Class 7 Social Science | Chapter 7 | অসমৰ সম্পদ | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 7

অসমৰ সম্পদ

১) উৎপত্তিৰ দিশৰ পৰা অসমৰ কোনবিধ খনিজ সম্পদ পুৰণি নহয়?

(ক) খাৰুৱা তেল।

(খ) চূণশিল।

(গ) কয়লা।

Answer: কয়লা।

২) কোনখন ৰাজ্যক নদীমাতৃক দেশ বুলি কোৱা হয়?

(ক) মণিপুৰ।

(খ) অসম।

(গ) মেঘালয়।

Answer: অসম।

৩) জুন মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত অসমত কিমান শতাংশ বৰষুণ হয়?

(ক) ৪৭% ।

(খ) ৯০% শতাংশ।

(গ) ৭৮%।

Answer: ৯০% শতাংশ।

৪) ভাৰতবৰ্ষৰ জলবিদ্যুৎ উৎপাদনৰ কিমান ভাগ অসমত আছে?

(ক) ১২ ভাগ।

(খ) ২৮ ভাগ।

(গ) ৪৯ ভাগ।

Answer: ২৮ ভাগ।

৫) পৃষ্ঠ জলভাগৰ ওপৰি অসম ভূ-তলজলত সমৃদ্ধ।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer:  শুদ্ধ।

৬) অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বনজ সম্পদে বিশেষ ভূমিকা লৈ আহিছে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

৭) নামেৰি আৰু মানহত বাঘ সংৰক্ষণৰ বাবে দুটা ব্যঘ্ৰ প্ৰকল্প আছে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

৮) কিহৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে?

(ক) প্ৰাকৃতিক সম্পদ।

(খ) এছবেচ্টছ।

(গ) খাৰুৱাতেল।

Answer: খাৰুৱাতেল। 

৯) ৰাজ্যখনৰ মুঠ কৃষিভূমিৰ কিমান ভাগ মাটিত ধান খেতি কৰা হয়?

(ক) ৫৬.৭৮ ভাগ মাটিত।

(খ) ৬৪.৫২ ভাগ মাটিত।

(গ) ৩৫.১৭ ভাগ মাটিত।

Answer: ৬৪.৫২ ভাগ মাটিত।

১০) অসমৰ মুঠ জনসংখ্যাই ক’ত বাস কৰে?

(ক) পাহাৰত।

(খ) সমভূমি অ়্চলত।

(গ) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত।

Answer: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা ভূমিত।

১১) অসমত কিমানখন ডাঙৰ চাহ বাগিচা আছে?

(ক) ১২৮০ খন।

(খ) ৭৮২ খন।

(গ) ৮৫০ খন।

Answer: ৮৫০ খন।

১২) শেহতীয়াভাৱে কাৰ্বি আংলং জিলাত কি খেতিৰ পাম গঢ়ি উঠিছে?

(ক) ধান খেতিৰ।

(খ) ঘেহু আৰু মৰাপাট খেতিৰ।

(গ) ৰবৰ আৰু কফি খেতিৰ।

Answer: ৰবৰ আৰু কফি খেতিৰ।

১৩) ভাৰত মুঠ মাটিকালিৰ কিমান শতাংশ অসম ৰাজ্যই আগুৰি আছে?

(ক) ৪.৭৮ শতাংশ।

(খ) ৩.৯০ শতাংশ।

(গ) ২.৩৯ শতাংশ।

Answer: ২.৩৯ শতাংশ।

১৪) কিহৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ কৃষকসকলে খাৰিফ শস্যৰ খেতি কৰে?

(ক) বৰষুণৰ ওপৰত।

(খ) বতাহৰ ওপৰত।

(গ) ৰ’দৰ ওপৰত।

Answer: বৰষুণৰ ওপৰত।

১৫) পৰিবহণৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ। 

১৬) ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় কেইখন জিলাতে কুঁহিয়াৰ উৎপাদন কৰা হয়।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৭) ডিলাই পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৮) জনগাঁথনিৰ ফালৰ পৰা অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।

১৯) বৰ্তমান অসমৰ কোন জিলাত সৰ্বাধিক লোকে বাস কৰে?

(ক) গোৱালপাৰা জিলাত।

(খ) দৰং জিলাত।

(গ) নগাওঁ জিলাত।

Answer: নগাওঁ জিলাত।

২০) বৰ্তমান থলুৱা কৃষকসকলে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগিচা গঢ়ি তুলিছে।

(ক) শুদ্ধ।

(খ) অশুদ্ধ।

Answer: শুদ্ধ।