Class 7 Social Science | Chapter 9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 9

ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা

১) ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান?

(ক)২৫,৯৬,৭৬৫ বৰ্গ কিল’মিটাৰ।

(খ)৩২,৭৮,২৬৩ বৰ্গ কিল’মিটাৰ।

(গ)৭৫,৪৩,৫৭৯ বৰ্গ কিল’মিটাৰ।

উত্তৰঃ (খ)৩২,৭৮,২৬৩ বৰ্গ কিল’মিটাৰ।

২) নবেম্বৰৰ পৰা ভাৰতবৰ্ষৰ স্থানসমূহত তাপমাত্ৰা বৃদ্ধি পায়।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(খ)অশুদ্ধ।

৩) গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্চিম লম্বভাৱে পৰে।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(ক)শুদ্ধ।

৪) মেঘালয়ৰ মৌচিনৰামত কিমান চেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয়?

(ক)৩২০০ চেন্টিমিটাৰ।

(খ)১২০০ চেন্টিমিটাৰ।

(গ)২৪৭৮ চেন্টিমিটাৰ।

উত্তৰঃ(খ)১২০০ চেন্টিমিটাৰ।

৫) একোটা পৰিৱেশত নিজে নিজে হোৱা উদ্ভিদক প্ৰাকৃতিক উদ্ভিদ বোলে?

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(ক)শুদ্ধ।

৬) ব-দ্বীপিয় উদ্ভিদ কোনটো অঞ্চলত পোৱা যায়?

(ক)মালভূমি অঞ্চলত।

(খ)উপকুল অঞ্চলত।

(গ)দ্বীপিয় অঞ্চলত।

উত্তৰঃ(গ)দ্বীপিয় অঞ্চলত।

৭) এখন দেশ উন্নয়ন মূল উপাদান কি?

(ক)সেইদেশৰ কৃষি।

(খ)দেশখনৰ জনসংখ্যা

(গ)দেশখনৰ উদ্যোগ বিভাগ।

উত্তৰঃ(খ)দেশখনৰ জনসংখ্যা

৮)  ২০১১ চনত লোকপিয়লৰ মতে ভৰাতৰ জনসংখ্যা কিমান আছিল?

(ক)১,২১০,১৯৩,৪২২ জন।

(খ)১,২৩০,১৯৩,৪২২ জন।

(গ)১,২১০,১৯৩,৪৭২ জন।

উত্তৰঃ(ক)১,২১০,১৯৩,৪২২ জন।

৯) ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন কি?

(ক)মহাৰাষ্ট্ৰ।

(খ)অৰুণাচল প্ৰদেশ।

(গ)উত্তৰ প্ৰদেশ।

উত্তৰঃ(গ)উত্তৰ প্ৰদেশ।

১০) অসমৰ বৰ্তমান জনসংখ্যা কিমান?

(ক)২ কোটি ২২ লাখ ৮৪ হাজাৰ ৫৬২ জন ।

(খ)২ কোটি ২২ লাখ ৯৪ হাজাৰ ৫৬২ জন ।

(গ)২ কোটি ২২ লাখ ৯৪ হাজাৰ ৫৬৮ জন ।

উত্তৰঃ(খ)২ কোটি ২২ লাখ ৯৪ হাজাৰ ৫৬২ জন ।

১১) কিহৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়?

(ক)বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি।

(খ)জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ(খ)জলবায়ুৰ বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি।

১২) তৃণ জাতী উদ্ভিদ কেনে অঞ্চলত দেখিবলৈ পোৱা যায়?

(ক)বছৰি ২৫ মিটাৰৰ পৰা ৩৪০ মিটাৰলৈ বৰষুণ হোৱা ঠাইত।

(খ)বছৰি ২৯ মিটাৰৰ পৰা ৩৯০ মিটাৰলৈ বৰষুণ হোৱা ঠাইত।

(গ)বছৰি ৩০ চেন্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰলৈ বৰষুণ হোৱা ঠাইত।

উত্তৰঃ(গ)বছৰি ৩০ চেন্টিমিটাৰৰ পৰা ১০০ চেন্টিমিটাৰলৈ বৰষুণ হোৱা ঠাইত।

১৩) দেশৰ অৰ্থনৈতিক, সামাজিক আদি সমস্যাবোৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

(ক)জলবায়ুৰ ওপৰত।

(খ)জনসংখ্যাৰ ওপৰত।

(গ)কৃষিৰ ওপৰত।

উত্তৰঃ(খ)জনসংখ্যাৰ ওপৰত।

১৪) মৌচুমীয় উদ্ভিদৰ অৰণ্য ক’ত পোৱা যায়?

(ক)ভাৰতবৰ্ষৰ অৰণ্যত।

(খ)মালভূমি অঞ্চলত।

(গ)সমভূমি অঞ্চলত।

উত্তৰঃ(ক)ভাৰতবৰ্ষৰ অৰণ্যত।

১৫) জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধি পোৱাক জনসংখ্যাৰ পৰিৱৰ্তন বুলি কোৱা হয়?

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(ক)শুদ্ধ।

১৬) অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জলন্ত সমস্যা।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(ক)শুদ্ধ।

১৭) ভাৰতবৰ্ষৰ প্ৰায় সোমাজেদি কোনডাল ৰেখা পাৰ হৈ গৈছে?

(ক)কৰ্কটক্ৰান্তি ৰেখা।

(খ)মকৰক্ৰান্তি ৰেখা।

(গ)বিষুৱ ৰেখা।

উত্তৰঃ(ক)কৰ্কটক্ৰান্তি ৰেখা।

১৮) জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ এই সময়ছোৱাত গোটেই ভাৰততে তাপমাত্ৰা বৃদ্ধি পায়।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(ক)শুদ্ধ।

১৯) দক্ষিণ গোলাৰ্ধত মকৰক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যই অৱস্থান কৰা সময়ত ভাৰতবৰ্ওষত শীত কাল হয়?

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(ক)শুদ্ধ।

২০) জুনৰ পৰা ছেপ্তেম্বৰ মাজ ভাগলৈ মৌছুমী বতাহৰ প্ৰভাৱত প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হয়?

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ(ক)শুদ্ধ।