস্য।

(খ) খাৰিফ শস্য।

(গ) জায়দ।

 Answer: জায়দ।

২) বাৰিষাকালত অসমত বৃষ্টিপাত হোৱাৰ কাৰণ কি?

(ক) অসমত বিভিন্ন নদ-নদী থকাৰ বাবে।

(খ) দক্ষিণ-পশ্চিম মৌছুমীৰ প্ৰভাৱত।

(গ) ওপৰৰ এটাও নহয়।

Answer: দক্ষিণ-পশ্চিম মৌছুমীৰ প্ৰভাৱত।

৩) খাৰিফ শস্যৰ খেতি কোন মাহত আৰম্ভ কৰা হয়?

(ক) জানুৱাৰী মাহত।

(খ) অক্টোবৰ মাহত।

(গ) এপ্ৰিল-মে’ মাহত।

Answer: এপ্ৰিল-মে’ মাহত।

৪) মানুহৰ উপকাৰ সাধন কৰা আৰু আৰ্থিক মূল্য থকা দ্ৰব্যসমূহ কি?

(ক) প্ৰাকৃতিক উপাদান।

(খ) অজৈৱিক উপাংশ।

(গ) সম্পদ।

Answer: সম্পদ।

৫) কাৰ্বি আংলং জিলাত কি অৱস্থিত?

(ক) নদ-নদী।

(খ) পাহাৰ।

(গ) জান-জুৰি।

Answer: পাহাৰ।

৬) বাৰিষা কালত অসমত হোৱা এটা প্ৰাকৃতিক দুৰ্যোগ কি?

(ক) ভূমিকম্প।

(খ) ভূমিস্থলন।

(গ) বানপানী।

Answer: বানপানী।

৭) ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপত্যকা অঞ্চলত মানুহৰ প্ৰধান জীৱিকা কি?

(ক) বাঁহ-বেতৰ কাম কৰা।

(খ) কৃষি।

(গ) ৰাস্তা-ঘাট নিৰ্মাণ কৰা।

Answer: কৃষি।

৮) অসৰ বহুতো মানুহ কেনেকুৱা অঞ্চলত বাস কৰে?  

(ক) পাহাৰীয়া অঞ্চলত।

(খ) বান অদ্যুষিত অঞ্চলত।

(গ) ওপৰৰ এটাও নহয়।

Answer: বান অদ্যুষিত অঞ্চলত।

৯) কোন দুখন জিলা পাহাৰীয়া ভূ-প্ৰকৃতিৰ?

(ক) নগাওঁ আৰু বঙাইগাওঁ জিলা।

(খ) ভঙাইগাওঁ আৰু চিৰাং জিলা।

(গ) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা।

Answer: কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা।

১০) পাহাৰীয়া অঞ্চল সাধাৰণতে কেনেকুৱা?

(ক) সমান।

(খ) ওখোৰা-মুখোৰা, শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ।

(গ) ওপৰৰ এটাও নহয়।

Answer: ওখোৰা-মুখোৰা, শিলাময় আৰু গছ-গছনিৰে পৰিপূৰ্ণ।

১১) মানুহেও সমাজৰ কল্যাণে কাম কৰা আৰ্থিক মূল্য আছে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১২) আলু, মূলা, কবি আদি খেতি শৃংখলাবদ্ধ ৰূপত গঢ় লোৱা নাই।

(ক) শুদ্ধ

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৩) বানপানীৰ সৈতে সহাৱস্থানৰ উপায় অৱলম্বন কৰি চলিলে  কি হয়?

(ক) হিংশ্ৰ জন্ত্তৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে।

(খ) বিভিন্ন ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পাৰি।

(গ) ওপৰৰ এটাও নহয়।

Answer: বিভিন্ন ক্ষয়-ক্ষতিৰ পৰা হাত সাৰিব পাৰি।

১৪) জনসংখ্যা বৃদ্ধি হোৱা মানে মানৱ সম্পদ বৃদ্ধি হোৱাটো নুবুজায়?

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৫) নদী উপত্যকা অঞ্চলতদ জনবসতি কেনেকুৱা?

(ক) ঘন।

(খ) সেৰেঙা।

(গ) ওপৰৰ এটাও নহয়।

Answer: ঘন।

১৬) ৰাস্তা-ঘাট, দলং, বাসগৃহ আদি মানৱ সৃষ্ট পৰিৱেশৰ উপাদান।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৭) দেশত গুণগত আৰু আৰু পৰিমাণগত হিচাপত মানৱ সম্পদ থাকিলে কি হয়?

(ক) সেই দেশ মানৱ সম্পদত চহকী হয়।

(খ) সেই দেশ মানৱ সম্পদত আত্মনীৰ্ভৰশীল।

(গ) ওপৰৰ এটাও নহয়।

Answer: সেই দেশ মানৱ সম্পদত আত্মনীৰ্ভৰশীল।

১৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ঠাই ঠাই কিছু সংখ্যক শিল্প-উদ্যোগ গঢ় লৈছে?

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৯) শাৰীৰিক আৰু মানসিকভাৱে শ্ৰম কৰিব পৰাকৈ কিহৰ অধিকাৰী হোৱাটো দৰকাৰ?

(ক) সুস্বাস্থ্য়ৰ।

(খ) এদা সুন্দৰ জীৱনৰ।

(গ) ওপৰৰ এটাও নহয়।

Answer: সুস্বাস্থ্য়ৰ।

২০) মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।