Class 7 Social Science | Chapter 8 | উত্তৰ-পূব ভাৰত | MCQ’s Assamese Medium | MCQ’s Short Question Answer |

Chapter 8

উত্তৰ-পূব ভাৰত

১) অৰুণাচল প্ৰদেশ ক’ত অন্তৰ্ভুক্ত?

(ক)এণ্ডিজ পৰ্বতমালাত।

(খ)হিমালয় পৰ্বতমালাত।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ)হিমালয় পৰ্বতমালাত।

২) উত্তৰ-পূব ভাৰতক তিনিওফালে কিহেৰে আবৰি আছে?

(ক)গছ-গছনি।

(খ)অভয়াৰণ্য

(গ)পৰ্বত আৰু পাহাৰে।

উত্তৰঃ (গ)পৰ্বত আৰু পাহাৰে।

৩) তিয়ঁহ কোনবিধ শস্যৰ ভিতৰত পৰে?

(ক)ৰবি শস্য।

(খ)জায়দ শস্য।

(গ)খাৰিফ শস্য।

উত্তৰঃ (খ)জায়দ শস্য।

৪) সমভূমি অঞ্চলত থকা ৰাজ্যকেইখন কিহৰ ক্ষেত্ৰত আগবঢ়া?

(ক)বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত।

(খ)কৃষিৰ ক্ষেত্ৰত।

(গ)চাহ খেতিৰ ক্ষেত্ৰত।

উত্তৰঃ (খ)কৃষিৰ ক্ষেত্ৰত।

৫) উত্তৰ-পূব ৰাজ্যকেইখন জনসংখ্যা অঞ্চল ভেদে কম বেছি হোৱা দেখা যায়।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

৬) উত্তৰ পূব ভাৰতৰ ভিতৰত মিজোৰামৰ মালভূমি আৰু অসমৰ সমভূমিয়েই প্ৰধান।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (খ)অশুদ্ধ।

৭) কাল্পনিক কৰ্কটক্ৰান্তি ৰেখাডাল ক’ৰ পৰা পাৰ হৈ গৈছে?

(ক)অসম আৰু মেঘালয়ৰ মাজেদি।

(খ)ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি।

(গ)মণিপুৰ আৰু নালালেণ্ডৰ মাজেদি।

উত্তৰঃ (খ)ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি।

৮) উত্তৰ-পূব ভাৰতৰ অধিকাংশ লোকেই কিহৰ ওপৰত নিৰ্ভৰশীল?

(ক)কৃষিৰ ওপৰত।

(খ)চাহ শিল্পৰ ওপৰত।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)কৃষিৰ ওপৰত।

৯) কিহৰ ফালৰ পৰা উত্তৰ-পূব ভাৰতৰ অৱস্থিতি বৈশিষ্ট্যপূৰ্ণ?

(ক)এশিঙীয়া গড়ৰ বাবে।

(খ)সৌন্দৰ্য আৰু বৈচিত্ৰ্ৰ্য়ৰ ফালৰ পৰা।

(গ)চাহ খেতিৰ বাবে।

উত্তৰঃ (খ)সৌন্দৰ্য আৰু বৈচিত্ৰ্ৰ্য়ৰ ফালৰ পৰা।

১০)   মেঘালয় মালভূমিৰ ভিতৰত গাৰো-খাছী পাহাৰ অন্তৰ্ভুক্ত।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

১১) ভূ-প্ৰাকৃতিক দিশৰ পৰা উত্তৰ-পূব ভাৰতক কেইটা ভাগত ভাগ কৰিব পাৰি?

(ক)৬ টা ভাগত ভাগ কৰিব পাৰি।

(খ)২ টা ভাগত ভাগ কৰিব পাৰি।

(গ)৩ টা ভাগত ভাগ কৰিব পাৰি।

উত্তৰঃ (গ)৩ টা ভাগত ভাগ কৰিব পাৰি।

১২) অসম, ত্ৰিপুৰা আৰু মণিপুৰ ৰাজ্যত জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণ কি?

(ক)ইয়াত থকা মাটি সাৰুৱা আৰু বিভিন্ন সম্পদসমূহ।

(খ)এই ৰাজ্যকেইখনৰ জলবায়ু শীতল।

(গ)ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক)ইয়াত থকা মাটি সাৰুৱা আৰু বিভিন্ন সম্পদসমূহ।

১৩) ত্ৰিপুৰা ৰাজ্যত পুৰুষ-মহিলাৰ অনুপাত কিমান?

(ক)৯২০

(খ)৯৮৬

(গ)৯৬১

উত্তৰঃ (গ)৯৬১

১৪) কাৰ্বি মালভূমিত কি কি পাহাৰ অন্তৰ্গত?

(ক)নিলাচল পাহাৰ।

(খ)গাৰো-খাছী পাহাৰ।

(গ)হাৰৰেণ পাহাৰ, কাৰ্বি ৰেংমা পাহাৰ।

উত্তৰঃ (গ)হাৰৰেণ পাহাৰ, কাৰ্বি ৰেংমা পাহাৰ।

১৫) এক গোষ্ঠীৰে কিছু লোক বঙ্গদেশৰ চান অঞ্চলৰ পৰা আহি ক’ত বাস কৰিবলৈ লয়?

(ক)মিজোৰামত।

(খ)মণিপুৰত।

(গ)ওজনি অসমত।

উত্তৰঃ (গ)ওজনি অসমত।

১৬) আন ৰাজ্যৰ ক্ষেত্ৰত অসমৰ জনসংখ্যা বেছি।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

১৭) পাহাৰীয়া ৰাজ্যকেইখনত কি খেতি কৰা হয়?

(ক)মৰাপাট খেতি।

(খ)মাকৈ খেতি।

(গ)স্থানান্তৰিত খেতি (ঝুম খেতি) ।

উত্তৰঃ (গ)স্থানান্তৰিত খেতি (ঝুম খেতি) ।

১৮) পাৰ্বত্য অঞ্চলক উচ্চ পাহাৰীয়া আৰু পাহাৰীয়া অঞ্চল হিচাপে ভাগ কৰিব পাৰি।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।

১৯) উত্তৰ-পূব ভাৰতৰ সীমামূৰীয়া অঞ্চলটো কিমান কিল’মিটাৰ?

(ক)৬৭০ কিল’মিটাৰ।

(খ)১৫৭ কিল’মিটাৰ।

(গ)৮৫০ কিল’মিটাৰ।

উত্তৰঃ (গ)৮৫০ কিল’মিটাৰ।

২০) উত্তৰ পূব ভাৰতৰ মেঘালয় আৰু কাৰ্বি আংলং প্ৰধান মালভূমি।

(ক)শুদ্ধ।

(খ)অশুদ্ধ।

উত্তৰঃ (ক)শুদ্ধ।