Class 4 ৰামায়ণ সাধু Sankardev School | অশোক বনত সীতা | Chapter 15 | অধ্য়ায় ১৫ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 15

অশোক বনত সীতা

অনুশীলনীঃ

(১) লঙ্কাক সোণৰ লঙ্কা বুলি কিয় কোৱা হৈছিল ?
উত্তৰঃ
নগৰৰ ঘৰবোৰত সোণ-ৰূপৰ কাৰুকাৰ্য কৰা আছিল বাবে লঙ্কা বুলিছিল।

(২) হনুমানে বিভীষণক কিদৰে লগ পালে ?
উত্তৰঃ
হনিমানে বেশ সলাই নগৰত ঘূৰি থাকোতে এটা সোণৰ বিশাল ভৱনৰ ভিতৰত এটা মন্দিৰ আৰু তুলসীৰ গছ এজন দিব্য পুৰুষে ভগৱানক পূজা কৰি আছিল তেওঁ আছিল ৰাৱনৰ সৰু ভায়ে ক বিভীষণ | তেওঁ ৰাক্ষস যদিও সৎ আছিল | গতিকে হনুমানে নিজৰ পৰিচয় দি বিভীষণৰ লগত চিনাকি হ’ল এনেদৰে বিভীষণক লগ পালে।

(৩) হনুমানে ৰাৱণৰ উপবনখন কিয় উছন কৰিলে ?
উত্তৰঃ
হনুমানে ৰাৱণক উপবনখন ফল খাবলৈ গছৰ ওপৰত জঁপিয়াই পৰিল আৰু উপবনখন উছন কৰিলে।

(৪) সীতা কোন বনত আছিল ?
উত্তৰঃ
সীতা অশোক বনত আছিল।

(৫) হনুমানে সীতাক লগ পাই কি দিলে ?
উত্তৰঃ
হনুমানে সীতাক লগ পাই ৰামৰ আঙঠিটো আৰু ৰামৰ বাতৰিটো দিলে।

Type: Pompi Hazarika