Class 9 বৈচিত্ৰ্যময় অসম Chapter 11 | ডিমাছাসকল | SEBA Assamese Medium Class 9 Assamese Question And Answer | অনুশীলনীৰ প্ৰশ্ন উত্তৰ |

Chapter 11

ডিমাছাসকল

১। ডিমাছাসকল প্ৰধানতঃ কেইটা বংশত বিভক্ত ?

উত্তৰঃ ডিমাছাসকল প্ৰধানতঃ ৪০ টা অংশত বিভক্ত ।


২। ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল থকা দেখা যায় ?

উত্তৰঃ ডিমাছা ভাষাৰ অসমৰ আন বড়ো ভাষাৰ সৈতে মিল থকা দেখা যায়।


৩। ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি?

উত্তৰঃ ডিমাছাসকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম হ’ল বিছু ডিমা ।


৪। ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে কি হয়?

উত্তৰঃ ডিমাছাসকলৰ গোত্ৰসমূহৰ নামবোৰৰ শেষ আখৰটো সাধাৰণতে ‘চা’ হয় ।


৫। ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম লিখা ।

উত্তৰঃ ডিমাছাসকলৰ কেইটিমান গোত্ৰৰ নাম হ’লঃ লাংথাচা, ডিফুচা, গাৰ্লোচা, হোজাইচা, মাইবংচা আদি ।  

Type – Boby Bora