Class 4 ৰামায়ণ সাধু Sankardev School | হনুমান সাগৰ পাৰ হ’ল | Chapter 14 | অধ্য়ায় ১৪ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

Chapter 14

হনুমান সাগৰ পাৰ হ’ল

অনুশীলনীঃ

(১) সম্পাতীয়ে বান্দৰ দলক কি কি ক’লে ?
উত্তৰঃ
সম্পাতীয়ে বান্দৰ দলক ‘সাগৰ সিপাৰে লংকা | লংকাত অশোক বন নামেৰে এখন উপবন আছে | সীতাক তাতে ই বন্দী কৰি ৰখা হৈছে বুলি ক’লে।

(২) হনুমানে সাগৰ পাৰ হৈ লঙ্কা কেনেকৈ পালে ?
উত্তৰঃ
হনুমানে সাগৰ পাৰ হৈ সুৰক্ষা ৰাক্ষসিনীক পৰাজিত কৰি লঙ্কাৰ পাইছিল।

(৩) খালী ঠাই পূৰ কৰা-

(ক) অঙ্গদৰ প্ৰধান সহায়ক হনুমান আৰু জাম্বৱন্ত আছিল।
(খ) জটায়ুৰ ভায়েকৰ নাম সম্পাতী আছিল।
(গ) হনুমানে বাটত সুৰসা ৰাক্ষসিনীক পালে।

Type: Pompi Hazarika